DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুনৰ আৰম্ভ আৰ্মেনিয়া-আজাৰবাইজানৰ মাজত যুদ্ধ, বহু সৈনিক নিহত

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 4, 2022 12:16 pm
armenia-azerbaijan-war
145
VIEWS
Share on FacebookShare on Twitter

নাগৰ্নো-কাৰবাখ অঞ্চলকলৈ ২০২০ চনৰ ২৭ ছেপ্তেম্বৰৰ আজাৰবাইজান আৰু আৰ্মেনিয়াৰ মাজত লগা যুদ্ধৰ প্ৰায় দুবছৰৰ পিছত আকৌ উত্তপ্ত হৈ পৰিছে দেশ দুখনৰ সীমান্ত।

যোৱা নিশা আৰ্টচাকৰ ৰাজধানী স্তেপানকাৰ্টত আজাৰবাইজানে দুটাকৈ মিছাইল নিক্ষেপ কৰা বুলি জানিব পৰা গৈছে।

২০২০ চনৰ যুদ্ধত ৫০০০ ৰো অধিক লোকৰ মৃত্যু ঘটিছিল।

২০২০ চনত হোৱা শান্তিচুক্তিৰ পিছত ৰাছিয়াৰ শান্তিৰক্ষী বাহিনীয়ে বিবদমান অঞ্চলত নিৰপেক্ষ বাহিনী হিচাবে আছিল যদিও ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত সেই স্থানত ৰাছিয়াৰ সেনাৰ সক্ৰিয়তা কমি গৈছে।

ফলত আৰ্মেনিয়া-আজাৰবাইজানে পুনৰ যুদ্ধত লিপ্ত হৈ পৰিছে। ।  ৪,৪০০ বৰ্গ কিলোমিটাৰ দৈৰ্ঘ্যৰ বিতৰ্কিত নাগৰ্নো-কাৰবাখ অঞ্চলটো আৰ্মেনিয়াৰ বিদ্ৰোহীসকলৰ নিয়ন্ত্ৰণত আছে।

আজাৰবাইজানৰ সীমাত থকা সেই স্থান দখলৰ বাবে আজাৰবাইজানৰ সেনাই পুনৰ যুদ্ধ আৰম্ভ কৰিছে। ২০২০ চনত আমেৰিকাৰ নেতৃত্বত উক্ত স্থানলৈ শান্তি ঘূৰি আহিছিল।

কিন্তু সেই শান্তি প্ৰায় দুবছৰহে স্থায়ী হ’ল। আমেৰিকাই আৰ্মেনিয়া-আজাৰবাইজানক যুদ্ধ বন্ধ কৰিবলৈ আহ্বান জনাই আজি এক বিবৃতি প্ৰকাশ কৰিছে।

অৱশ্যে আমেৰিকাৰ কথালৈ কেৰেপ কৰা নাই আৰ্মেনিয়া-আজাৰবাইজানৰ সেনাই। সেয়ে গোলা-বাৰুদে পুনৰ উত্তপ্ত কৰি তুলিছে আৰ্মেনিয়া-আজাৰবাইজানৰ সীমান্ত ।

Recent News

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

kashmir-1

কাশ্মীৰত আজি পুৱাই অঘটনঃ সেনাৰে সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত, তিনিজন সৈনিকো শ্বহীদ

ৰে’ল, বিমানৰ পিছত এইবাৰ ডাক সেৱা ব্যক্তিগত খণ্ডক গটাবলৈ ওলাইছে মোদীৰ চৰকাৰে, তীব্ৰ প্ৰতিবাদ

ৰে’ল, বিমানৰ পিছত এইবাৰ ডাক সেৱা ব্যক্তিগত খণ্ডক গটাবলৈ ওলাইছে মোদীৰ চৰকাৰে, তীব্ৰ প্ৰতিবাদ

কলিয়াবৰৰ ৰাজপথত উদ্ধাৰ এগৰাকী অকলশৰীয়া কিশোৰী,নগাঁৱৰ চাইল্ড লাইনলৈ প্ৰেৰণ

কলিয়াবৰৰ ৰাজপথত উদ্ধাৰ এগৰাকী অকলশৰীয়া কিশোৰী,নগাঁৱৰ চাইল্ড লাইনলৈ প্ৰেৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd