• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্পেনিছ গাৰ্ডেনৰ মনীষ তীব্ৰেৱালৰ লগতে অন্য চাৰিজন কোভিদ ৰোগীক চিকিৎসালয়ৰ পৰা মুক্তি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 19, 2020 6:09 pm
Himanta-Biswa-Sarma-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে স্পেনিছ গাৰ্ডেনৰ মনীষ তীব্ৰেৱালৰ লগতে অন্য চাৰিজন কোভিদ১৯ আক্ৰান্ত ৰোগীক।

জিএমছিএইছত চিকিৎসাধীন হৈ থকা মনীষ তীব্ৰেৱাল(৪৬)ক আজি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত চিকিৎসালয় কতৃপক্ষই বিদায় দিয়ে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাৰ উপস্থিতিত তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।

তীব্ৰেৱাল যোৱা ১ এপ্ৰিলত চিকিৎসালয়ত ভৰ্তি হৈছিল। পাঁচদিনৰ ভিতৰত তেওঁক দুবাৰকৈ কোভিদ-১৯ পৰীক্ষা কৰা হৈছিল। ৮ এপ্ৰিল ৯ এপ্ৰিল ১৭ এপ্ৰিলত আৰু ১৮ এপ্ৰিলৰ পৰীক্ষাত তেওঁক নিগেটিভ পোৱা গৈছিল।

আজিও বিদায় দিয়াৰ পূৰ্বে তেওঁক পৰীক্ষা কৰা হৈছিল আৰু মন্ত্ৰীগৰাকীয়ে নিগেটিভ পোৱা গ’ল বুলি জানিবলৈ দিয়ে। বুকুৰ এক্সৰে ৰিপৰ্টো নৰ্মেল বুলি চিকিৎসকে জানিবলৈ দিয়ে।

অৱশ্যে তীব্ৰেৱালক স্বাস্থ্য বিভাগৰ নীৰিক্ষণতে ৰখা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জনায়। স্পেনিছ গাৰ্ডেনৰ কনটেইনমেন্ট জ’ন উঠাই লোৱাৰ লগে লগে তেওঁ ঘৰলৈ যাব পাৰিব।

বৰ্তমান তীব্ৰেৱাল জিএমএইছৰ পেয়িং কেবিনত থাকিব বুলি জানিব পৰা গৈছে।

আৰোগ্য লাভ কৰা মনীষ তীব্ৰেৱাল

আনহাতে, মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পৰাও চাৰিজন ৰোগী ক্ৰমে আশ্ৰফ আলি(হাত শিঙিমাৰী), মহম্মদ শ্বাহৰুখ, জামিলা খাতুন, মফিজ উদ্দিনক চিকিৎ,আলৰ পৰা বিদায় দিয়া হৈছে।

ৰোগীকেইজনৰ ১০ এপ্ৰিল, ১১ এপ্ৰিল, ১৬ এপ্ৰিল, ১৭ এপ্ৰিলত আৰু ১৮ এপ্ৰিলত পৰীক্ষাৰ ৰিপৰ্ট  নিগেটিভ ওলোৱা বুলি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়। ৰোগীকেইজনৰ এক্সৰে ৰিপৰ্ট নৰ্মেল আছে তথা ব্লাড চেম্পলতো কোনোধৰণৰ বিসংগতি নাই। সেয়েহে তেওঁলোকক আজি বিদায় দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

অৱশ্যে তীব্ৰেৱালৰ দৰে তেওঁলোকো ১৪ দিন স্বাস্থ্য বিভাগৰ নিৰীক্ষণত থাকিব।

উল্লেখযোগ্য যে, অসমত ৩৪ গৰাকী ৰোগীৰ ১ গৰাকীৰ মৃত্যু হৈছে। কালিলৈকে ১২ গৰাকীক ৰিলিজ দিয়া হৈছিল। বৰ্তমান ১৭ গৰাকী আৰোগ্য হৈ উঠিছে।

কাইলৈ লখিমপুৰ আৰু সোণাপুৰ অসামৰিক চিকিৎসালয়ৰ পৰা দুজন ৰোগীক মুক্তি দিয়াৰ সম্ভাৱনাৰ কথা মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

September 11, 2025 9:10 pm
বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

September 11, 2025 8:30 pm
চৰকাৰ বিৰোধী আন্দোলনক সমৰ্থন! শাসকৰ ৰোষত পৰি ছাৰ্বিয়া এৰি সপৰিয়ালে গ্ৰীচত টেনিছৰ কিংবদন্তি জ’কভিচ!

চৰকাৰ বিৰোধী আন্দোলনক সমৰ্থন! শাসকৰ ৰোষত পৰি ছাৰ্বিয়া এৰি সপৰিয়ালে গ্ৰীচত টেনিছৰ কিংবদন্তি জ’কভিচ!

September 11, 2025 7:46 pm
এতিয়া মুখ‍্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই পদত‍্যাগ কৰিবনে?

এতিয়া মুখ‍্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই পদত‍্যাগ কৰিবনে?

September 11, 2025 7:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

September 11, 2025 9:10 pm
বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

September 11, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd