• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৯২৬লৈ বৃদ্ধি অসমত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 30, 2020 8:37 pm
Covid death toll in Assam reaches 930

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰু তিনিগৰাকী ক’ভিড১৯ ৰোগীয়ে শুকুৰবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৯২৬লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— নগাঁৱৰ হাজেৰা খাতুন (৭০), বৰপেটাৰ যতীন্দ্ৰ নাথ ডেকা (৬০) আৰু গোলাঘাটৰ ভৱকান্ত বৰা (৬৫)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

Sad to share the demise of three #COVID patients today~ Late Hazera Khatun (70) of Nagaon; Late Jatindra Nath Deka (60) of Barpeta; Late Bhabakanta Borah (65) of Golaghat.

My deepest condolences to the bereaved families and friends.

Om Shanti

— Himanta Biswa Sarma (@himantabiswa) October 30, 2020

বৃহস্পতিবাৰলৈকে অসমত ৯২৩গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,৯৩,৫৭১গৰাকী ব্যক্তিয়ে অসমত বৃহস্পতিবাৰলৈকে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত বৃহস্পতিবাৰে সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা আছিল ১১,১৩৮ (।)

মুঠ ২,০৫,৬৩৫গৰাকী ব্যক্তি অসমত বৃহস্পতিবাৰলৈকে ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

August 26, 2025 11:14 am
‘অপাৰেচন কালানেমী! উত্তৰাণ্ডত গ্ৰেপ্তাৰ ৩০০ৰো অধিক ভণ্ড ‘বাবা’

‘অপাৰেচন কালানেমী! উত্তৰাণ্ডত গ্ৰেপ্তাৰ ৩০০ৰো অধিক ভণ্ড ‘বাবা’

August 26, 2025 9:47 am
বনতৰা বন্যপ্ৰাণী কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে এছ আই টি গঠন উচ্চতম ন্যায়ালয়ৰ

বনতৰা বন্যপ্ৰাণী কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে এছ আই টি গঠন উচ্চতম ন্যায়ালয়ৰ

August 26, 2025 9:14 am
প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

August 26, 2025 7:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

August 26, 2025 11:14 am
‘অপাৰেচন কালানেমী! উত্তৰাণ্ডত গ্ৰেপ্তাৰ ৩০০ৰো অধিক ভণ্ড ‘বাবা’

‘অপাৰেচন কালানেমী! উত্তৰাণ্ডত গ্ৰেপ্তাৰ ৩০০ৰো অধিক ভণ্ড ‘বাবা’

August 26, 2025 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd