• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কপিৰাইট উলংঘন: কংগ্ৰেছ আৰু ভাৰত জোড়ো যাত্ৰাৰ টুইটাৰ হেণ্ডেল অস্থায়ীভাৱে বন্ধ কৰাৰ নিৰ্দেশ আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 7, 2022 9:31 pm
Bharat Jodo Yatra KGF 2 Song
109
VIEWS
Share on FacebookShare on Twitter

ভাৰত জোড়ো যাত্ৰাৰ ভিডিঅ’ত জনপ্ৰিয় চিনেমা কেজিএফ-২ ৰ এটা গান ব্যৱহাৰ কৰি বিপদত পৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছ। অনুমতি অবিহনে ভিডিঅ’ৰ নেপথ্যত এই গান ব্যৱহাৰ কৰাৰ অভিযোগত বাংগালুৰুৰ এখন স্থানীয় আদালতে কংগ্ৰেছ আৰু ভাৰত জোড়ো যাত্ৰাৰ অফিচিয়েল টুইটাৰ হেণ্ডল অস্থায়ীভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিছে।

এমআৰটি মিউজিকৰ দ্বাৰা দাখিল কৰা কপিৰাইট উলংঘনৰ গোচৰত আদালতে আজি টুইটাৰক কংগ্ৰেছ আৰু ভাৰত জোড়ো যাত্ৰাৰ হেণ্ডেল সমূহ অস্থায়ীভাৱে বন্ধ কৰিবলৈ নিৰ্দেশ দিযে।

এমআৰটি মিউজিকৰ পৰিচালনা কৰা এম নবীন কুমাৰে যোৱা মাহত তেলেংগানাত প্ৰৱেশৰ পূৰ্বে কৰ্ণাটক ভ্ৰমণ কৰা ভাৰত জোড়ো যাত্ৰাৰ সময়ত কপিৰাইট আইন উলংঘা কৰি চুপাৰহিট কানাড়া চলচ্চিত্ৰ কেজিএফ-২ ৰ সংগীত ব্যৱহাৰ কৰাৰ অভিযোগত ৰাহুল গান্ধীকে ধৰি তিনিগৰাকী কংগ্ৰেছ নেতাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল।

এম.আৰ.টি.-ৰ পৰামৰ্শদাতাই দাবী কৰিছিল যে যাত্ৰাৰ সময়ত এই নিৰ্দিষ্ট সংগীতটোৰ ব্যৱহাৰ কৰিবলৈ তেওঁলোকে অবৈধ উপায় অৱলম্বন কৰিছিল আৰু এমআৰটি মিউজিকৰ অধিকাৰ উলংঘন কৰিছিল।

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ভাৰত জোড়ো যাত্ৰাৰ টুইট কৰা দুটা ভিডিঅ’ত অনুমতি অবিহনে কেজিএফ-২ৰ জনপ্ৰিয় গান ব্যৱহাৰ কৰা হৈছিল বুলি এমআৰটি মিউজিকে অভিযোগ কৰিছিল আৰু ইয়াৰ পিছতে সংগীত প্ৰতিষ্ঠানটোৱে বেংগালুৰুৰ যশৱন্তপুৰত এখন এজাহাৰ দাখিল কৰিছিল।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd