• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিপিআই নেতা মুহি বৰুৱাৰ আদ্যশ্ৰাদ্ধ উপলক্ষে স্মৃতিচাৰণ সভা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
October 27, 2020 8:52 pm
Condolence meet held by CPI for party leader Muhi Barua
502
VIEWS
Share on FacebookShare on Twitter

আজি শিৱসাগৰত বিশিষ্ট সমাজকৰ্মী, শ্ৰমিক নেতা তথা কমিউনিষ্ট নেতা কমৰেড মুহি বৰুৱাৰ পবিত্ৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়৷

আৰম্ভণিতে তেখেতৰ প্ৰতি শ্ৰদ্ধাৰ জনাই পাৰ্টিৰ ৰক্ত পতাকা আৰু এ আই টি ইউ চি পতাকা অৰ্দ্ধনমিত কৰে ক্ৰমে পাৰ্টি জেষ্ঠ কমৰেড নৰেন বৰুৱা আৰু নিৰ্মাণ শ্ৰমিকৰ ইউনিয়নৰ জিলা নেতা নাথু দত্তই৷

বিজয় সন্দিকৈয়ে আঁত ধৰা সভাখনিত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী শিক্ষক বিপুল সন্দিকৈয়ে৷

চিপিআইৰ শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক কনক গগৈয়ে কয়, ১৯৭২ চনত চিপিআইৰ সদস্যপদ গ্ৰহণ কৰি পাৰ্টিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আত্মনিয়োগ কৰা কমৰেড মুহি বৰুৱাৰ আজি পবিত্ৰ আদ্যশ্ৰাদ্ধ দিনটোত তেখেতক আমি সোঁৱৰিছো। এইগৰাকী একনিষ্ঠ সৎ আদৰ্শবান পাৰ্টিৰ সংগঠকক হেৰুৱাই আমি অতিকে মৰ্মাহত হৈছো। তেখেত দৰিদ্ৰৰ প্ৰকৃত বন্ধু আছিল। আনক সহায় কৰি সুখ অনুভৱ কৰিছিল। তেওঁৰ মৃত্যুত দলৰ  লগতে শ্ৰমজীৱি জনগণৰ অপূৰণীয় ক্ষতি হ’ল বুলি মন্তব্য কৰে।

সভাত চি পি আই নেতা ধৰ্ম বৰুৱাই কয় যে মুহি বৰুৱাৰ কাম কাজৰ গুণানুকীৰ্তন কৰাটো আজি সভাতে সম্ভৱ নহয় ৷ তেখেতে শোধনাগাৰ আন্দোলন , ভূমিহীন কৃষকৰ ভূমি দখল আন্দোলন , তৈলক্ষেত্ৰ নিলাম বিৰোধী আন্দোলন, অ’ এন জি চি ৰাজহুৱা খণ্ডত ৰক্ষা কৰা আন্দোলন আদিত অগ্ৰণী নেতৃত্ব বহন কৰিছিল৷

কমৰেড মুহি বৰুৱাৰ স্মৃতি চাৰণ সভাত সমাজকৰ্মী জিতেন বৰপাত্ৰগোঁহাই, সুশিল বৰুৱা, ৰংনাথ গগৈ, দুলাল দ্ত্ত , দূৰ্লভ বড়া , বিমল ভৰালী , প্ৰমোদ গগৈ ,ৰেখা গোস্বামী, প্ৰণোজ দত্ত,  বাসৱ বাস্তৱ বৰুৱা , মদন বৰুৱা , তিলক তামূলীয়, মুকুল নেওগৰ লগতে বহু ব্যক্তি উপস্থিত থকে।

Recent News

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd