• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিৰ ফেইচবুক ইণ্ডিয়া কাণ্ড! : তদন্ত বিচাৰি ফেইচবুক প্ৰধান জুকাৰবাৰ্গলৈ পত্ৰ প্ৰেৰণ কংগ্ৰেছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 18, 2020 8:54 pm
105572714-1542173326879modi

প্ৰতিনিধিত্বমূলক ফ'টো

347
VIEWS
Share on FacebookShare on Twitter

দেশৰ ৰাজনীতি উত্তাল কৰি ৰাখিছে ফেইচবুক ইণ্ডিয়াই!

উল্লেখ্য যে ফেইচবুকে ভাৰতত শাসকীয় দলক বিশেষ ভাৱে সহায় কৰি অহা বুলি মাৰ্কিন সংবাদ মাধ্যমত চৰ্চা লাভ কৰাৰ পিছতে দেশৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছে।

বিৰোধী দল কংগ্ৰেছে শাসকীয় দল বিজেপিক এই সংক্ৰান্তত কটাক্ষ কৰাতেই সীমাৱদ্ধ নাথাকি ভাৰতত বিজেপিয়ে বিদ্ধেষমূলক মন্তব্য বিয়পাবলৈ কেনেকৈ অনুমতি লাভ কৰিলে তাৰ সম্পূৰ্ণ তদন্তৰো দাবী উত্থাপন কৰিছে।

তথ্য প্ৰযুক্তি বিষয়ক সংসদীয় স্থায়ী কমিটিৰ অধ্যক্ষ শশী থাৰুৰে ফেইচবুকৰ ভাৰতীয় শাখাৰ পৰিচালকক এই সংক্ৰান্তত জবাবদিহিৰ বাবে তলব কৰিবলৈ বিচাৰিছে যদিও শাসক পক্ষই বাধা দিছে।

ইফালে কংগ্ৰেছে এনে এটা বিশেষ সুযোগ নষ্ট নকৰি ইয়াক সদব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগিছে। যোৱা দেওবাৰৰ পৰাই কংগ্ৰেছে বিষয়টোক গুৰুত্ব সহকাৰে লৈ বিজেপিক শলঠেকত পেলাবলৈ অহৰহ চেষ্টা কৰি থকা দেখা গৈছে।

ইয়াৰ মাজতে কংগ্ৰেছে এই সমগ্ৰ বিষয়টো তদন্ত কৰিবলৈ ফেইচবুকৰ প্ৰধান মাৰ্ক জোকাৰবাৰ্গলৈ এখন পত্ৰও প্ৰেৰণ কৰিছে।

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে এই সন্দৰ্ভত কয়, “আমেৰিকাৰ সংবাদ পত্ৰত ফেইচবুকৰ ভাৰতীয় শাখাৰ বিৰুদ্ধে বিজেপিৰ প্ৰতি পক্ষপাতিত্ব কৰাৰ অভিযোগ উঠিছে। আমি বিচাৰো সংস্থাৰ প্ৰধান হিচাপে মাৰ্ক জোকাৰবাৰ্গে তাৰ তদন্ত কৰক।”

অন্যহাতে বিষয়টোত বিজেপিয়ো পিছ পৰি থকা নাই। বিজেপিয়ে এই বিষয়টোক ৰাহুল গান্ধীৰ এক ৰাজনৈতিক এজেণ্ডা বুলিও অভিহিত কৰিছে।

কিন্তু তৃণমূল কংগ্ৰেছে এই বিষয়টোত কংগ্ৰেছৰ পক্ষ লোৱাৰ পাছত বিজেপিয়ে কিছু পিছ পৰি ৰোৱাৰ ফলত এই ৰাজনৈতিক যুঁজখন অতি আকৰ্ষণীয় হোৱাৰ সম্ভাৱনাই দেখা দিছে।

Recent News

গুজৰাট সমাচাৰৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ: স্বতন্ত্ৰ সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণৰ অভিযোগ

গুজৰাট সমাচাৰৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ: স্বতন্ত্ৰ সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণৰ অভিযোগ

হংকঙ, ছিংগাপুৰত পুনৰ কৰ’নাৰ সংক্ৰমণ, বহু জনৰ মৃত্যু, হাস্পাতালত বাঢ়িছে ভিৰ; ভাৰতত কি পৰিস্থিতি?

হংকঙ, ছিংগাপুৰত পুনৰ কৰ’নাৰ সংক্ৰমণ, বহু জনৰ মৃত্যু, হাস্পাতালত বাঢ়িছে ভিৰ; ভাৰতত কি পৰিস্থিতি?

ৰুছ-ইউক্ৰেইন যুদ্ধ : অন্ত পৰিল প্ৰথম শান্তি আলোচনাৰ : সিদ্ধান্ত কি ?

ৰুছ-ইউক্ৰেইন যুদ্ধ : অন্ত পৰিল প্ৰথম শান্তি আলোচনাৰ : সিদ্ধান্ত কি ?

আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ স্লোভেনিয়াত থকা ব্ৰঞ্জৰ মূৰ্তি অন্তৰ্ধান, তদন্ত আৰক্ষীৰ

আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ স্লোভেনিয়াত থকা ব্ৰঞ্জৰ মূৰ্তি অন্তৰ্ধান, তদন্ত আৰক্ষীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd