• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

CAA-বিৰোধী আন্দোলনলৈ সমৰ্থন আগ বঢ়াবলৈ ২৮ ডিচেম্বৰত ৰাহুল গান্ধী অসমলৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 25, 2019 8:25 am
Rahul Promise
738
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত তীব্ৰ ৰূপত চলি থকা CAA-বিৰোধী আন্দোলনক সমৰ্থন দিবলৈ অহা ২৮ ডিচেম্বৰত ৰাহুল গান্ধী অসমলৈ আহিব।

প্ৰদেশ কংগ্ৰেছ কমিটীৰ সূত্ৰই জানিবলৈ দিয়া মতে, কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ নেতাজনে ২৮ ডিচেম্বৰত দিনৰ ১১ বজাত খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত এখন ৰাজহুৱা সভাত ভাগ ল’ব।

বৰ্তমান অসম ভ্ৰমণত থকা গোলাম নবী আজাদৰ পিছত এটা সপ্তাহৰ ভিতৰতে অসম ভ্ৰমণ কৰা গান্ধী কংগ্ৰেছৰ দ্বিতীয়জন কেন্দ্ৰীয় নেতা হ’ব।

অসমত যোৱা প্ৰায় এপষেক ধৰি চলি থকা নাগৰিকত্ব (সংশোধন) আইন বিৰোধী আন্দোলন বৰ্তমানেও শাম নাই কটা, বৰং দিনক দিনে তীব্ৰতৰ হৈ উঠিছে। চৰকাৰৰ না না ভাবুকি, প্ৰলোভনেও তীব্ৰতা হ্ৰাস কৰিব পৰা নাই আন্দোলনৰ।

ঘাইকৈ আছু আৰু শিল্পী সমাজৰ নেতৃত্বত চলি থকা এই গণ-আন্দোলনৰ প্ৰতি বিৰোধী দল কংগ্ৰেছৰ সঁহাৰি আৰু সহমৰ্মিতা প্ৰকাশ কৰা হ’ব ৰাহুল গান্ধীৰ সভাখনৰ পৰা, সূত্ৰটোৰ দাবী।

২৪ ডিচেম্বৰত দিচপুৰত এখন সংবাদমেল দি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদে CAA-বিৰোধী আন্দোলনৰ চহিদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উপৰি বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰিছিল।

উল্লেখ কৰিব পাৰি যে ২৩ ডিচেম্বৰত ফল ঘোষিত ঝাৰখণ্ডৰ নিৰ্বাচনত ঝাৰখণ্ড মুক্তি মৰ্চাৰ সৈতে জোঁট বান্ধি বিজেপিক শাসনৰ পৰা উচ্ছেদ কৰিবলৈ সক্ষম হৈছিল কংগ্ৰেছ। অসমতো ডেৰ বছৰৰ পিছত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd