• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৃতদেহ সৎকাৰকলৈয়ো চৰম হেমাহি! এম্বুলেন্সৰ পৰা ছিটিকি পৰিল কৰ’না ৰোগীৰ মৃতদেহ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 24, 2021 12:31 pm
covid-patient fall from Ambulance
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না আক্ৰান্ত মৃত ৰোগীৰ সৎকাৰকলৈয়ো এইবাৰ গাফিলতিৰ অভিযোগ উঠিছে। হাস্পাতলৰ গেটৰ পৰা এম্বুলেন্স ওলাই আহোতেই ৰাস্তাত ছিটিকি পৰিল কৰ’না ৰোগীৰ মৃতদেহ।

এই ঘটনাৰ পাছতেই হাস্পাতালৰ ভূমিকাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। হাস্পাতালখনৰ আশে পাশে থকা লোকসকল আতংকিত হৈ পৰে।

শুকুৰবাৰে মধ্যপ্ৰদেশৰ বিদিশা জিলাত অটল বিহাৰী বাজপেয়ী হাস্পাতালৰ পৰা কৰ’না ৰোগীৰ মৃতদেহ কঢ়িয়াই অনা এখন এম্বুলেন্স বাহিৰলৈ ওলাইছিল।

হাস্পাতালৰ গেটৰ পৰা বাহিৰ ওলাই এপাক ঘুৰোতেই এম্বুলেন্সৰ পৰা ৰাস্তাত ছিটিকি পৰিল এটা কৰ’না ৰোগীৰ মৃতদেহ। লগে লগে কৰ’না ৰোগীৰ পৰিয়ালৰ সদস্য আৰু স্থানীয় লোক ঘটনাস্থলীলৈ দৌৰি আহে।

তেওঁলোকে হাস্পাতলখনত প্ৰৱেশ কৰি প্ৰতিবাদ আৰম্ভ কৰে। ইয়াকে লৈ গোটেই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। মৃতদেহ সৎকাৰকলৈ প্ৰশ্নৰ অৱতাৰণা হয়।

নিয়ম অনুসৰি, কৰ’না আক্ৰান্তৰ মৃতদেহ সৎকাৰৰ দায়িত্ব পৌৰসভাৰ। সম্প্ৰতি পৰিয়ালৰ দুজন সদস্যকো তাৰ অনুমতি দিয়া হৈছে।

কিন্তু হাস্পাতখনৰ বাহিৰত থকা ৰোগীৰ পৰিয়ালৰ অভিযোগ মতে সঠিক সময়ত পৰিয়ালক মৃতদেহ দিয়া হোৱা নাই। বহু সময়ত ৰোগীৰ মৃত্যুৰ কথাও পৰিয়ালক জনোৱা হোৱা নাই।

It is alleged that in Vidhisha MP dead bodies are taken away without showing or handing it to families!

This was found when a body fell out of the ambulance, alleged video given!

This is the situation prevailing in country ! #BJPFailsIndia pic.twitter.com/IH7BjRYiXP

— Vijay Thottathil (@vijaythottathil) April 23, 2021

পৰিয়ালৰ সদস্যসকলৰ অভিযোগ যে হাস্পাতলখনৰ কৰ্তৃপক্ষই তেওঁলোকক ৰোগীৰ সৈতে দেখা কৰাৰ অনুমতিতো দিয়াই নাই, তেওঁলোকৰ অৱস্থা সম্পৰ্কেও কোনো তথ্য দিয়া নাই। আনকি হাস্পাতালখনৰ লেণ্ডলাইন বা হেল্পলাইন নম্বৰসমূহত ফোন কৰিলেও কোনো উত্তৰ পোৱা নাযায়।

উক্ত ঘটনাৰ সময়তো এম্বুলেন্সখনত কিমানটা মৃতদেহ আছিল তাক লৈ প্ৰশ্ন তুলিছে ঘটনাস্থলীত উপস্থিত লোকসকলে।

ইপিনে, অটল বিহাৰী বাজপেয়ী হাস্পাতালৰ এগৰাকী চিকিৎসকে কয় যে প্ৰত্যেকেই তেওঁলোকৰ আত্মীয়ৰ সম্পৰ্কত জানিব বিচাৰে। তেওঁলোকৰ উদ্বেগৰ কাৰণো আছে। কিন্তু সকলোকে আমি অনুমতি দিব নোৱাৰো। সকলোৱে চিকিৎসাত ব্যস্তা থকাৰ বাবে ফোনৰ উত্তৰ দিয়া সম্ভৱ নহয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd