• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁইৰ বাহনত দুৰ্বৃত্তৰ আক্ৰমণ

অনিৰ্বাণ পাঠক, ফাৰহানা আহমেদ by অনিৰ্বাণ পাঠক, ফাৰহানা আহমেদ
April 5, 2019 10:14 pm
Attack on Anil Bargohain
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চামগুৰিত এন পি পিৰ প্ৰাৰ্থী আব্দুল আজিজৰ পাছতেই এইবাৰ দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হয় লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁই।

ঘটনাৰ বিৱৰণি মতে আজি জোনাইত এখন নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁয়ে অংশ গ্ৰহণ কৰি ওভতাৰ পথত চিলাপথাৰৰ সমীপৱৰ্তী চিলাসূঁতিত সন্মিলিত গণশক্তি আৰু টাকাম মিচিং পৰিন কাবাঙৰ সদস্যই আক্ৰমণ কৰে।

বিয়লি ৪.২০ বজাত উক্ত দল দুটাৰ সদস্য আৰু সমৰ্থকে কংগ্ৰেছ প্ৰাৰ্থীজনৰ গাড়ীলৈ শিলগুটি নিক্ষেপ কৰে। ফলত বৰগোহাঁইৰ এ এছ ২২ বি ৪২৮৪ মহিন্দ্ৰা এক্স য়ু ভি বাহনখনৰ পিছফালৰ আইনা ভাঙি যায়। অৱশ্যে এই ঘটনাত কথমপি ৰক্ষা পৰে লখিমপুৰ লোক সভাৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁই।

আনহাতে এই ঘটনাৰ পাছতেই উত্তপ্ত হৈ পৰে উক্ত স্থান। একাংশ কংগ্ৰেছ কৰ্মী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাক গৰিহণা দিয়াৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰে। কংগ্ৰেছ কৰ্মীসকলে কিছুসময়ৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি দোষীক কৰায়ত্ত কৰাৰ দাবী জনায়। পিছত আৰক্ষীৰ শীৰ্ষ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে পূৰ্বতেও নগাঁৱৰ ৰূপহীহাটৰ গেৰুৱাটিত প্ৰথম পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাব যোৱাৰ সময়তে এন পি পিৰ প্ৰাৰ্থী আব্দুল আজিজৰ কনভয়ৰ তিনিখন গাড়ীত আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল। কংগ্ৰেছী গুণ্ডাবাহিনীয়ে এই আক্ৰমণৰ কৰাৰ অভিযোগ তুলিছিল এন পি পি কৰ্মীসকলে। এই আক্ৰমণত আজিজৰ কেইবাজনো সমৰ্থক আহত হোৱাৰ লগতে কনভয়ৰ তিনিখন গাড়ী বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল।

Tags: নিৰ্বাচন ২০১৯
অনিৰ্বাণ পাঠক, ফাৰহানা আহমেদ

অনিৰ্বাণ পাঠক, ফাৰহানা আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ উন্নতিৰ বাবে নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ আহ্বান ভাৰতৰ

ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ উন্নতিৰ বাবে নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ আহ্বান ভাৰতৰ

September 10, 2025 10:34 am
অন্ত পৰিব নে ৰাজিনীতিৰ বোকা ছটিওৱা খেলখন! গৌৰৱ গগৈৰ কথিত পাকিস্তান সম্পৰ্কৰ SIT তদন্তৰ কোনো সময়সীমা নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অন্ত পৰিব নে ৰাজিনীতিৰ বোকা ছটিওৱা খেলখন! গৌৰৱ গগৈৰ কথিত পাকিস্তান সম্পৰ্কৰ SIT তদন্তৰ কোনো সময়সীমা নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

September 10, 2025 9:49 am
মুখ্যমন্ত্ৰী শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য! অসমত হিন্দু বঙালীয়ে CAAৰ অধীনত আবেদন কৰা নাই ইতিমধ্যেই তেওঁলোক ভাৰতীয় নাগৰিক

মুখ্যমন্ত্ৰী শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য! অসমত হিন্দু বঙালীয়ে CAAৰ অধীনত আবেদন কৰা নাই ইতিমধ্যেই তেওঁলোক ভাৰতীয় নাগৰিক

September 10, 2025 8:52 am
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: চুবুৰীৰ কাজিয়াই ইচ্ছাকৃতভাৱে এজনে আন এজনক আত্মহননৰ বাবে প্ৰৰোচিত কৰা নুবুজায়

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: চুবুৰীৰ কাজিয়াই ইচ্ছাকৃতভাৱে এজনে আন এজনক আত্মহননৰ বাবে প্ৰৰোচিত কৰা নুবুজায়

September 10, 2025 8:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ উন্নতিৰ বাবে নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ আহ্বান ভাৰতৰ

ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ উন্নতিৰ বাবে নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ আহ্বান ভাৰতৰ

September 10, 2025 10:34 am
অন্ত পৰিব নে ৰাজিনীতিৰ বোকা ছটিওৱা খেলখন! গৌৰৱ গগৈৰ কথিত পাকিস্তান সম্পৰ্কৰ SIT তদন্তৰ কোনো সময়সীমা নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অন্ত পৰিব নে ৰাজিনীতিৰ বোকা ছটিওৱা খেলখন! গৌৰৱ গগৈৰ কথিত পাকিস্তান সম্পৰ্কৰ SIT তদন্তৰ কোনো সময়সীমা নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

September 10, 2025 9:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd