• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিতেশ্বৰ শইকীয়াৰো আছিল প্ৰিয়, প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ‘প্ৰহাৰ কৰা’ অমিত শ্বাহৰো প্ৰিয় হিমন্ত বিশ্ব শৰ্মা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 9, 2022 10:53 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Congress hits back at Amit Shah কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তদানীত্বন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই অসম ভ্ৰমণৰ সময়ত তেওঁক “প্ৰহাৰ” কৰা বুলি দাবী কৰাৰ কেইঘণ্টামান পিছতে শনিবাৰে কংগ্ৰেছে শ্বাহক প্ৰত্যুত্তৰ দিয়ে।

অসম কংগ্ৰেছৰ মুখপাত্ৰ ববিতা শৰ্মাই কয় যে তেওঁ সন্দেহ কৰে যে প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে শ্বাহক “প্ৰহাৰ” কৰিছিল, কিন্তু তেওঁ “সম্ভৱতঃ… মেৰুকৰণৰ বিপদৰ পৰা অসম সমাজক ৰক্ষা কৰিছিল।‘’

“সন্দেহ যে ‘প্ৰহাৰ’ কৰিছিল যদিও সম্ভৱতঃ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই নিৰুৎসাহিত কৰি অসমবাসীৰ সহাবস্থানক মেৰুকৰণৰ বিপদৰ পৰা ৰক্ষা কৰিছিল – এতিয়া স্পষ্ট হ’ল,”-শৰ্মাই এটা টুইটত কয়।

Doubt 'thrash' but perhaps by discouraging late CM Hiteswar Saikia saved Assamese soceity from dangers of polarization -now evident.

Former Assam CM Hiteswar Saikia thrashed us when we came for Vidyarthi Parishad programme: Amit Shah… via @IndiaTodayNE https://t.co/zH0lrCbmGC

— Bobbeeta Sharma (@bobbeeta_sharma) October 8, 2022

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ জয়ৰাম ৰমেশে এই বিতৰ্কত যোগ দি কয় যে শইকীয়াই কংগ্ৰেছৰ পৰা বিজেপিলৈ সলনি হোৱা বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক “প্ৰথম সন্মান” দিছিল।

“… আৰু হিতেশ্বৰ শইকীয়াই প্ৰথমে হিমন্ত বিশ্ব শৰ্মাক সন্মান দিছিল যি এতিয়া অমিত শ্বাহৰ প্ৰিয়,”-জয়ৰাম ৰমেশে টুইট কৰি কয়।

and it was hiteshwar saikia who first gave respectability to himanta biswa sarma who is now amit shah's favourite. https://t.co/iU8JbaPmLR

— Jairam Ramesh (@Jairam_Ramesh) October 8, 2022

ইয়াৰ পূৰ্বে শনিবাৰে শ্বাহে আৰক্ষীৰ কথিত অভিযানৰ প্ৰসংগত ৰাজনীতিৰ প্ৰাৰম্ভিক বছৰবোৰত এবিভিপিৰ নেতা হিচাপে তেওঁৰ অসম ভ্ৰমণৰ কথা স্মৰণ কৰি দাবী কৰে যে কংগ্ৰেছৰ শাসনকালত এবিভিপিৰ প্ৰতিবাদৰ সময়ত তেওঁক “হিতেশ্বৰ শইকীয়া বহুত প্ৰহাৰ কৰিছিল।‘’

“মই ইয়ালৈ (অখিল ভাৰতীয়) বিদ্যাৰ্থী পৰিষদৰ কাৰ্যসূচীৰ বাবে আহিছিলো, তাৰ পিছত হিতেশ্বৰ শইকীয়াৰ (তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী) দ্বাৰা আমাক যথেষ্ট প্ৰহাৰ কৰা হৈছিল… আমি ‘অসম কি গলিয়া সুনী হে, ইন্দিৰা গান্ধী খুনি হে’ আদি শ্লোগান দিছিলো। সেই সময়ত বিজেপিয়ে নিজাববীয়াকৈ অসমত দুবাৰকৈ চৰকাৰ গঠন কৰিব বুলি কল্পনাই কৰিব পৰা হোৱা নাছিল,”-শ্বাহে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd