• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অকণ স্বস্তি! : নিম্নগামী হৈছে গোলাঘাটত কোভিড আক্ৰান্তৰ সংখ্যা

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
May 23, 2021 8:19 pm
covi22
297
VIEWS
Share on FacebookShare on Twitter

গোলাঘাটবাসীৰ বাবে কিছু সকাহ। আজি গোলাঘাটত কোভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

বিগত দিনৰ তুলনাত আজি জিলাখনত নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা সৰ্বনিম্ন ৭৭ জন হৈছে।

অৱশ্যে আজিৰ দিনটোত ৪ জন কোভিড ৰোগীয়ে মৃত্যুক সাৱটি লৈছে। অৰ্থাৎ আজিলৈকে গোলাঘাটত মৃত্যুৰ সংখ্যা বৃদ্ধি পাই ৪৬ জন হৈছে।

একেদৰে এইমূহুৰ্তলৈকে জিলাখনত ১০২৫ জন লোকৰ শৰীৰত এই ভাইৰাছ সক্ৰিয় হৈ আছে। ইয়াৰে ৪৫৮ জন ৰোগী হ’ম আইছলেশ্যনত থকাৰ লগতে ১৯০ জন চিকিৎসালয়ত আৰু ৩৭৭ জনক কোভিড কেয়াৰ চেন্টাৰত ৰখাৰ ব্যৱস্থা কৰিছে।

ইফালে আজি চিনাক্ত হোৱা ৭৭ জন ৰোগীৰ কমাৰবন্ধা আলিৰ ১ জন, বোকাখাতত ৩৫ জন, সৰুপথাৰৰ ২২, মিছামৰা ৫, চাৰিঙীয়াত ১২ আৰু ৱাৰ্ডত ২ জনৰ পৰীক্ষা সম্পন্ন হৈছিল।

মৃত্যু হোৱা ৰোগী ৪ জন হৈছে উৰিয়ামঘাট সৰুপথাৰৰ দীপাংকৰ কোঁৱৰ(৪৬), নুমলীগড় বৰচাপৰি চাহ বাগিচাৰ দিগন্ত তামূলী(৫৮), ছটাজান কমাৰবন্ধাৰ মমীনা বেগম(৪৫) আৰু গোলাঘাট চেলেঙীৰ দিলীপ শৰ্মা(৬২)।

ইয়াৰে দিলীপ শৰ্মা গোলাঘাট শ্বহীদ কুশল কোঁৱৰ কোভিড হাস্পাতালত মৃত্যু হোৱাৰ লগতে বাকী তিনিজন যোৰহাট মেডিকেল কলেজ হাস্পাতালত মৃত্যু হয়।

Tags: COVID-19

Recent News

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd