• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ৰ’নাৰ বাবে কংগ্ৰেছৰ এমজিএনৰেগা আঁচনিৰ শৰনাপন্ন হ’বলগীয়া হ’ল মোদী চৰকাৰ : ছোনিয়া গান্ধী

এন ই নাও নিউজ by এন ই নাও নিউজ
June 8, 2020 5:29 pm
ক’ৰ’নাৰ বাবে কংগ্ৰেছৰ এমজিএনৰেগা আঁচনিৰ শৰনাপন্ন হ’বলগীয়া হ’ল মোদী চৰকাৰ : ছোনিয়া গান্ধী

উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে পুনৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰক সমালোচনা কৰিছে।

নৰেন্দ্ৰ মোদী চৰকাৰক সমালোচনা কৰি ছোনিয়া গান্ধীয়ে কোভিড-১৯ৰ সংক্ৰমণৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰখনে পুনৰ কংগ্ৰেছ চৰকাৰৰ এমজিএনৰেগা আঁচনিলৈ ঘুৰি আহিবলৈ বাধ্য হ’ল বুলি কয়।

‘‘নৰেন্দ্ৰ মোদী চৰকাৰে এমজিএনৰেগা আঁচনিক সম্পুৰ্ণৰূপে নিশেষ কৰাৰ বাবে চেষ্টা কৰিছিল কিন্তু ক’ৰ’না মহামাৰীয়ে অৰ্থনীতিৰ ওপৰত পেলোৱা প্ৰভাৱৰ বাবে পুনৰ তেওঁলোকে এমজিএনৰেগালৈ ঘুৰি আহিবলৈ বাধ্য হ’ল,’’ ছোনিয়া গান্ধীয়ে কয়।

আনহাতে, কংগ্ৰেছ সভানেত্ৰী গৰাকীয়ে বিজেপি চৰাকৰে কংগ্ৰেছ চৰকাৰৰ দিনৰ গাঁৱৰ সাহায্য আঁচনি এমজিএনৰেগাক অৰ্থহীন কৰাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবেও সমালোচনা কৰে।

ছোনিয়া গান্ধীয়ে এমজিএনৰেগা আঁচনিৰ জৰিয়তে ভাৰতত লাখ লাখ লোকক অতি দুখীয়া অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ কংগ্ৰেছ নেতৃত্বাধীন য়ুপিএ চৰকাৰখন সক্ষম হৈছিল বুলিও লগতে কয়।

উল্লেখযোগ্য যে, নৰেন্দ্ৰ মোদী চৰকাৰে এমজিএনৰেগাত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলি আঁচনিখন বন্ধ কৰি থৈছিল।

ক’ৰ’নাৰ সংক্ৰমণৰ বাবে দেশৰ লাখ লাখ শ্ৰমিক নিজ ৰাজ্যলৈ উভতি আহিবলগীয়া হোৱাত সেইসকল শ্ৰমিকক এমজিএনৰেগা আঁচনিৰ জৰিয়তে সংস্থাপন দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কেন্দ্ৰ চৰকাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ন্যায়াধীশ নিযুক্তিতো গুজৰাটক প্ৰাধান্য; কলেজিয়ামৰ সিদ্ধান্তক লৈ প্ৰশ্ন ভাবী মুখ্য ন্যায়াধীশৰেই!

ন্যায়াধীশ নিযুক্তিতো গুজৰাটক প্ৰাধান্য; কলেজিয়ামৰ সিদ্ধান্তক লৈ প্ৰশ্ন ভাবী মুখ্য ন্যায়াধীশৰেই!

August 27, 2025 10:06 am
কৰ্ণাটকত দশেৰা মহোৎসৱ উদ্বোধনৰ বাবে বুকাৰ বিজয়ী বানু মুস্তাকক নিমন্ত্ৰণক লৈ ৰাজনৈতিক বিতৰ্ক

কৰ্ণাটকত দশেৰা মহোৎসৱ উদ্বোধনৰ বাবে বুকাৰ বিজয়ী বানু মুস্তাকক নিমন্ত্ৰণক লৈ ৰাজনৈতিক বিতৰ্ক

August 27, 2025 9:31 am
জালিয়াতিৰ অভিযোগ! শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ বিৰুদ্ধে ৰুজু গোচৰ

জালিয়াতিৰ অভিযোগ! শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ বিৰুদ্ধে ৰুজু গোচৰ

August 27, 2025 8:39 am
বহু দিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক : বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই প্ৰেমিকাক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত ল’লে প্ৰেমিকে

বহু দিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক : বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই প্ৰেমিকাক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত ল’লে প্ৰেমিকে

August 27, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ন্যায়াধীশ নিযুক্তিতো গুজৰাটক প্ৰাধান্য; কলেজিয়ামৰ সিদ্ধান্তক লৈ প্ৰশ্ন ভাবী মুখ্য ন্যায়াধীশৰেই!

ন্যায়াধীশ নিযুক্তিতো গুজৰাটক প্ৰাধান্য; কলেজিয়ামৰ সিদ্ধান্তক লৈ প্ৰশ্ন ভাবী মুখ্য ন্যায়াধীশৰেই!

August 27, 2025 10:06 am
কৰ্ণাটকত দশেৰা মহোৎসৱ উদ্বোধনৰ বাবে বুকাৰ বিজয়ী বানু মুস্তাকক নিমন্ত্ৰণক লৈ ৰাজনৈতিক বিতৰ্ক

কৰ্ণাটকত দশেৰা মহোৎসৱ উদ্বোধনৰ বাবে বুকাৰ বিজয়ী বানু মুস্তাকক নিমন্ত্ৰণক লৈ ৰাজনৈতিক বিতৰ্ক

August 27, 2025 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd