• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিচপুৰত কংগ্ৰেছৰ প্ৰতিবাদ : গ্ৰেপ্তাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, তত্ত্বাৱধায়ক হৰিশ ৰাৱট সহ কেইবাগৰাকীও কংগ্ৰেছ নেতা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
September 10, 2018 1:12 pm
protest

দিছপুৰৰ জনতা ভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি নিখিল ভাৰত কংগ্ৰেছৰ আহ্বানত ভাৰত বন্ধৰ সময়তে গুৱাহাটীৰ দিচপুৰস্থিত মানবেন্দ্ৰ শৰ্মা চৌহদৰ পৰা প্ৰদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু প্ৰদেশ কংগ্রেছৰ তত্বাৱধায়ক হৰিশ ৰাৱটৰ নেতৃত্বত কংগ্ৰেছে এক প্ৰতিবাদী সমদল উলিয়ায়।

কংগ্ৰেছৰ কেইবাশ প্ৰতিবাদকাৰীয়ে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি জনতা ভৱন অভিমুখে ৰাওনা হয়।

প্ৰতিবাদী দলটোক আৰক্ষীয়ে দুটা স্থানত ৰখাবলৈ চেষ্টা কৰে যদিও আৰক্ষীৰ বেৰিকেড নেওচি প্ৰতিবাদকাৰীসকল জনতা ভৱনৰ সন্মুখত আহি উপস্থিত হয়।

protest 2
দিচপুৰত প্ৰতিবাদ মুখৰ কংগ্ৰেছ। ফটো : নৰ্থইষ্ট নাও

প্ৰতিবাদকাৰী সকলে জি এছ ৰোডৰ বিভিন্ন স্থানত গাড়ী ৰখাই প্ৰতিবাদ সাব্যস্ত কৰে। সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে উত্তাল পৰিবেশ সৃষ্টি কৰাৰ লগতে আৰক্ষীৰ সৈতে খণ্ডযুদ্ধতো লিপ্ত হয়।

ইয়াৰ পাছতে আৰক্ষীয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, অসমৰ তত্বাৱধায়ক হৰিশ ৰাৱত, কংগ্ৰেছ নেতা অকন বৰা, ববিতা শৰ্মা, ৰেকিবুদ্দিন আহমেদ প্ৰমুখ্যে বহুসংখ্যক নেতা কৰ্মীক আটক কৰি লৈ যায়।

আনহাতে, আজিৰ প্ৰতিবাদত ভাগ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয়, “বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোক শাসনলৈ আহিলে কংগ্ৰেছৰ দিনতকৈ বস্তুৰ দাম আধা কৰি দিব। কিন্তু এতিয়া তাৰ সম্পূৰ্ণ ওলোটাতো হ’ল। পু্ঁজিপতিৰ স্বাৰ্থত কাম কৰা বিজেপিৰ দিনত এতিয়া অত্যৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যই সাধাৰণ ৰাইজৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে”।

তেওঁ লগতে কয় যে বিজেপি চৰকাৰে পূজিপতিৰ স্বাৰ্থ ৰক্ষাৰ বাবে আৰোপ কৰা সকলো ব্যৱস্থা বন্ধ নকৰিলে আৰু সামগ্ৰীৰ মূল্য হ্ৰাস নকৰিলে কংগ্ৰেছৰ প্ৰতিবাদ অব্যাহত থাকিব।

গুৱাহাটীত প্ৰতিবাদত অংশ লৈ হৰিশ ৰাৱটে বন্ধ সফল কৰাৰ বাবে দেশবাসীক ধন্যবাদ জনায়। তেওঁ তেওঁ সোণোৱাল চৰকাৰক ধিক্কাৰ দি কয়, “অসমত সোণোৱাল চৰকাৰে দমন নীতিৰে আমাৰ প্ৰতিবাদ স্তব্ধ কৰিবলৈ চেষ্টা কৰিছে। আমাৰ কৰ্মীৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে।”

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd