• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

PMOৰ বিষয়া হিচাপে পৰিচয় দি Z+ নিৰাপত্তা লৈ কাশ্মীৰত বৈঠক; গ্ৰেপ্তাৰ গুজৰাটী প্ৰৱঞ্চক!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 17, 2023 10:16 am
ফটো: সংগ্ৰিহীত।

ফটো: সংগ্ৰিহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজকে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ (PMO) এজন উচ্চ পদস্থ বিষয়া হিচাপে পৰিচয় দিছিল। জেড প্লাছ শ্ৰেণীৰ সুৰক্ষাও পাইছিল। তেনে এগৰাকী বিষয়া হিচাপে জম্মু আৰু কাশ্মীৰ প্ৰশাসনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকো অনুষ্ঠিত কৰিছিল। অৱশেষত, গুজৰাটৰ এই ভুৱা বিষয়াজনক গ্ৰেপ্তাৰ কৰা হৈছে।

 জানিব পৰা গৈছে যে লোকজনে এই বছৰ দুবাৰকৈ কাশ্মীৰ ভ্ৰমণ কৰিছিল আৰু ভাৰতীয় প্ৰশাসনিক বিষয়া মৰ্যাদা পদবীৰ বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা কৰিছিল।

কিৰণ ভাই পেটেল নামৰ গুজৰাটী ব্যক্তিজনক তৃতীয়বাৰৰ বাবে বৈঠকত উপস্থিত থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁক প্ৰায় ১০ দিন আগতে গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু কাশ্মীৰ আৰক্ষীয়ে বিষয়টো সম্পূৰ্ণ গোপন ৰাখিছিল।

ভুৱা বিষয়াজনক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছতে ঘটনাটো পোহৰলৈ আহিছে। শ্ৰীনগৰত বৈঠকৰ সময়ত এজন আইএএছ বিষয়াই কিৰণক সন্দেহ কৰিছিল। তেওঁ লগে লগে চোৰাংচোৱা বিভাগক খবৰ দিয়ে।

অৱশেষত চোৰাংচোৱা বিভাগৰ নিৰ্দেশত কাশ্মীৰ আৰক্ষীয়ে কিৰণক গ্ৰেপ্তাৰ কৰিছিল। গুজৰাট আৰক্ষীৰ এটা বিশেষ দলো কিৰণৰ বিৰুদ্ধে তদন্ত কৰিবলৈ কাশ্মীৰত উপস্থিত হৈছে।

বাতৰি অনুসৰি, কিৰণক দুজন আৰক্ষী বিষয়াই ভুৱা বিষয়া হিচাপে প্ৰদৰ্শন কৰাত সহায় কৰিছিল। তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা হৈছে। অৱশ্যে দুয়োজন বিষয়াৰ পৰিচয় জানিব পৰা হোৱা নাই।

কিৰণ ভাই পেটেল নামৰ ব্যক্তিজনৰ টুইটাৰ একাউণ্টটো ভেৰিফাইড। তেওঁৰ ১,০০০ অনুসৰণকাৰীৰ ভিতৰত এজন হৈছে গুজৰাট বিজেপিৰ সাধাৰণ সম্পাদক। গতিকে, ভুৱা বিষয়াজনৰ সৈতে বিজেপিৰ সম্পৰ্ক স্পষ্ট হৈ পৰিছে।

This man is Kiran Patel. He fooled J&K Govt claiming to be a senior officer of Prime Minister’s Office. J&K CID gave input to Srinagar Police. SP East Sgr raided Lalit Hotel to arrest him. He was given security cover on request of a Kashmir DC. Shocking.https://t.co/IC0Xs3ezb3

— Aditya Raj Kaul (@AdityaRajKaul) March 16, 2023

কিৰণে ছ’চিয়েল মিডিয়াত নিজকে এজন উচ্চ পদস্থ চৰকাৰী বিষয়া হিচাপে পৰিচয় দিছে। কাশ্মীৰৰ কেইবাখনো ছবি তেওঁৰ সামাজিক মাধ্যমত পোৱা গৈছে। কাশ্মীৰৰ দৰে গুৰুত্বপূৰ্ণ স্থানত কিৰণে কেনেদৰে জেড-প্লাছ নিৰাপত্তাৰ সৈতে মুকলিকৈ ঘূৰি ফুৰিছিল সেই ক্ষেত্ৰত প্ৰশাসনৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপিত হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd