• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Nayanmoni Saikia: মেডেলটো পোৱাৰ পাছত মই কষ্টখিনি পাহৰি গৈছো: নয়নমণি শইকীয়া

উজনি অসমত লন বলৰ প্ৰশিক্ষণৰ বাবে খেলপথাৰ বিচাৰি মুখ্যমন্ত্ৰীক অনুৰোধ নয়নমণিৰ

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
August 11, 2022 7:17 pm
Nayanmoni Saikia: মেডেলটো পোৱাৰ পাছত মই কষ্টখিনি পাহৰি গৈছো: নয়নমণি শইকীয়া
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Nayanmoni Saikia gets a warm welcome “বহুত কষ্ট হৈছিল। কিন্তু মেডেলটো পোৱাৰ পাছত এতিয়া সেই কষ্ট পাহৰি গৈছো”। কমনৱেলথ গেমছৰ লন বলত স্বৰ্ণপদক লাভ কৰি আহি গুৱাহাটীত উপস্থিত হৈ এই মন্তব্য কৰে নয়নমণি শইকীয়াই।

উল্লেখযোগ্য যে, বিয়লি প্ৰায় ২ বজাত গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হয়হি নয়নমণি। তাৰ পাছতে বৰঝাৰ বিমানবন্দৰত নয়নমণিক উষ্ম আদৰণি জনোৱা হয়।

সংবাদ মাধ্যমৰ আগত নয়নমণিয়ে আৰু কয়, “এগৰাকী মাতৃ হিচাপে মই সৰুতে ছোৱালীজনীক এৰি থৈ গৈছিলো। মোৰ লগত তাই নাথাকিলে অলপ কষ্ট হয়, তথাপিও ভাগৰি পৰা নাছিলো”।

লগতে পঢ়ক: উত্তৰ প্ৰদেশৰ যমুনা নদীত নাও দুৰ্ঘটনা: ২০ গৰাকী যাত্ৰী নিহত

অসমবাসী ৰাইজে ইমানখিনি মৰম দিয়াৰ বাবে সকলোৰে ওচৰত কৃতজ্ঞ হৈ ৰ’ব বুলিও তেওঁ সদৰী কৰে।

বৰঝাৰ বিমান বন্দৰৰ পৰা পোনে পোনে নয়নমণিয়ে মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ পৰা শুভেচ্ছা গ্ৰহণ কৰে।

ইয়াৰোপৰি, উজনি অসমত লন বনৰ প্ৰশিক্ষণৰ বাবে এখন খেলপথাৰৰ প্ৰয়োজনীয়তাৰ কথা মুখ্যমন্ত্ৰীৰ আগত জনায়। লগে লগে মুখ্যমন্ত্ৰীয়ে এক প্ৰস্তাৱ গ্ৰহণ কৰে।

লগতে পঢ়ক: অসমৰ দুবছৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ বংগৰ গৰ্গ চেটাৰ্জীক; চৰ্তসাপেক্ষে জামিন দিলে আদালতে

উল্লেখ্য যে, লন বলৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক ভাৰতৰ মহিলা দলটোৱে ১৭-১০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। লাভলী চৌবে, ৰূপাৰ কোৱাৰ্টেট ৰাণী তিৰ্কী, পিঙ্কি আৰু নয়নমণি শইকীয়াই কমনৱেলথ গেমছ খেলত সোণৰ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছে।

এটা সময়ত ভাৰোত্তোলন কৰা নয়নমণিয়ে ভৰিৰ আঘাতৰ পিছত লন বল খেলিবলৈ আৰম্ভ কৰিছিল। 

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

August 28, 2025 12:31 pm
ভাৰতীয় সেনাৰ বৃহৎ সফলতা: জম্মু-কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত ২ সন্ত্ৰাসবাদী

ভাৰতীয় সেনাৰ বৃহৎ সফলতা: জম্মু-কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত ২ সন্ত্ৰাসবাদী

August 28, 2025 12:08 pm
NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

August 28, 2025 11:17 am
নয়ডাত ডিজিটেল গ্ৰেপ্তাৰ এটা পৰিয়ালক! ৩ কোটি টকা সৰকালে প্ৰৱঞ্চকে

নয়ডাত ডিজিটেল গ্ৰেপ্তাৰ এটা পৰিয়ালক! ৩ কোটি টকা সৰকালে প্ৰৱঞ্চকে

August 28, 2025 10:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

August 28, 2025 12:31 pm
ভাৰতীয় সেনাৰ বৃহৎ সফলতা: জম্মু-কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত ২ সন্ত্ৰাসবাদী

ভাৰতীয় সেনাৰ বৃহৎ সফলতা: জম্মু-কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত ২ সন্ত্ৰাসবাদী

August 28, 2025 12:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd