• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ দেহাৱসান; হাওঁফাওঁৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 13, 2024 7:11 am
160
VIEWS
Share on FacebookShare on Twitter

প্ৰয়াত চিপিএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ। প্ৰায় এমাহ চিকিৎসাৰ অন্তত বৃহস্পতিবাৰে বিয়লি তেওঁ শেষ উশাহ লয়।

যোৱা ১৯ আগষ্টত শ্বাস-প্ৰশ্বাসজনিত ভয়াৱহ সংক্ৰমণ ধৰা পৰাত চিপিএমৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদকগৰাকীক দিল্লীৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হৈছিল।এই কালচোৱাত আই চি ইউত চিকিৎসাধীন হৈ আছিল। সোমবাৰে নিশা অৱস্থা অধিক বেয়া হোৱাৰ লগে লগে চিকিৎসকে কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ ব্যৱস্থা ব্যৱহাৰ কৰিবলগীয়া হয়।

প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যই যোৱা ৮ আগষ্টত শেষ নিশ্বাস ত্যাগ কৰে। সেইদিনা দিল্লীত সীতাৰাম য়েচুৰীৰ চকুৰ ছানি পৰা অস্ত্ৰোপচাৰ কৰা হয়।যাৰ বাবে বুদ্ধবাবুৰ শেষ যাত্ৰালৈ আহিব নোৱাৰিলে য়েচুৰী। ২২ আগষ্টত নেতাজী ইনড’ৰ ষ্টেডিয়ামত বুদ্ধবাবুৰ স্মৃতিচাৰণ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। তাৰ পাছত হাওঁফাওঁৰ সংক্ৰমণত য়েচুৰীক এইমছত ভৰ্তি কৰোৱা হয়।

২০২১ চনত সীতাৰাম য়েচুৰীৰ জ্যেষ্ঠ পুত্ৰ আশীষৰ ক’ভিডত মাত্ৰ ৩৫ বছৰ বয়সত মৃত্যু হৈছিল। তেওঁৰ হাওঁফাওঁৰ জটিল সংক্ৰমণ হৈছিল। সন্তান হেৰুৱাৰ দুখ পাহৰি সীতাৰামে নিজকে দলীয় কামত ব্যস্ত ৰাখিলে। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীয়ে তেওঁৰ মৃত্যুৰ খবৰ পাই শোক প্ৰকাশ কৰিছে। এক্স হেণ্ডেলত মমতাই লিখিছে, এইজন জ্যেষ্ঠ ৰাজনীতিবিদৰ মৃত্যুৰ ফলত ভাৰতৰ জাতীয় ৰাজনীতিত প্ৰভাৱ পৰিব।

১৯৫২ চনৰ ১২ আগষ্টত চেন্নাইত জন্মগ্ৰহণ কৰিছিল য়েচুৰীয়ে। জে এন ইউত অধ্যয়ন কৰি থাকোঁতে তেওঁ চি পি এমৰ সদস্যপদ লৈ পূৰ্ণকালীন ৰাজনীতিত যোগদান কৰাৰ সিদ্ধান্ত লয়। ২০০৫ চনৰ পৰা ২০১৭ চনলৈ বংগৰ পৰা নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ আছিল য়েচুৰী।

Recent News

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd