• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হত্যাকাৰী চিকিৎসক! কোভিড ৰোগীক হত্যা কৰাৰ নিৰ্দেশ, ভাইৰেল অডিঅ’

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 1, 2025 2:39 pm
72
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰৰ এগৰাকী চৰকাৰী চিকিৎসকে এগৰাকী মহিলা কোভিড ৰোগীক হত্যাৰ নিৰ্দেশ দিয়াৰ অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ এই ঘটনাৰ এটা অডিঅ’ ক্লিপ ভাইৰেল হৈ পৰিছে। জানিব পৰা মতে আৰক্ষীয়ে চিকিৎসকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, ভাইৰেল অডিঅ’টো ২০২১ চনৰ। কোভিডৰ দ্বিতীয় ঢৌৰ সময়ত মহাৰাষ্ট্ৰৰ এগৰাকী চৰকাৰী চিকিৎসকৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন হৈছে। অডিঅ’টোত আছে দুজন চিকিৎসকৰ মাজত হোৱা কথা-বতৰা।

জানিব পৰা মতে অভিযুক্ত চিকিৎসক দুগৰাকী হৈছে ডাঃ শশীকান্ত দেশপাণ্ডে আৰু ডাঃ শশীকান্ত ডাংগে। প্ৰথমজন হৈছে লাটুৰ জিলাৰ উদ্দীৰ চৰকাৰী চিকিৎসালয়ৰ অতিৰিক্ত জিলা অস্ত্ৰোপচাৰ বিশেষজ্ঞ। দ্বিতীয়জন কোভিড কেয়াৰ কেন্দ্ৰত কৰ্মৰত আছিল।

ভাইৰেল অডিঅ’ ক্লিপটোত ডাঃ দেশপাণ্ডেয়ে কোৱা শুনা গৈছে যে, “কাকো সোমাবলৈ নিদিব। সেই মহিলাগৰাকীক হত্যা কৰক।” মহিলাগৰাকীৰ স্বামীৰ নাম দয়ামি আজিমুদ্দিন গৌছুদ্দিন। ফোনটোৰ সিটো মূৰত ডাঃ ডাংগে আছিল। তেওঁ সতৰ্কতাৰে জনাইছিল যে ইতিমধ্যে অক্সিজেনৰ যোগান হ্ৰাস কৰা হৈছে।

২০২১ চনৰ ১৫ এপ্ৰিলত কৌছাৰ ফাতিমা (৫৩) নামৰ এগৰাকী মহিলাক কোভিডত আক্ৰান্ত হোৱাৰ বাবে উদ্দীৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ফাতিমাক তাত ১০ দিনৰ বাবে ভৰ্তি কৰোৱা হৈছিল। সপ্তম দিনা ডাঃ ডাংগেই গৌচুদ্দিনৰ কাষত বহি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আছিল। সেই সময়ত ডাঃ দেশপাণ্ডেৰ ফোন আহিল আৰু ডাঃ ডাংগে ফোনটো স্পীকাৰত লগাই দিলে।

গৌচুদ্দিনে অভিযোগ কৰে যে ইয়াৰ পিছত ডাঃ দেশপাণ্ডে স্পষ্টকৈ কৈছিল, “ৰোগীজনক হত্যা কৰক। এনে লোকক কি কৰিব লাগে আপুনি ভালদৰেই জানে।” কেৱল সেয়াই নহয়, ডাঃ দেশপাণ্ডেৰ বিৰুদ্ধে ৰোগীৰ সমাজখনক লৈ অশ্লীল ভাষা ব্যৱহাৰ কৰাৰ অভিযোগো উত্থাপন হৈছে।

Recent News

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ব্লেকমেইল কৰাৰ অভিযোগ ৰাজস্থান ৰয়েলছৰ স্বত্বাধিকাৰীৰ; তৰিলে গোচৰ

ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ব্লেকমেইল কৰাৰ অভিযোগ ৰাজস্থান ৰয়েলছৰ স্বত্বাধিকাৰীৰ; তৰিলে গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd