• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গৰু বিহু উপলক্ষ্যে অনুষ্ঠিত হ’ল গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা! অসমৰ ক’ত?

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
April 14, 2021 7:28 pm
cow
245
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বিভিন্ন স্থানত সৌন্দৰ্য প্ৰতিযোগিতা আয়োজন কৰা হৈ আহিছে যদিও অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ সময়তে ৰাজ্যৰ এক বিশেষ স্থানত আয়োজন কৰা এক বিশেষ সৌন্দৰ্য প্ৰতিযোগিতাই এতিয়া বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

এই সৌন্দৰ্য প্ৰতিযোগিতাত সুন্দৰী যুৱতী অথবা সুঠাম যুৱকৰ সলনি ভাগ লয় গৰুৱে।

ব্যতিক্ৰমী এই সৌন্দৰ্য প্ৰতিযোগিতাখন আয়োজন কৰা হয় বজালী জিলাৰ পাঠশালাত।

গৰু বিহু উপলক্ষ্যে গৰুৰ মাজত আয়োজন কৰা এই সৌন্দৰ্য প্ৰতিযোগিতাত ভাগ লয় অঞ্চলটোৰ বহু সু-স্বাস্থ্য সম্পন্ন গৰুৱে।

গৰু বিহুৰ দিনটোত পাঠশালাৰ কৃষকসকলেও তেওঁলোকৰ গোধনক নৈত গা ধুৱাই মাহ-হালধি সানি সুন্দৰ ভাবে সজাই পৰাই তোলে আৰু সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত হোৱা স্থানলৈ লৈ আহে।

বিহু গীতৰ তালে তালে সমৱেত ৰাইজে আনন্দত মতলীয়া হৈ পৰাৰ লগতে তেওঁলোকৰ গোধনক প্ৰতিযোগিতাৰ ৰেম্পত খোজ কাঢ়িবলৈ দিয়ে।

গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা আয়োজন কৰি গোধনৰ প্ৰতি মানুহৰ মৰম তথা পৰিচৰ্যা বৃদ্ধিৰ মনোভাৱ বৃদ্ধিকৰাৰ প্ৰয়াস চলোৱা হৈছে।

গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা  খন সন্দৰ্ভত স্থানীয় এগৰাকী গঞাই কয় ‘ বিগত প্ৰায় এটা দশক ধৰি প্ৰতি বছৰে গৰু বিহুৰ দিনা এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে।গোবিন্দপুৰ অঞ্চলৰ সকলো লোকেই এই অনুষ্ঠানটোৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ থাকে’।

Recent News

জন্ম পালে বিশ্বৰ আটাইতকৈ বয়সীয়াল সন্তান! ৩০ বছৰীয়া নৱজাতকে কোলা শুৱনি কৰিলে দম্পতীৰ

জন্ম পালে বিশ্বৰ আটাইতকৈ বয়সীয়াল সন্তান! ৩০ বছৰীয়া নৱজাতকে কোলা শুৱনি কৰিলে দম্পতীৰ

ইলন মাস্কৰ টেছলাক ২৪৩ মিলিয়ন ডলাৰ জৰিমনা

ইলন মাস্কৰ টেছলাক ২৪৩ মিলিয়ন ডলাৰ জৰিমনা

ভাৰতৰ মানচিত্ৰৰ পৰা অন্তৰ্ধান হ’ব পাৰে হিমাচল প্ৰদেশ! বাৰম্বাৰ হোৱা বানপানী আৰু ভূমিস্খলনৰ বাবে আশংকা উচ্চতম ন্যায়ালয়ৰ

ভাৰতৰ মানচিত্ৰৰ পৰা অন্তৰ্ধান হ’ব পাৰে হিমাচল প্ৰদেশ! বাৰম্বাৰ হোৱা বানপানী আৰু ভূমিস্খলনৰ বাবে আশংকা উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত ৰখাৰ ষড়যন্ত্ৰ! ভোটাৰ তালিকাৰ পৰা বাদ পৰিল তেজস্বী যাদৱৰ নাম

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত ৰখাৰ ষড়যন্ত্ৰ! ভোটাৰ তালিকাৰ পৰা বাদ পৰিল তেজস্বী যাদৱৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd