• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Karnataka election results: বিজেপি মুক্ত দক্ষিণ ভাৰত; কংগ্ৰেছৰ কটাক্ষৰ সন্মুখীন বিজেপি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 14, 2023 7:42 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটকত কংগ্ৰেছৰ বিশাল জয়। সমগ্ৰ দেশকে ঘূৰি থিয় হ’বলৈ আহ্বান জনাইছে কংগ্ৰেছ শিবিৰে। বিজেপিৰ কংগ্ৰেছমুক্ত ভাৰত অভিযানৰ পথত প্ৰচণ্ড আঘাত হানিলে কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলে।

কংগ্ৰেছৰ বিপুল বিজয়ৰ সময়তে মুখ খুলিছে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে। তেওঁ কয় যে কংগ্ৰেছ মুক্ত ভাৰত গঢ়াৰ আহ্বান জনাইছিল বিজেপিয়ে। এতিয়া দক্ষিণ ভাৰতৰ পৰা নিচিহ্ন হৈ গৈ আছে বিজেপি।

বাঘেলে সাংবাদিকৰ আগত কয়, প্ৰথমে আমি হিমাচল প্ৰদেশ আৰু তাৰ পিছত কৰ্ণাটক জিকিলোঁ। তেওঁলোকে কংগ্ৰেছ মুক্ত ভাৰতৰ কথা কয়। আৰু এতিয়া দক্ষিণ ভাৰত বিজেপি মুক্ত। তেওঁ কয় যে এয়া প্ৰধানমন্ত্ৰীৰ পৰাজয়।

লগতে পঢ়ক: কৰ্ণাটকত কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠতা; নিৰ্বাচনত কি ইছ্যু চলিল, কি নচলিল…

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে লগতে কয়, ফলাফল আমাৰ আশা অনুযায়ী হৈছে। প্ৰধানমন্ত্ৰীয়ে নিজেই সন্মুখত থিয় হৈ ভোট বিচাৰিছিল। সেয়েহে এইটো প্ৰধানমন্ত্ৰী  মোডীৰ পৰাজয়।

তেওঁ কয়, বজৰংগবলী কাৰ লগত আছে আপোনালোকে চাবই পাৰে। দুৰ্নীতিৰ মূৰত পৰিছে বজৰংগবলীৰ গদা। ইফালে ইয়াৰ পূৰ্বে ইস্তাহাৰত কংগ্ৰেছে ক্ষমতালৈ আহিলে বজৰং দলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছিল। আৰু তেতিয়াই বিজেপিয়ে বজৰংগবলীৰ নামত প্ৰচাৰ চলাইছিল।

মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে কংগ্ৰেছৰ বিজয়ক ব্যাপক প্ৰশংসা কৰে। কংগ্ৰেছে যে জয়ী হ’ব সেয়া নিশ্চিত আছিল বুলিও তেওঁ কয়। অৱশ্যে এইবাৰ বিজেপিয়ে মিত্ৰ দলবোৰৰ সৈতে লেনদেন আৰম্ভ কৰিব।

লগতে পঢ়ক:Karnataka Election result 2023: কৰ্ণাটকত ‘মুমকিন’ নহ’ল মোডী তন্ত্ৰ! নতুন মন্ত্ৰেৰে বাজীমাৎ ৰাহুলৰ

কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়েও বিজেপিক আক্ৰমণ কৰে।অধীৰ চৌধুৰীয়ে কয় যে ৰাহুল গান্ধীয়ে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছিল। সেইবাবেই তেওঁৰ সদস্যপদ বাতিল কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। আৰু এতিয়া এই দুৰ্নীতিৰ বাবে মানুহে বিজেপিক দলিয়াই পেলালে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ খবৰ : দুটাকৈ ভয়ংকৰ নাও দুৰ্ঘটনাত সলিল সমাধি ১৯৩ গৰাকীৰ

কংগোৰ খবৰ : দুটাকৈ ভয়ংকৰ নাও দুৰ্ঘটনাত সলিল সমাধি ১৯৩ গৰাকীৰ

September 13, 2025 8:17 am
মেঘালয়ৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ ৯২ বছৰ বয়সত দেহাৱসান

মেঘালয়ৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ ৯২ বছৰ বয়সত দেহাৱসান

September 13, 2025 8:10 am
ধৰ্ম অৱমাননা কৰাৰ অভিযোগত ভাবুকি; অভিনেত্ৰী দিশা পাটানীৰ ঘৰৰ বাহিৰত গুলীচালনা!

ধৰ্ম অৱমাননা কৰাৰ অভিযোগত ভাবুকি; অভিনেত্ৰী দিশা পাটানীৰ ঘৰৰ বাহিৰত গুলীচালনা!

September 13, 2025 7:38 am
নেপালত অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে ঘোষণা নিৰ্বাচনৰ তাৰিখ

নেপালত অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে ঘোষণা নিৰ্বাচনৰ তাৰিখ

September 13, 2025 7:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ খবৰ : দুটাকৈ ভয়ংকৰ নাও দুৰ্ঘটনাত সলিল সমাধি ১৯৩ গৰাকীৰ

কংগোৰ খবৰ : দুটাকৈ ভয়ংকৰ নাও দুৰ্ঘটনাত সলিল সমাধি ১৯৩ গৰাকীৰ

September 13, 2025 8:17 am
মেঘালয়ৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ ৯২ বছৰ বয়সত দেহাৱসান

মেঘালয়ৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ ৯২ বছৰ বয়সত দেহাৱসান

September 13, 2025 8:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd