• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰিয়াদত মৃত অৱস্থাত উদ্ধাৰ বিশ্ববিখ্যাত সংৰক্ষণবিদ ভিনচেণ্ট ভান ডেৰ মাৰৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2025 8:35 pm
234
VIEWS
Share on FacebookShare on Twitter

চৌদি আৰৱৰ ৰিয়াদৰ এপাৰ্টমেণ্টৰ পৰা উদ্ধাৰ কৰা হৈছে বিশ্ববিখ্যাত সংৰক্ষণবিদ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা ‘প্ৰজেক্ট চিতা’ৰ মূল সদস্য ভিনচেণ্ট ভান ডেৰ মাৰৱেৰ মৃতদেহ। এই ঘটনাই পৰিবেশ সংৰক্ষণ জগতত শোকৰ ছাঁ পেলাইছে।

আফ্ৰিকাৰ পৰা ভাৰতৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ চিতা অনাৰ ক্ষেত্ৰত ৪২ বছৰীয়া ভান ডেৰ মাৰৱেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। খবৰ অনুসৰি তেওঁৰ মৃতদেহ মূৰত আঘাত থকা অৱস্থাত এপাৰ্টমেণ্টটোৰ হলৱেত উদ্ধাৰ হয়।

যদিও বিষয়াসকলে কোনো সন্দেহজনক পৰিস্থিতিৰ কথা অস্বীকাৰ কৰিছে, তথাপিও ভেন ডেৰ মাৰৱেৰ পৰিয়ালে ফেচবুকত দাবী কৰিছে যে এইটো কোনো দুৰ্ঘটনা নহয়।

‘দ্য মেটাপপুলেচন ইনিচিয়েটিভ’ৰ প্ৰতিষ্ঠাপক হিচাপে ভান ডেৰ মাৰৱে কেৱল এছিয়াতে নহয়, আফ্ৰিকাতো চিতা সংৰক্ষণৰ বাবে সুপৰিচিত। শেহতীয়াকৈ তেওঁৰ সংস্থাটোৱে ছৌদি আৰব চৰকাৰৰ সৈতে চিতা প্ৰৱৰ্তনৰ পৰিকল্পনাত কাম কৰিছিল, যাৰ বাবে তেওঁ ৰিয়াদত আছিল আৰু তাতেই তেওঁৰ মৃতদেহ পোৱা গৈছে।

প্ৰধানমন্ত্ৰী মোডীৰ ‘প্ৰজেক্ট চিতা’ৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত বিশেষজ্ঞসকলৰ ভিতৰত অন্যতম আছিল ভান ডেৰ মাৰৱে। ভাৰতৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত দক্ষিণ আফ্ৰিকা আৰু নামিবিয়াৰ পৰা অনা চিতাক পৰিৱেশৰ লগত অভ্যস্ত কৰাৰ দায়িত্বত তেওঁ আছিল। প্ৰকল্পটোৱে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বান আৰু আইনী বাধাৰ মাজতো তেওঁ এই পদক্ষেপৰ প্ৰতি অপৰিসীম বিশ্বাস ব্যক্ত কৰিছিল।

Recent News

পুনেৰ ইন্দ্ৰায়নী নদীত দলং ভাঙি কমেও ৬ জনৰ মৃত্যু, বহু পৰ্যটক নিৰুদ্দেশ

পুনেৰ ইন্দ্ৰায়নী নদীত দলং ভাঙি কমেও ৬ জনৰ মৃত্যু, বহু পৰ্যটক নিৰুদ্দেশ

মধ্যপ্ৰদেশতো অব্যাহত মাওবাদ নিধন অভিযান : সেনাৰ গুলীত নিহত ৪ মাওবাদী সদস্য

মধ্যপ্ৰদেশতো অব্যাহত মাওবাদ নিধন অভিযান : সেনাৰ গুলীত নিহত ৪ মাওবাদী সদস্য

ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰ : যোৱা এটা দশকত ২৭.১ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্ৰাস পাইছে দৰিদ্ৰতা

ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰ : যোৱা এটা দশকত ২৭.১ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্ৰাস পাইছে দৰিদ্ৰতা

উৰাজাহাজৰ যাত্ৰীৰ কাণ্ড : মহিলাৰ সমুখতে প্ৰকাশ্যে হস্তমৈথুন উন্মাদ পুৰুষৰ

উৰাজাহাজৰ যাত্ৰীৰ কাণ্ড : মহিলাৰ সমুখতে প্ৰকাশ্যে হস্তমৈথুন উন্মাদ পুৰুষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd