• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কলেজত নামভৰ্তিৰ মাচুল নিৰ্দিষ্ট কৰি নিৰ্দেশ অসম চৰকাৰৰ

নিৰ্দিষ্ট মাচুলৰ সম্পূৰ্ণ তালিকা বাতৰিটোৰ শেষত গাঁথি দিয়া হৈছে।

এন ই নাও নিউজ by এন ই নাও নিউজ
June 10, 2019 4:07 pm
College admission: Assam govt starts 'Uniform fee structure for 2019-20'

অসমৰ উচ্চ শিক্ষা সঞ্চালকে কলেজৰ অধ্যক্ষসকললৈ প্ৰেৰণ কৰা পত্ৰৰ ছবি।

1.4k
VIEWS
Share on FacebookShare on Twitter

অসমৰ মহাবিদ্যালয়ত বিনামূলীয়া নামভৰ্তিৰ বহুচৰ্চিত আঁচনিখনৰ নীৰৱ প্ৰস্থানৰ পিছত শিক্ষা বিভাগে এইবাৰ উচ্চতৰ মাধ্যমিক আৰু স্নাতক শ্ৰেণীৰ চলিত নামভৰ্তিৰ মাচুল নিৰ্দিষ্ট কৰি দিছে।

ৰাজ্যৰ সকলো প্ৰাদেশীকৃত/ চৰকাৰী মহাবিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য এই নিৰ্দেশনাই ব্যক্তিগত বিদ্যালয়-মহাবিদ্যালয়সমূহক সাঙুৰি লোৱা নাই।

মহাবিদ্যালয়সমূহে চৰকাৰে নিৰ্দিষ্ট কৰি দিয়াতকৈ কম মাচুল ল’ব পাৰিব, কিন্তু বেছিকৈ ল’ব ল’ব নোৱাৰিব।

যোৱা ৪জুনত অসমৰ উচ্চ শিক্ষা সঞ্চালকে ৰাজ্যৰ সকলো প্ৰাদেশীকৃত/ চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষলৈ এই “সম মাচুল ২০১৯-২০” বিষয়ক পত্ৰ (No. PC/ HE/ Plan-24/ 2012/186) প্ৰেৰণ কৰিছে।

মহাবিদ্যালয়সমূহক মেত্ৰ’ (মহানগৰ), আৰ্বান (নগৰ) আৰু ৰুৰেল (গাওঁ) তিনি ভাগত ভগোৱা হৈছে। তাৰোপৰি লিংগ আৰু বিষয় (কলা, বিজ্ঞান, বাণিজ্য)ৰ ভিত্তিতো মাচুল নিৰ্দিষ্ট কৰি দিয়া হৈছে।

এই নিৰ্দিষ্ট মাচুলত নামভৰ্তি, টিউচন ফীজৰ পৰা আৰম্ভ কৰি লেবৰে’টৰি, আলোচনী, ছাত্ৰ একতা সভালৈকে সকলো মাচুল অন্তৰ্ভুক্ত হৈ আছে।

ইয়াত ক্লিক কৰিও মাচুলৰ সম্পূৰ্ণ তালিকা চাব পাৰে

কলেজসমূহে কেৱল স্থানীয় নিগম, নিকায়সমূহৰ কৰ এই মাচুলৰ সৈতে অতিৰিক্তভাৱে যোগ কৰিব পাৰিব।

Recent News

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd