• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হংকঙ, ছিংগাপুৰত পুনৰ কৰ’নাৰ সংক্ৰমণ, বহু জনৰ মৃত্যু, হাস্পাতালত বাঢ়িছে ভিৰ; ভাৰতত কি পৰিস্থিতি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 17, 2025 9:37 am
347
VIEWS
Share on FacebookShare on Twitter

হংকং আৰু ছিংগাপুৰৰ বহু লোক পুনৰ কৰ’নাত আক্ৰান্ত হৈছে। স্থানীয় প্ৰশাসনে জানিবলৈ দিছে যে সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে। বিগত কিছুদিনত হংকঙত ৩০ জন লোকৰ মৃত্যু হৈছে।

হংকঙৰ চেণ্টাৰ ফৰ হেল্থ প্ৰটেকচনৰ সংক্ৰামক ৰোগ বিশেষজ্ঞ এলবাৰ্টে কয় যে এই সংক্ৰমণ দ্ৰুতগতিত বিয়পি পৰিছে। মহানগৰীৰ বৃহৎ জনসংখ্যা আৰু ঘন বসতিয়ে এই চিন্তা আৰু অধিক বৃদ্ধি কৰিছে।

মহানগৰীখনৰ ৭০ লাখ বাসিন্দাৰ অধিকাংশ লোকে টিকাকৰণ কৰিছে। তাৰপিছতো কৰ’না সংক্ৰমণৰ কাৰণ বুজিব পৰা নাই। চীন চৰকাৰে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগীৰ নমুনা পৰীক্ষা কৰি সংক্ৰমণ বিয়পিছে নে নাই সেইটো নিৰ্ণয় কৰি আছে। হংকং আৰু ছিংগাপুৰত সংক্ৰমণ বিয়পি পৰাত চীনৰ স্বাস্থ্য বিভাগে পৰীক্ষাৰ হাৰ দুগুণলৈ বৃদ্ধি কৰিছে।

ভাৰতৰ পৰিস্থিতি কেনেকুৱা? স্বাস্থ্য মন্ত্ৰালয়ে কয় যে এই মুহূৰ্তত দেশত কৰ’নাৰ কোনো বিপদ নাই। মহামাৰীৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। সমগ্ৰ দেশত মাত্ৰ ৭৫ গৰাকী কৰ’না আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে।

শুকুৰবাৰে হংকঙৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে পূৰ্বৰ সপ্তাহৰ তুলনাত ২৮ শতাংশতকৈ অধিক সংক্ৰমণ বৃদ্ধি পাইছে। চিকিৎসালয়ত ভৰ্তি হোৱাৰ হাৰ ৩০ শতাংশ বৃদ্ধি পাইছে। আক্ৰান্তৰ সংখ্যা ১৪,২০০ জন। আক্ৰান্তসকলৰ ভিতৰত আছে টাইৱান-হংকঙৰ জনপ্ৰিয় সংগীত শিল্পী ইছন চেন।

ছিংগাপুৰৰ বিশেষজ্ঞসকলৰ মতে, এই নতুন সংক্ৰমণ কৰ’না ভাইৰাছৰ নতুন ৰূপ নহয়। তেওঁলোকৰ মতে সংক্ৰমণৰ অন্যতম কাৰণ হ’ল মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস।

Recent News

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

ধুবুৰীত সাম্প্ৰদায়িক উত্তেজনা: শ্বুট এট চাইটৰ নিৰ্দেশ জাৰি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ

ধুবুৰীত সাম্প্ৰদায়িক উত্তেজনা: শ্বুট এট চাইটৰ নিৰ্দেশ জাৰি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

আমেৰিকাৰ পৰা বিতাড়ন খাবিৰ লাম! ইটালীৰ ইনফ্লুৱেন্সাৰগৰাকীয়ে কিয় আমেৰিকা এৰিবলগীয়া হ’ল?

আমেৰিকাৰ পৰা বিতাড়ন খাবিৰ লাম! ইটালীৰ ইনফ্লুৱেন্সাৰগৰাকীয়ে কিয় আমেৰিকা এৰিবলগীয়া হ’ল?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd