• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত গৰুচোৰৰ দপদপনি: ৰাজপথত গাড়ী এৰি পলাল চোৰৰ দল

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
November 1, 2018 1:24 pm
cow lifter
346
VIEWS
Share on FacebookShare on Twitter

যোৱা কিছুদিনৰ পৰা শিৱসাগৰ জিলাত গৰুচোৰৰ দল সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে আজি পুৱতি নিশা শিৱসাগৰ নগৰৰ সমীপৰ বেতবাৰীত পুনৰ এক গৰুচোৰৰ ঘটনা পোহৰলৈ আহে।

প্ৰাপ্ত তথ্য মতে বেতবাৰীৰ ঘিলাগুৰিত স্থানীয় যুৱকৰ দলে কৰায়ত্ত কৰিবলৈ লওঁতেই গৰু বিক্ৰী কৰি অহা এটা চোৰৰ দল ঘটনাস্থলীৰ পৰা পলাই সাৰে।

ঘটনাৰ বিৱৰণি অনুসৰি আজি পুৱা প্ৰায় ৩:৩০ বজাত ঘিলাগুৰি অঞ্চলত যান্ত্ৰিক বিজুতি ঘটা এ এছ ০৩ এইছ ০৩৬৫ নম্বৰৰ এখন ৰঙা ৰঙৰ ইণ্ডিকা ভিষ্টা গাড়ীক ৰাষ্ট্ৰীয় ঘাইপথত আন এখন গাড়ীয়ে টানি নিবলৈ চেষ্টা কৰি থকা দেখা পাই এটা স্থানীয় যুৱকৰ দল গাড়ীখনৰ ওচৰলৈ আহিছিল।

কিন্তু যুৱকৰ দলটোক দেখা পোৱা মাত্ৰকে গৰুচোৰৰ দলটোৱে ভিষ্টা গাড়ীখন তাতে এৰি আনখন গাড়ীত উঠি পলায়ন কৰে। পিছত যুৱকৰ দলটোৱে গাড়ীখনৰ ভিতৰত গৰুৰ গোবৰ প্ৰত্যক্ষ কৰাত গাড়ীখন গৰু চুৰি কাৰ্য্যত ব্যৱহাৰ কৰিছিল আৰু পলায়ন কৰা ব্যক্তি তিনিজন গৰু চুৰি কাৰ্য্যত জড়িত বুলি নিশ্চিত হয়।

অৱশ্যে গাড়ীখনত কেৱল গৰুৰ গোবৰ আৰু খেৰ পৰি থকাক লৈ চায় স্থানীয় ৰাইজে গৰুচোৰৰ দলটোৱে গাড়ীখনত গৰু ভৰাই কৰবাত বিক্ৰী কৰি অহা বুলি সন্দেহ কৰিছে।

উল্লেখযোগ্য যে কিছুদিনৰ আগতে এই অঞ্চলতেই গাড়ীসহ এজন গৰু চোৰক স্থানীয় ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিছিল। আনহাতে ৰাইজৰ তৎপৰতাত আৰক্ষীয়ে বহুকেইটা গৰুচোৰক আটক কৰিছে যদিও কেইদিন মানৰ পিছতেই জেলৰ পৰা ওলাই উক্ত গৰুচোৰসমূহে পুনৰ চুৰি কাৰ্য্যত জড়িত হৈ পৰে বুলি ৰাইজে অভিযোগ কৰে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd