• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীনৰ পক্ষ লোৱাৰ অভিযোগ তুলি WHO-ক ফাণ্ড নিদিয়াৰ ঘোষণা ড’নাল্ড ট্ৰাম্পৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 15, 2020 8:06 am
trump-twitter

মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। ফটো: টুইটাৰ

2.1k
VIEWS
Share on FacebookShare on Twitter

চীনৰ পৰা বিশ্বৰ প্ৰায়বোৰ দেশলৈ সম্প্ৰসাৰিত মহামাৰী ক’ৰ’না ভাইৰাছৰ বাবে আমেৰিকাৰ দৰে শক্তিশালী দেশো এতিয়া গভীৰ সংকটৰ সন্মুখীন হৈছে।

বিশ্বৰ সৰ্বাধিক শক্তিশালী দেশখনত দ্ৰুত হাৰত বৃদ্ধি পাই আছে মৃত্যুৰ সংখ্যা। আৰু এই কথাত ক্ষুন্ন হৈয়ে আমেৰিকা ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিশ্ব স্বাস্থ্য সংস্থাই (WHO) চীনৰ পক্ষ লোৱাৰ অভিযোগ তুলি সংস্থাটোক আৰ্থিক বৰঙণি প্ৰদান নকৰাৰ ঘোষণা কৰে।

আমেৰিকাই অভিযোগ তুলিছে যে চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ৰ’নাৰ ভয়াৱহতা সন্দৰ্ভত বিশ্ববাসীৰ আগত বিশ্ব স্বাস্থ্য সংস্থাই লকুওৱাৰ বাবে আজি সমগ্ৰ বিশ্বতে ভাইৰাছবিধ সম্প্ৰসাৰিত হ’ল।

তেওঁ লগতে কয় যে সংস্থাটোক সৰ্বাধিক পুঁজি দিয়া আমেৰিকাই এতিয়া চিন্তা-চৰ্চা কৰিব যে টকাখিনি কেনদেৰে কি কামত ব্যৱহাৰ কৰিব। আমেৰিকাই যোৱা বৰ্ষত বিশ্ব স্বাস্থ্য সংস্থাক ৪০০ মিলিয়ন ডলাৰ প্ৰদান কৰিছিল।

উল্লেখ্য যে কিছুদিন পূৰ্বে সংস্থাটোৰ মহানিৰ্দেশক ট্ৰেড’ছ আদহানোম গেব্ৰেয়েছে কৈছিল যে অন্য দেশৰ ওপৰত অভিযোগ লগালে এই মহামাৰী প্ৰতিৰোধ নহয় বৰঞ্চ ইয়াৰ ফলত মৃত্যুৰ সংখ্যাহে বাঢ়িব।

চীনত যেতিয়া এই ভাইৰাছবিধ তীব্ৰ হাৰত সংক্ৰমণ হৈ আছিল তেতিয়া স্বাস্থ্য সংস্থাই এই বিষয়টো গুৰুত্বসহকাৰে নোলোৱাৰ বাবেই আজি বিশ্বত এই ৰূপ লৈছে বুলি ট্ৰাম্পে অভিযোগ তোলে।

উল্লেখ্য যে বিশ্বৰ ভিতৰত সৰ্বাধিক হাৰত ক’ৰ’নাৰ সংক্ৰমণ হৈছে আমেৰিকাত। দেশখনত এই পৰ্যন্ত ৬ লাখ লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ লগতে ২৫ হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd