• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’ণাতংকই প্ৰভাৱ পেলাইছে দেশৰ উচ্চ শিক্ষাত; বন্ধ হ’ব ১৭৯ খন বৃত্তিমুখী কলেজ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 28, 2020 3:01 pm
দিল্লীৰ কোভিড কেয়াৰ কেন্দ্ৰ

দিল্লীৰ কোভিড কেয়াৰ কেন্দ্ৰ

1.9k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্বৰে স্বাস্থ্য খণ্ডৰ লগতে আন সকলো ক্ষেত্ৰতে ব্যাপক প্ৰভাৱ পেলাইছে।বন্ধ হৈ পৰিছে বহু উদ্যোগ প্ৰতিষ্ঠান।

দেশৰ শৈক্ষিক খণ্ডতো ক’ৰ’না ভাইৰাছে ভাবিব নোৱাৰা ধৰণে প্ৰভাৱ পেলাইছে।

ক’ৰ’ণাতংকৰ বাবে দেশৰ সকলো ৰাজ্যতে এতিয়া বন্ধ হৈ আছে সকলো বিদ্যালয়, মহাবিদ্যালয়। এনে এক বিষম পৰিস্থিতিৰ মাজতে অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেছনে প্ৰকাশ কৰিছে এক ভয়াৱহ তথ্য।

অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেছনে শেহতীয়াকৈ প্ৰকাশ কৰা অনুসৰি ক’ৰ’নাতংকৰ বাবেই দেশত বন্ধ হ’ব ১৭৯ খন কাৰিকৰী কলেজ।

এ আই চি টি ইৰ সূত্ৰই প্ৰকাশ কৰা মতে উক্ত কাৰিকৰী কলেজ কেইখনত ল’কডাউনৰ পিছৰে পৰা ছাত্ৰ-ছাত্ৰীয়ে নাম ভৰ্তি কৰা নাই।

তদুপৰি, কলেজ কেইখনত কাম কৰা শিক্ষক-শিক্ষয়িত্ৰীৰ দা-দৰমহা আদি দিয়াৰ ক্ষেত্ৰতো ভীষণ অসুবিধাই দেখা দিছে। ইয়াৰ ফলতে উক্ত কলেজ কেইখন বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে সংশ্লিষ্ট কৰ্তৃপক্ষই।

এ আই চি টি ইৰ সূত্ৰটোৱে লগতে কয় যে আন ১৩৪ খন কাৰিকৰী কলেজে এতিয়ালৈকে ২০২০-২০২১ শিক্ষা বৰ্ষৰ বাবে পাঠ্যক্ৰমৰ অনুমোদন বিচাৰি আবেদন জনোৱা নাই। সেই দিশৰ পৰা এই কেইখন কাৰিকৰী কলেজো বন্ধ হোৱাৰ আশংকা আছে।

এতিয়ালৈকে ১৩০০ খন কাৰিকৰী কলেজে পাঠ্যক্ৰমৰ বাবে অনুমোদন বিচৰা বুলি এ আই চি টি ইৰ সূত্ৰই প্ৰকাশ কৰিছে

উল্লেখ যোগ্য যে, দেশত বৰ্তমান অভিযান্ত্ৰিককে ধৰি বিজনেছ আৰু অন্যান্য খণ্ডৰ ৯৬৯১ খন কাৰিকৰী কলেজ আছে। বন্ধ হ’বলগীয়া ১৭৯ খন প্ৰতিষ্ঠানৰ নাম তালিকা অৱশ্যে এ আই চি টি ইয়ে এতিয়া লৈকে ৰাজহুৱা কৰা নাই।  

Recent News

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd