• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
May 22, 2022 8:03 pm
216
VIEWS
Share on FacebookShare on Twitter

আজি নগাঁও জিলা আৰক্ষী-প্ৰশাসনে বটদ্ৰৱাৰ উচ্ছেদত সন্দেহৰ গোন্ধ পাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

কেৱল থানাত আক্ৰমণকাৰীৰ বাসগৃহ বাছি বাছি উচ্ছেদ কিয়? বুলি প্ৰশ্ন কৰি আশ্চৰ্য্য প্ৰকাশ ভূপেন বৰাৰ।
ভূপেন বৰাৰ মতে বটদৱা আৰক্ষী থানা জ্বলোৱা কাণ্ড আৰক্ষী বিষয়াৰ গাফিলতিৰ বাবে হ’ব পাৰে আৰু চৰকাৰে সেয়েহে থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে উপ পৰিদৰ্শককো নিলম্বন কৰিলে।

বটদ্ৰৱা কাণ্ডৰ বিষয়টো সংবেদনশীল আখ্যা দি ভূপেন বৰাৰ মন্তব্য “যিখন চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে চিটিবাছত নিৰাপত্তাৰক্ষী নোহোৱাকৈ ঘূৰিম বুলি কয় সেইখন চৰকাৰৰ মন্ত্ৰীয়ে য’তে ত’তে জেহাদী দেখা পোৱাটো চিন্তাৰ বিষয়”।
ভূপেন বৰাৰ মতে “আইন আদালত থকাৰ পাছতো ৰাজ্যৰ গৃহবিভাগে মৃত্যুদণ্ড দিয়া আৰম্ভ কৰিছে। অসমত থানাতো দিয়া হৈছে মৃত্যুদণ্ড”।
মুখ্যমন্ত্ৰীয়ে কয় এটা আৰু কৰে বেলেগ এটা বুলিও ভূপেন বৰাই কয় ।

অৱশ্যে, আইন হাতত তুলি লোৱা দুস্কৃতিকাৰীৰ বিৰুদ্ধে চৰকাৰে দৃষ্টান্তমূলক শাস্তি দিয়াটো বিচাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

 পৰিস্থিতি পৰ্য্যবেক্ষণ তথা ক্ষেত্ৰ অধ্যয়নৰ বাবে কাৰ্য্যকৰী সভাপতি ৰাণা গোস্বামীৰ নেতৃত্বত ৭ জনীয়া কমিটি গঠন কৰা হৈছে বুলি তেওঁ সংবাদমেলত জনায়। য’ত বটদ্ৰৱাৰ বিধায়িকা শিবামণি বৰা, নুৰুল হুডা, নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাকে ধৰি অন্য নেতৃত্ব আছে। প্ৰতিবেদন দাখিলৰ বাবে কমিটিখনক ৪৮ ঘন্টা সময় দিয়া হৈছে বুলিও বৰাই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, শনিবাৰে বিয়লি বটদ্ৰৱা আৰক্ষী থানাত অগ্নি সংযোগ কৰাৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে ২১ গৰাকীক গ্ৰেপ্তাৰ কৰিছে নগাওঁ আৰক্ষীয়ে। কালিৰ থানা জ্বলোৱা ঘটনাৰে জৰিত থকা চালনাবাৰীৰ অভিযুক্তৰ পৰিয়ালৰ বাসগৃহতো আৰক্ষী প্ৰশাসনে দেওবাৰে উচ্ছেদ চলায়। যেন এয়া হৈ পৰিছে খুন কা বদলে খুনৰ দৰে ঘটনা।

Recent News

তুৰ্কীৰ ওপৰত অৰ্থনৈতিক অবৰোধৰ দাবী! ভাৰতীয় পৰ্যটকক ভ্ৰমণ বৰ্জনৰ আহ্বান

তুৰ্কীৰ ওপৰত অৰ্থনৈতিক অবৰোধৰ দাবী! ভাৰতীয় পৰ্যটকক ভ্ৰমণ বৰ্জনৰ আহ্বান

‘মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাঁহনিত’! বিতৰ্ক আৰু সংকটকালৰ মাজতে ট্ৰাম্পক সাক্ষাৎ কৰিবলৈ কাটাৰলৈ গ’ল মুকেশ আম্বানী

‘মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাঁহনিত’! বিতৰ্ক আৰু সংকটকালৰ মাজতে ট্ৰাম্পক সাক্ষাৎ কৰিবলৈ কাটাৰলৈ গ’ল মুকেশ আম্বানী

দেশ প্ৰথম, পাকিস্তানক সমৰ্থন কৰা বাবে তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি বাতিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ

দেশ প্ৰথম, পাকিস্তানক সমৰ্থন কৰা বাবে তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি বাতিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ

অসমৰ কেবিনেটৰ বাতৰি পৰিবেশনৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে AI এংকৰ অংকিতা

অসমৰ কেবিনেটৰ বাতৰি পৰিবেশনৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে AI এংকৰ অংকিতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd