• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰু ছজন ক’ভিড-১৯ পজিটিভ, অসমত মুঠ ৩৫৮

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 24, 2020 7:59 pm
Covid19: Recoveries cross 1.5 lakh-mark in Assam on Saturday

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰু ছগৰাকী ব্যক্তি দেওবাৰে অসমত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে; মুঠ আক্ৰান্ত ৩৫৮লৈ বৃদ্ধি পাইছে।

আটাইকেইজন আক্ৰান্ত সৰুসজাই কুৱাৰেণ্টিন কেন্দ্ৰৰ।

ইয়াৰে দুগৰাকীকৈ আক্ৰান্ত পশ্চিম কাৰ্বি আংলং আৰু হোজাইৰ আৰু এজনকৈ আক্ৰান্ত নলবাৰী আৰু গুৱাহাটীৰ।

ইয়াকে লৈ দেওবাৰৰ দিনটোত এতিয়ালৈকে ৰাজ্যত মুঠ ১২গৰাকী ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

অসমত ক’ভিড-১৯ আক্ৰান্তৰ ৫৭গৰাকী আৰোগ্য হৈছে আৰু চাৰিগৰাকীৰ মৃত্যু ঘটিছে।

বৰ্তমান ৰাজ্যত সক্ৰিয় ক’ভিড-১৯ ৰোগী সংখ্যা ২৯৪গৰাকী।

?Alert ~ Six persons at Sarusajai quarantine centre test #COVID19+. 2 each from West Karbi Angling; 1 each from Nalbari & Guwahati.

↗️Total cases 358
↗️Recovered 57
↗️Active cases 294
↗️Deaths 04
↗️Migrated 03

Update 7.15 pm / May 24#AssamCovidCount pic.twitter.com/wLkFJSfY30

— Himanta Biswa Sarma (@himantabiswa) May 24, 2020

দেওবাৰেই কিছুসময় পূৰ্বে সৰুসজাই ষ্টেডিয়ামৰ কুৱাৰেন্টাইন চেন্টাৰত  আক্ৰান্ত হৈছিল দুগৰাকীকৈ লোক।

তাৰ কিছু সময় পূৰ্বে ৪ গৰাকীৰ দেহত ধৰা পৰিছিল ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

আক্ৰান্ত সকলৰ ২ গৰাকী তেজপুৰ কুৱাৰেন্টাইন চেণ্টাৰত থকা চিৰাং জিলাৰ। অন্য দুগৰাকী যোৰহাটৰ যাৰ চেন্নাইৰ পৰা অহা ট্ৰেভেল হিষ্টৰী আছে।

কালিৰ দিনটোত দিনটোত ৮৭ গৰাকীকৈ লোকৰ দেহত ক’ৰ’ণাৰ উপস্থিতি পোৱা গৈছিল।

পৰহিৰ দিনটোত ৰাজ্যত একেলগে সৰ্বাধিক ৪৯ গৰাকী লোকৰ দেহত মাৰাত্মক কোভিড-১৯ ভাইৰাছ।

২২ মে’ৰ দিনা ২২ গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।

ৰাজ্যত পাঁচদিনৰ ভিতৰত দুই শতাধিক  লোক  কোভিড-১৯ ত আক্ৰান্ত হৈছে।

যোৱা ২০ মেত ৩১ গৰাকীকৈ লোক এই কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ হৈছে।

ইয়াৰোপৰি, যোৱা ১৯ মে ত ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ২৯৭ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হোটেললৈ আমন্ত্ৰণ! অভিনেত্ৰীক আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰি বিপদত বিধায়ক

হোটেললৈ আমন্ত্ৰণ! অভিনেত্ৰীক আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰি বিপদত বিধায়ক

August 21, 2025 2:15 pm
ভাৰতৰ শীৰ্ষ ১০ গৰাকী ম’ষ্ট ৱাণ্টেডৰ অন্যতম চিণ্ডী সিঙক গ্ৰেপ্তাৰ মাৰ্কিন চোৰাংচোৱা এফবিআইৰ

ভাৰতৰ শীৰ্ষ ১০ গৰাকী ম’ষ্ট ৱাণ্টেডৰ অন্যতম চিণ্ডী সিঙক গ্ৰেপ্তাৰ মাৰ্কিন চোৰাংচোৱা এফবিআইৰ

August 21, 2025 1:39 pm
বিৰোধীৰ হেঁচাত নতশিৰ! বীমাৰ ওপৰত জি এছ টি সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ পথত কেন্দ্ৰ

বিৰোধীৰ হেঁচাত নতশিৰ! বীমাৰ ওপৰত জি এছ টি সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ পথত কেন্দ্ৰ

August 21, 2025 12:16 pm
‘এজন প্ৰাক্তন ন্যায়াধীশৰ তত্বাৱধানত নিৰপেক্ষ তদন্ত হওক’- এইবাৰ উচ্চতম ন্যায়ালয়ত ‘ভোট চুৰি’ সন্দৰ্ভত গোচৰ

‘এজন প্ৰাক্তন ন্যায়াধীশৰ তত্বাৱধানত নিৰপেক্ষ তদন্ত হওক’- এইবাৰ উচ্চতম ন্যায়ালয়ত ‘ভোট চুৰি’ সন্দৰ্ভত গোচৰ

August 21, 2025 10:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোটেললৈ আমন্ত্ৰণ! অভিনেত্ৰীক আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰি বিপদত বিধায়ক

হোটেললৈ আমন্ত্ৰণ! অভিনেত্ৰীক আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰি বিপদত বিধায়ক

August 21, 2025 2:15 pm
ভাৰতৰ শীৰ্ষ ১০ গৰাকী ম’ষ্ট ৱাণ্টেডৰ অন্যতম চিণ্ডী সিঙক গ্ৰেপ্তাৰ মাৰ্কিন চোৰাংচোৱা এফবিআইৰ

ভাৰতৰ শীৰ্ষ ১০ গৰাকী ম’ষ্ট ৱাণ্টেডৰ অন্যতম চিণ্ডী সিঙক গ্ৰেপ্তাৰ মাৰ্কিন চোৰাংচোৱা এফবিআইৰ

August 21, 2025 1:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd