• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যৌন সম্পৰ্ক স্থাপন কৰিবলৈ সন্মতি থাকিলেই ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ অধিকাৰ পোৱা যায় নেকি? উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2025 9:01 am
151
VIEWS
Share on FacebookShare on Twitter

কোনোবাই যৌন সম্পৰ্কত সন্মতি দিলেই অন্তৰংগ মুহূৰ্তবোৰ ভিডিঅ’ ৰেকৰ্ড কৰিব পৰা নাযায়? অৰ্থাৎ যৌন সম্পৰ্কৰ বাবে ‘হয়’ বুলি কোৱাৰ অৰ্থ এইটো নহয় যে অন্তৰংগ ভিডিঅ’ বনোৱাৰ বাবে সন্মতি দিয়া। এটা ধৰ্ষণৰ গোচৰৰ শুনানিৰ সময়ত দিল্লী উচ্চ ন্যায়ালয়ৰ এই পৰ্যবেক্ষণ কৰে।

ধৰ্ষণ গোচৰৰ মূল অভিযুক্তই জামিনৰ বাবে আবেদন কৰিছিল। তেওঁৰ যুক্তি আছিল যে অভিযোগকাৰীজন তেওঁৰ দীৰ্ঘদিনীয়া বন্ধু। আৰু তেওঁলোকৰ সৈতে যৌন সম্পৰ্ক স্থাপনৰ বাবে দুয়োপক্ষৰ পৰা প্ৰাৰম্ভিক সন্মতি আছিল। কিন্তু ঋণ লোৱাৰ বিষয়টোক লৈ দুয়োৰে মাজত সম্পৰ্ক অৱনতি ঘটে। তাৰ পাছত মহিলাগৰাকীয়ে তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে। কিন্তু এই গোচৰত বিষয়টো বেলেগ ধৰণে সংঘটিত হোৱা বুলি আদালতে বিবেচনা কৰিব কৰে।

সূত্ৰৰ পৰা জানিব পৰা মতে যুৱকজনে যুৱতীগৰাকীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ ফটো আৰু ভিডিঅ’ লৈছিল। পাছত ভিডিঅ’টো মুকলি কৰাৰ ভাবুকি দি ধৰ্ষণ কৰে। এই প্ৰসংগত দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে স্পষ্টকৈ উল্লেখ কৰিছে যে যৌন সম্পৰ্কত লিপ্ত হ’বলৈ সন্মতি থাকিলেও ইয়াৰ অৰ্থ এইটো নহয় যে কোনোবাই গোপনে ভিডিঅ’ টেপিং বা ফটো তোলাৰ বাবে সন্মতি দিছে।দুটা সম্পূৰ্ণ বেলেগ বিষয়।

অভিযুক্তই আৰু দাবী কৰে যে অভিযোগকাৰীজন নিজেই বিবাহিত। গতিকে কথাটোৰ বিষয়ে তেওঁ ইতিমধ্যে জানিছিল। অৱশ্যে উচ্চ ন্যায়ালয়ে কয় যে তেওঁ বিবাহিত হোৱাৰ বিষয়টোক ‘অস্ত্ৰ’ হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে। যুৱতীগৰাকীয়ে প্ৰত্যুত্তৰ দি অভিযোগ কৰে যে অভিযুক্তই তেওঁক বিপথে পৰিচালিত কৰি তেওঁৰ লগত বন্ধুত্ব গঢ়ি তুলিছিল আৰু তেওঁক এটা পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ ৩.৫ লাখ টকীয়া ঋণ দিছিল। টকাখিনি ঘূৰাই দিব নোৱাৰাৰ বিষয়টো মনত ৰাখি তেওঁ বাৰে বাৰে ভুক্তভোগীক নিজৰ যৌন ইচ্ছা পূৰণৰ বাবে হেচাঁ দিছিল।

ভুক্তভোগীয়ে আদালতত কয় যে তেওঁলোকৰ ব্যক্তিগত মুহূৰ্তৰ ফটো আৰু ভিডিঅ’ লোৱাৰ বিষয়ে তেওঁ অৱগত নহয়। ২০২৩ চনৰ শেষৰ ফালে দিল্লীত উপস্থিত হৈ অভিযুক্তই তেওঁৰ গোপন ভিডিঅ’ দেখুৱাই ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰে। তাৰ পাছত আৰু কেইবাবাৰো অভিযুক্তৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰায়।

Recent News

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd