• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱাসকলৰ বাবে চীনত দেশজুৰি তিনি মিনিট মৌনব্ৰতেৰে শোক পালন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2020 7:40 pm
_111611948_060925995-1

চীনত ক'ৰ'নাত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰাসকলৰ শ্ৰদ্ধাঞ্জলিৰ বাবে মৌনব্ৰতেৰে শোক পালন কৰা অৱস্থা চীনা নাগৰিক, সৌজন্য- ইন্টাৰেনট

4.3k
VIEWS
Share on FacebookShare on Twitter

মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উৎপত্তি কেন্দ্ৰ চীনত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰাসকলৰ আত্মাৰ শান্তিৰ কাৰণে আজি সমগ্ৰ দেশজুৰি তিনি মিনিট সময় মৌন ব্ৰতেৰে শোক পালন কৰা হয়।

উল্লেখ্য যে, সমগ্ৰ চীনত ৩,৩০০ লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিছে।

উক্ত ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা লোকসকলৰ আত্মাৰ শান্তিৰ বাবে দেশখনত আজি শনিবাৰ দিনটো উৎসৰ্গা কৰা হৈছিল।

স্থানীয় সময় পুৱা ১০ বজাত সমগ্ৰ ৰাষ্ট্ৰখনৰ নাগিৰকসকলে য’তে যেনেকৈ আছিল তাতেই থিয় হৈ সম্পূৰ্ণ তিনি মিনিট মৌন ব্ৰতেৰে শোক প্ৰকাশ কৰি মৃতকসকলক শ্ৰদ্ধাঞ্জলি জনায়।

উক্ত সময়ত ৰাজপথত গাড়ী ৰখাই চালক আৰু আৰোহীসকলে গাড়ীৰ পৰা নামি মৃতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হয়।

উল্লেখ্য চীনৰ হাৱাই প্ৰদেশৰ য়ুহান চহৰত যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত মাৰাত্মক ক’ৰ’না ভাইৰাছ উৎপত্তি হৈ সমগ্ৰ ৰাষ্ট্ৰখনৰ ৮০ হাজাৰতকৈও অধিক লোকৰ শৰীৰলৈ সংক্ৰমণ ঘটিছিল।

চীনত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰা হৈছে যদিও বৰ্তমান বিশ্বৰ প্ৰায় ১৮০ খন ৰাষ্ট্ৰত ক’ৰ’না ভাইৰাছে নৰ সংহাৰ চলাই আছে।

Tags: COVID19

Recent News

হত্যা কৰি ঘৰতে পুতি থৈছিল মৃতদেহ; গুৱাহাটীত স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ পত্নী

হত্যা কৰি ঘৰতে পুতি থৈছিল মৃতদেহ; গুৱাহাটীত স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ পত্নী

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd