• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

প্লাষ্টিক প্ৰদূষণকাৰীৰ শীৰ্ষত আছে কোকাকোলা : ২০৩০ চনৰ ভিতৰত সাগৰত প্ৰৱেশ কৰিব কোকাকোলাৰ ৬০২ মিলিয়ন কিলোগ্ৰাম আৱৰ্জনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 28, 2025 3:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ প্ৰদূষণকাৰী তালিকাৰ শীৰ্ষস্থানত আছে জনপ্ৰিয় শীতল পানীয়ৰ কোম্পানী কোকাকোলা। কোকাকোলাৰ প্লাষ্টিকে প্ৰদূষণৰ ক্ষেত্ৰত সীমাৰেখা অতিক্ৰম কৰিছে।

শেহতীয়াকৈ পৰিৱেশ সংস্থা অ’চেনাই সকীয়াই দিছে যে কোকাকোলা প্লাষ্টিক প্ৰদূষণৰ শীৰ্ষত আছে, ২০৩০ চনৰ ভিতৰত ৬০২ মিলিয়ন কিলোগ্ৰাম আৱৰ্জনা সাগৰত প্ৰৱেশ কৰিব।

বুধবাৰে প্ৰকাশিত এক প্ৰতিবেদন পোহৰলৈ আহিছে এই তথ্য।

গৱেষকৰ মতে কোকাকোলাৰ দ্বাৰা উৎপাদন হোৱা এই বিপুল পৰিমাণৰ প্লাষ্টিক ১ কোটি ৮০ লাখ তিমিৰ পেট ভৰাই পেলাবলৈ যথেষ্ট। এই প্লাষ্টিকসমূহে পৰিৱেশৰ বৈচিত্ৰত সাংঘাটিক প্ৰভাৱ পেলাব।

শেহতীয়াকৈ প্লাষ্টিক প্ৰদূষণৰ ফলত মানৱ শৰীৰত কি প্ৰভাৱ পৰিব, সেই লৈ উদ্বেগ বাঢ়িছে। বিজ্ঞানীসকলে মাইক্ৰ’প্লাষ্টিকক কেন্সাৰ, বন্ধ্যাত্ব, হৃদৰোগৰ দৰে গুৰুতৰ স্বাস্থ্যজনিত বিপদৰ কাৰণ হিচাপে চিহ্নিত কৰিছে।

অ’চেনাৰ নীতি সঞ্চালক মেট লিটলজনে কয় যে কোকাকোলা হৈছে বিশ্বৰ সৰ্ববৃহৎ পানীয় কোম্পানী। ফলত সাগৰ আৰু পৰিবেশৰ ওপৰতো ইহঁতৰ কুপ্ৰভাৱ অতি বেছি।

২০২৪ চনতো ছায়েন্স এডভান্সেছ নামৰ আলোচনীখনত প্ৰকাশিত এক অধ্যয়ন অনুসৰি কোকাকোলাই বিশ্বৰ শীৰ্ষ ব্ৰেণ্ডেড প্লাষ্টিক প্ৰদূষক হিচাপে স্থান লাভ কৰিছে। তাৰ পিছতে আছে পেপচিকো, নেচলে, ডেনন, আৰু অলট্ৰিয়া।

ছায়েন্স এডভান্সেছৰ প্ৰতিবেদনখনত কোৱা হৈছে যে বিশ্বৰ ৫০ শতাংশতকৈ অধিক প্লাষ্টিক প্ৰদূষণৰ বাবে বিশেষকৈ ৫৬টা কোম্পানী দায়ী। ইয়াৰে মুঠ প্লাষ্টিক প্ৰদূষণৰ ১১ শতাংশৰ বাবে দায়ী কেৱল কোকাকোলা।

উল্লেখ্য যে ২০১৮ চনৰ পৰা ২০২৩ চনলৈকে কোকাকোলাৰ পেকেজিং তথ্য আৰু বিক্ৰী বৃদ্ধিৰ পূৰ্বাভাস অনুসৰি অ’চেনাই এক পৰিসংখ্যা প্ৰস্তুত কৰিছিল। এই পৰিসংখ্যা অনুসৰি, ২০৩০ চনৰ ভিতৰত কোম্পানীটোৰ বছৰি উৎপাদন কৰা প্লাষ্টিক ৪১৩ লাখ টনতকৈও অধিক হ’ব।

পৰিৱেশবিদসকলৰ মতে এই বিপুল পৰিমাণৰ প্লাষ্টিক প্ৰদূষণ হ্ৰাস কৰাৰ আটাইতকৈ ফলপ্ৰসূ উপায় হ’ল পুনৰ ব্যৱহাৰযোগ্য পেকেজিং প্ৰৱৰ্তন কৰা। ইয়াৰ বাবে বিশেষজ্ঞ সকলে পুনৰ ৫০ বাৰ ব্যৱহাৰ কৰিব পৰাকৈ কাঁচৰ বটল আৰু কমেও ২৫ বাৰ পুনৰ ব্যৱহাৰ কৰিব পৰা ডাঠ প্লাষ্টিক বটল ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে যদিও কোম্পানীটোৱে বিশেষজ্ঞ সকলৰ এই কথাত গুৰুত্ব আৰোপ কৰা দেখিবলৈ পোৱা হোৱা নাই।

ইফালে ২০২২ চনত কোকাকোলাই স্বীকাৰ কৰিছিল যে পুনৰ ব্যৱহাৰযোগ্য পেকেজিং হৈছে আৱৰ্জনা হ্ৰাস কৰাৰ অন্যতম ফলপ্ৰসূ উপায়। তেতিয়া তেওঁলোকে ২০৩০ চনৰ ভিতৰত তেওঁলোকৰ ২৫ শতাংশ সামগ্ৰী পুনৰ ব্যৱহাৰযোগ্য কৰি তোলাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু ২০২৪ চনৰ ডিচেম্বৰ মাহত প্ৰকাশিত শেহতীয়া বহনক্ষম উন্নয়ন পৰিকল্পনাত এই প্ৰতিশ্ৰুতি পূৰণ কৰাৰ কথা উল্লেখ্যেই কৰা নাছিল কোম্পানীটোৱে।

উল্লেখ্য যে খাৰুৱা তেল ব্যৱহাৰ কৰি প্লাষ্টিক উৎপাদন কৰা হয়, যিটো জলবায়ু পৰিৱৰ্তনৰ অন্যতম কাৰণ। অৱশ্যে শেহতীয়াকৈ কোকাকোলাই ব্ৰাজিল, জাৰ্মানী, নাইজেৰিয়া, আৰু আমেৰিকাৰ কিছু অংশত পুনৰ ব্যৱহাৰযোগ্য বটল ব্যৱস্থা সফলতাৰে ৰূপায়ণ কৰিছে। কিন্তু বিশ্বৰ আন আন দেশ সমূহত এই ব্যৱস্থা কাৰ্যত পৰিণত কৰিব পৰা নাই কোম্পানীটোৱে। যাৰ বাবে এতিয়া কোকাকোলা হৈ পৰিছে জলবায়ুৰ প্ৰতি নামি অহা এক ডাঙৰ ভাবুকি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm
আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

September 15, 2025 3:36 pm
মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 3:23 pm
কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 2:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm
আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

September 15, 2025 3:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd