• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৰ্ণাটকত কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠতা; নিৰ্বাচনত কি ইছ্যু চলিল, কি নচলিল…

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 13, 2023 2:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ২২৪খন আসনৰ আটাইকেইখন আসনৰ ভোটগণনা চলি আছে আৰু মল্লিকাৰ্জুন খৰ্গে নেতৃত্বাধীন কংগ্ৰেছ দলে ফলাফলৰ ধাৰাত সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিছে। কংগ্ৰেছৰ উত্থানৰ আঁৰত কোনবোৰ ইছ্যুৱে ফল দিলে আৰু কোনবোৰ ইছ্যু বিফল হ’ল সেই লৈ চৰ্চা আৰম্ভ হৈছে। গতিকে কৰ্ণাটকত কি চলিল আৰু কি নচলিল চাওঁ আহক।

উল্লেখ্য যে ১০ মে’ত কৰ্ণাটকত ২২৪খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল আৰু ৭৩.১৯ শতাংশ ভোটাৰে ভোটদান কৰিছিল।

কৰ্ণাটকত কি ইছ্যু চলিল?

দুৰ্নীতিৰ ইছ্যুঃ কৰ্ণাটকৰ দুৰ্নীতিৰ বিষয়টো কংগ্ৰেছে উত্থাপন কৰিছিল আৰু আৰম্ভণিৰে পৰাই দলটোৱে দুৰ্নীতিৰ বিষয়টোক লৈ বিজেপি চৰকাৰক অবিৰতভাৱে আক্ৰমণ কৰি আহিছে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত কংগ্ৰেছে কৰ্ণাটকৰ বিজেপি চৰকাৰৰ দুৰ্নীতিৰ বিষয়টো উত্থাপন কৰি ধাৰাবাহিকভাৱে লক্ষ্য কৰি লৈছিল।

Apply Now

প্ৰধানমন্ত্ৰীৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণঃ  নিৰ্বাচনী প্ৰচাৰৰ সময়ত কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ চলাইছিল আৰু ইয়াৰ সুফল কংগ্ৰেছ দলে পালে। কংগ্ৰেছে ১১৩খন আসনৰ সংখ্যাগৰিষ্ঠতাৰ নম্বৰ অতিক্ৰম কৰি গৈছে আৰু ১৩০খন আসনত দলৰ প্ৰাৰ্থীয়ে আগবাঢ়ি আছে।

আমুল বনাম নন্দিনীঃ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত আধিপত্য বিস্তাৰ কৰিছিল আমুল বনাম নন্দিনীৰ বিষয়টোৱে। চলিত বৰ্ষৰ ৫ এপ্ৰিলত গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেচনে কৰ্ণাটকত আমুলৰ সামগ্ৰী মুকলি কৰাৰ কথা ঘোষণা কৰিছিল। এই ঘোষণাৰ পিছতে ৰাজ্যত এই বিষয়টো আৰম্ভ হয় আৰু কৰ্ণাটকৰ বহু নেতা আৰু জনসাধাৰণে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে।

৪০ শতাংশ কমিছনৰ বিষয়ঃ কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত কংগ্ৰেছে ৪০ শতাংশ কমিছনৰ চৰকাৰ বুলি আটাইতকৈ ডাঙৰ শ্লোগান দিছিল। নিৰ্বাচনী প্ৰচাৰৰ সময়ত পোষ্টাৰ আৰু ৰেলীত এই বিষয়টোৰ বহু কথাই উল্লেখ কৰা হৈছিল। বেলগাৱীৰ এজন ঠিকাদাৰে বিজেপিৰ এজন মন্ত্ৰীয়ে ৪০ শতাংশ কমিচন দাবী   কৰাৰ অভিযোগ উত্থাপন কৰি আত্মহত্যা কৰিছিল। ইয়াৰ পিছত বহু ঠিকাদাৰ আগবাঢ়ি আহিছিল আৰু ঠিকাদাৰ সন্থাই ৰাজ্য চৰকাৰক তীব্ৰ  আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।

কৰ্ণাটকৰ নিৰ্বাচনত কি নচলিল?

বজৰংবলী ইছ্যুঃ কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজেপিয়ে বজৰংবলীৰ বিষয়টো উত্থাপন কৰিছিল আৰু ইয়াৰ জৰিয়তে নিৰ্বাচনত জয়ী হ’ব বিচাৰিছিল। দৰাচলতে কংগ্ৰেছে ইস্তাহাৰত বজৰং দলক নিষিদ্ধ কৰাৰ কথা কৈছিল। তাৰ পিছত বিজেপিয়ে ইয়াক বজৰংবলীৰ সৈতে জড়িত কৰিছিল।

হিজাব বিতৰ্কঃ কৰ্ণাটক নিৰ্বাচনৰ সময়ত বিজেপিয়ে উত্থাপন কৰিছিল হিজাব বিতৰ্ক। উল্লেখ্য যে ২০২১ চনৰ ৩১ ডিচেম্বৰত উডুপিৰ চৰকাৰী মহাবিদ্যালয়ত হিজাব পিন্ধা ৬ গৰাকী ছাত্ৰীক শ্ৰেণীলৈ অহাত বাধা দিয়াৰ পিছত প্ৰতিবাদ আৰম্ভ হৈছিল। অৱশেষত উচ্চ ন্যায়ালয়ে হিজাব গোচৰৰ ৰায় দি কয় যে ধৰ্মীয় দৃষ্টিকোণৰ পৰা হিজাব বাধ্যতামূলক নহয়।

টিপু চুলতানৰ ইছ্যুঃ কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত টিপু চুলতানৰ ইছ্যুটোৱেও ব্যাপকতা লাভ কৰিছিল যদিও ভাৰতীয় জনতা পাৰ্টিয়ে ইয়াৰ সুবিধা নাপালে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd