• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ মিত্ৰতাৰ পাশত আবদ্ধ হ’ব ত্ৰিপুৰাৰ দুই পুৰণা বন্ধু কংগ্ৰেছ-আই এন পি টি

পিনাকী দাস by পিনাকী দাস
March 24, 2019 9:36 pm
manikya-pic-

ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ প্ৰদ্যুৎ কিশোৰ মাণিক্য দেৱৱৰ্মা। ফটো : নৰ্থ-ইষ্ট নাও

408
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই পট পৰিৱৰ্তন হ’বলৈ ধৰিছে উত্তৰ-পূবৰ আন ৰাজ্যৰ লগতে ত্ৰিপুৰাৰ ৰাজনীতি। আসন্ন লোকসভা নিৰ্বাচনত আই পি এফ টিয়ে বিজেপিৰে লগ লাগি নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত লোৱাৰ বিপৰীতে এইবাৰ ৰাজ্যখনৰ আন দুটা শক্তিশালী দলৰ মাজত মিত্ৰতা হ’ব বুলি চৰ্চিত হৈছে।

জানিব পৰা মতে আগন্তুক নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ দুই পুৰণি বন্ধু কংগ্ৰেছ আৰু ইণ্ডিজিনিয়াছ নেশ্যনেল পাৰ্টী অব তিপ্ৰাৰ (আই এন পি টি) মাজত পুনৰ এবাৰ মিত্ৰতা গঢ়ি উঠিব বুলি দেওবাৰে দুয়োটা দলেই এক ইংগিত বহন কৰিছে।

এই সম্পৰ্কে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ প্ৰদ্যুৎ কিশোৰ মাণিক্য দেৱৱৰ্মাই জানিবলৈ দি কয় যে কংগ্ৰেছ আৰু আই এন পি টিৰ মাজত অনুষ্ঠিত হোৱা সভাখনতে মিত্ৰতা সন্দৰ্ভত সিদ্ধান্ত লোৱা হয়। নিৰ্বাচনত আই এন পি টিয়ে নিজাববীয়াকৈ প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে দুয়োখন আসনতেই কংগ্ৰেছ দলক সমৰ্থন আগবঢ়াব বুলি কয়।

ইফালে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছত আই এন পি টিৰ সভাপতি বিজয় কুমাৰ ৰাংখলে যিকোনো সময়তে মিত্ৰতা হৈ যাব বুলি এক ইংগিত বহন কৰে। তেওঁ লগতে অলপতে ৰাজ্যখনলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ সৈতে এক বৈঠকত মিলিত হৈছিল আৰু তাৰ পাছতে তেওঁলোকে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাৰ সিদ্ধান্ত লয় বুলি কয়।

উল্লেখ্য যে ত্ৰিপুৰালৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে এখন ৰাজহুৱা সভাত আই এন পি টিৰ দাবী সমূহ সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ উপৰি কেন্দ্ৰত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ আহিলে ত্ৰিপুৰাত সদায় উত্থাপন হৈ অহা পৃথক ৰাজ্য গঠনৰ দাবীৰ লগতে জনজাতীয় লোকৰ সকলো সমস্যা সমাধান কৰাৰো প্ৰতিশ্ৰুতি দিছিল ৰাহুল গান্ধীয়ে।

Recent News

পুৱা উঠাৰ লগে লগে মূৰৰ বিষ! সম্ভাৱ্য কাৰণ আৰু নিৰাময় সন্দৰ্ভত কি কয় বিশেষজ্ঞই?

পুৱা উঠাৰ লগে লগে মূৰৰ বিষ! সম্ভাৱ্য কাৰণ আৰু নিৰাময় সন্দৰ্ভত কি কয় বিশেষজ্ঞই?

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd