• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’নাত আক্ৰান্ত কংগ্ৰেছ নেতা শচীন পাইলট; নিজেই টুইট কৰি জনালে নেতাগৰাকীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 13, 2020 8:48 am
Sachin Pilot

শচীন পাইলট।

256
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন সাংসদ, ৰাজস্থান কংগ্ৰেছৰ শীৰ্ষ নেতা তথা বৰ্তমান বিধায়ক শচীন পাইলট কৰ’নাত আক্ৰান্ত হৈছে। বৃহস্পতিবাৰে নিজেই টুইট কৰি এই কথা জানিবলৈ দিয়ে নেতাগৰাকীয়ে।

কংগ্ৰেছৰ জনপ্ৰিয় নেতা পাইলটে লগতে তেওঁৰ সংস্পৰ্শলৈ অহা সকলো ব্যক্তিকে কৰ’না টেষ্ট কৰাৰ বাবে আহ্বান জনাইছে।

চিকিৎসকলৰ পৰামৰ্শ গ্ৰহণ কৰি নেতাগৰাকীয়ে বৰ্তমান চিকিৎসা গ্ৰহণ কৰি আছে।

নিজৰ টুইটাৰত পাইলটে লিখিছে,’’মই কৰ’না পজিটিভ। যোৱা কেইদিন ধৰি যিসকলে মোৰ সংস্পৰ্শলৈ আহিছে, অনুগ্ৰহ কৰি নিজৰ কৰ’না টেষ্ট কৰি ল’ব। চিকিৎসকৰ পৰামৰ্শ মানি চলিছো। আশা কৰো শীঘ্ৰেই সুস্থ হৈ উঠিম।‘’

I have tested positive for Covid 19.

Anyone who may have come in contact with me over the last few day, please get yourselves tested.

Am taking appropriate doctoral advice. Hope to recover soon.

— Sachin Pilot (@SachinPilot) November 12, 2020

পাইলটৰ টুইটৰ পাছতে তেওঁৰ অনুৰাগীসকলে চিন্তিত হৈ পৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁৰ আশু আৰোগ্য কামনা কৰি টুইট কৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও দেশৰ বহু আগশাৰীৰ নেতা মাৰাত্মক কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানকে আৰম্ভ কৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আক্ৰান্ত হৈছে।

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা তৰুণ গগৈও কৰ’নাত আক্ৰান্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে।

Tags: COVID-19

Recent News

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd