• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Commonwealth Games 2022 : বাৰ্মিংহামত দেশলৈ আহিল প্ৰথমটো পদক: পুৰুষৰ ভাৰোত্তোলনত ভাৰতলৈ ৰূপৰ পদক কঢ়িয়ালে সংকেত চাৰ্গাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2022 4:24 pm
218
VIEWS
Share on FacebookShare on Twitter

দেশৰ ক্ৰীড়া জগতলৈ অৱশেষত আহিল এক প্ৰত্যাশিত খবৰ। বাৰ্মিংহাম কমনৱেলথ গেমছত আজি পদক তালিকাত দেশৰ নাম সন্নিৱিষ্ট কৰিলে ভাৰতে।

প্ৰতিযোগিতাৰ আজি দ্বিতীয় দিনা ভাৰতলৈ প্ৰথমটো পদক কঢ়িয়াই আনিছে ভাৰোত্তোলক সংকেত চাৰ্গাৰে।

পুৰুষৰ ৫৫ কিলোগ্ৰাম শাখাত দ্বিতীয় স্থান লাভ কৰি ৰূপৰ পদক জয় কৰিছে মহাৰাষ্ট্ৰৰ খেলুৱৈগৰাকীয়ে।

নিজ ইভেণ্টত সংকেত চাৰ্গাৰে মুঠ ২৪৮ কিলোগ্ৰাম (স্নেচত ১১৩ কিলোগ্ৰাম, ক্লিন এণ্ড জাৰ্কত ১৩৫) ভাৰ উত্তোলন কৰি ৰূপৰ পদক অৰ্জন কৰে।

এই শাখাত মুঠ ২৪৯ কিলোগ্ৰাম (স্নেচত ১০৭ কিলোগ্ৰাম, ক্লিন এণ্ড জাৰ্কত ১৪২ কিলোগ্ৰাম) উত্তোলন কৰি মালয়েছিয়াৰ আনিক মহম্মদে স্বৰ্ণ জয় কৰে।

ৰাষ্ট্ৰীয় চেম্পিয়ন সংকেত চাৰ্গাৰক এইবাৰৰ কমনৱেলথ গেমছত সম্ভাব্য পদক জয়ীৰ তালিকাত স্থান দিয়া হৈছিল। দেশবাসীৰ এই প্ৰত্যাশা পূৰণ কৰি অৱশেষত বাৰ্মিংহামত ত্ৰিংৰগা উৰুৱাবলৈ সক্ষম হয় খেলুৱৈ গৰাকী।

Also read : দুৰন্ত শিৱ! পাক প্ৰতিদ্বন্দীক বিধ্বস্ত কৰি কমনৱেলথ অভিযান আৰম্ভ অসম সন্তান শিৱ থাপাৰ

Recent News

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

MH17 বিমানত ক্ষেপণাস্ত্ৰ নিক্ষেপ ৰাছিয়াৰ! মানৱ অধিকাৰ আদালতৰ সিদ্ধান্তত অস্বস্তিত পুটিন

MH17 বিমানত ক্ষেপণাস্ত্ৰ নিক্ষেপ ৰাছিয়াৰ! মানৱ অধিকাৰ আদালতৰ সিদ্ধান্তত অস্বস্তিত পুটিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd