• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’নাভাইৰাছ: পিছুৱাই দিয়া হৈছে NEET পৰীক্ষা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 27, 2020 10:52 pm
Coronavirus: NEET 2020 postponed

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’নাভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে NEET UG (National Eligibility cum Entrance Test-Under Graduate) পৰীক্ষা পিছুৱাই দিয়া হৈছে।

পূৰ্বৰ সূচীমতে ৩ মে’ত অনুষ্ঠিত হ’ব লগা পৰীক্ষাটো মে’ৰ অন্তিম সপ্তাহলৈ পিছুৱাই দিয়া হৈছে।

পৰীক্ষাটোৰ দিন এতিয়াই ঘোষণা কৰা হোৱা নাই। নেচনেল টেষ্টিং এজেন্সিয়ে জাৰি কৰা জাননী মতে পৰিস্থিতিৰ পৰ্য্যালোচনাৰ পিছত পৰৱৰ্তী সময়ত সঠিক তাৰিখ ঘোষণা কৰা হ’ব।

একেদৰে পৰীক্ষাটোৰ প্ৰৱেশ পত্ৰসমূহো ১৫ মে’ৰ পিছত পৰিস্থিতিৰ পুনৰ পৰ্য্যালোচনাৰ অন্ততহে দিয়া হ’ব।

দেশজোৰা লকডাউনৰ বাবেই মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

শুকুৰবাৰলৈকে দেশত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যা ৭২৪লৈ বৃদ্ধি পাইছে। চিনাক্ত ৰোগীসকলৰ ভিতৰত আছে ৪৭ গৰাকী বিদেশী নাগৰিক।

কৰ’নাভাইৰাছত আক্ৰান্ত হৈ ১৭ গৰাকী লোক মৃত্যুমুখত পৰিছে। ৬৭ গৰাকী ৰোগীক চিকিৎসাৰ অন্তত যাবলৈ দিয়া হৈছে।

কেৱল বৃহস্পতিবাৰৰ দিনটোতে ৮৫ গৰাকী নতুন কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে। আন্দামান আৰু নিকোবৰত প্ৰথমগৰাকী ৰোগী চিনাক্ত হৈছে।

মণিপুৰ আৰু মিজোৰামত এগৰাকীকৈ ৰোগী চিনাক্ত হোৱাৰ পিছত অসমকে ধৰি উত্তৰ-পূবত কোনো নতুন ৰোগী চিনাক্ত হোৱা নাই।

কৰ’নাভাইৰাছত আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে কেৰালা আৰু মহাৰাষ্ট্ৰ। কেৰালাত কৰ’নাভাইৰাছ আক্ৰান্ত ১৩৭ গৰাকীলৈ বৃদ্ধি পাইছে। মহাৰাষ্ট্ৰত এই সংখ্যা হৈছে ১৩০ (।)

কৰ্নাটকত ৫৫ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে। তেলেংগানাত ৪৫ গৰাকী ৰোগী চিনাক্ত হোৱাৰ বিপৰীতে গুজৰাটত চিনাক্ত হৈছে ৪৩ গৰাকী।

ৰাজস্থান আৰু পঞ্জাৱত ক্ৰমে ৩৯ আৰু ৩৩ গৰাকী ৰোগী চিনাক্ত হৈছে।

উত্তৰ প্ৰদেশত ৪০, দিল্লীত ৩৫, তামিল নাডুত ২৩ আৰু মধ্য প্ৰদেশত ২০ গৰাকী কৰ’নাভাইৰাছত আক্ৰান্ত চিনাক্ত হৈছে।

হাৰিয়ানাত ১৬, অন্ধ্ৰ প্ৰদেশত ১২ আৰু জম্মু-কাশ্মীৰ আৰু লাডাখত ১৩ গৰাকীকৈ কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে।

পশ্চিম বংগত দহ, চণ্ডীগড়ত সাত, বিহাৰত ছয়, ছত্তিশগড়ত ছয়, উত্তৰাখণ্ডত চাৰি, গোৱাত তিনি, ওড়িছাত দুই আৰু পুডুচেৰিত এগৰাকী ৰোগী চিনাক্ত হৈছে।

সমগ্ৰ বিশ্বত এতিয়ালৈকে পাঁচলাখৰো অধিক লোক কৰ’নাভাইৰাছত আক্ৰান্ত হৈছে। ২৩ হাজাৰতকৈয়ো অধিক লোকৰ এই ৰোগত মৃত্যু ঘটিছে।

আমেৰিকাত ৮৩,০০০তকৈয়ো অধিক লোক আক্ৰান্ত হৈছে। এই সংখ্যাই চীন, ইটালিকো চেৰাই গৈছে।

ভাৰতত কৰ’নাভাইৰাছক প্ৰতিহত কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ দিনৰ লকডাউন ঘোষণা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm
‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

August 27, 2025 7:15 pm
মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

August 27, 2025 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd