• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুৰক্ষা বিশেষজ্ঞ জয়দীপ শইকীয়াৰ তিনিখনকৈ কবিতাপুথি উন্মোচন

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 29, 2021 10:08 am
Jaydeep-Saikia-750x375
131
VIEWS
Share on FacebookShare on Twitter

সন্ত্ৰাসবাদ তথা সুৰক্ষা সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বিশেষজ্ঞ জয়দীপ শইকীয়াই নিজকে এগৰাকী প্ৰতিষ্ঠিত কবি হিচাবেও চিনাকী দিবলৈ সক্ষম হৈছে।

ইতিমধ্যে শইকীয়াৰ একাধিক সাহিত্য সৃষ্টিয়ে পাঠকৰ মনত হোন্দোলনি তোলা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ তেওঁৰ তিনিখনকৈ কবিতা পুথি ক্ৰমে –“Twilight Hour,” “Quarter to Eight,” আৰু “Neruda or Nobody” উন্মোচন কৰে অসমীয়া ছবি জগতৰ মোহময়ী অভিনেত্ৰী নিশিতা গোস্বামীয়ে।

শইকীয়াৰ ইয়াৰ পূৰ্বে প্ৰকাশিত কবিতা পুথি হৈছে “Lyrics from the Amygdala” আৰু“Susupti”।

খ্যাতনামা সুৰক্ষা বিশেষজ্ঞগৰাকীৰ বহু কবিতা ইতিমধ্যে অসমীয়ালৈ অনুবাদ হৈছে। ২০০৩ চনৰ জানুৱাৰী মাহত তদানীন্তন অসমৰ ৰাজ্যপাল এছ কে সিনহাই উন্মোচন কৰিছিল জয়দীপ শইকীয়াৰ কাব্য গ্ৰন্থ “Lyrics from the Amygdala”।

ৰাষ্ট্ৰীয় বঁটা প্ৰাপক জনপ্ৰিয় গায়িকা তৰালী শৰ্মাই শইকীয়াৰ প্ৰখ্যাত প্ৰিয়ম নামৰ কবিতাটি গীতৰ ৰূপত উজলাই তুলি সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

প্ৰিয়ম কবিতাটি অসমীয়ালৈ অনুবাদ কৰিছে দিলীপ কুমাৰ বৰুৱাই

ইতিমধ্যে জয়দীপ শইকীয়াৰ বহু কবিতা বঙালী,মালায়ালম,মণিপুৰী,তামিল আদি ভাষালৈ অনুবাদ হৈছে।

জয়দীপ শইকীয়াই হৈছে প্ৰথম ব্যক্তি যিয়ে অসম সংগীত ইংৰাজীলৈ অনুবাদ কৰিছিল।

Recent News

গুজৰাট সমাচাৰৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ: স্বতন্ত্ৰ সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণৰ অভিযোগ

গুজৰাট সমাচাৰৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ: স্বতন্ত্ৰ সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণৰ অভিযোগ

হংকঙ, ছিংগাপুৰত পুনৰ কৰ’নাৰ সংক্ৰমণ, বহু জনৰ মৃত্যু, হাস্পাতালত বাঢ়িছে ভিৰ; ভাৰতত কি পৰিস্থিতি?

হংকঙ, ছিংগাপুৰত পুনৰ কৰ’নাৰ সংক্ৰমণ, বহু জনৰ মৃত্যু, হাস্পাতালত বাঢ়িছে ভিৰ; ভাৰতত কি পৰিস্থিতি?

ৰুছ-ইউক্ৰেইন যুদ্ধ : অন্ত পৰিল প্ৰথম শান্তি আলোচনাৰ : সিদ্ধান্ত কি ?

ৰুছ-ইউক্ৰেইন যুদ্ধ : অন্ত পৰিল প্ৰথম শান্তি আলোচনাৰ : সিদ্ধান্ত কি ?

আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ স্লোভেনিয়াত থকা ব্ৰঞ্জৰ মূৰ্তি অন্তৰ্ধান, তদন্ত আৰক্ষীৰ

আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ স্লোভেনিয়াত থকা ব্ৰঞ্জৰ মূৰ্তি অন্তৰ্ধান, তদন্ত আৰক্ষীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd