• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোনোৱাই হত্যা কৰিলে নেকি ক্ৰিকেট কিংম্বদন্তি শ্বেন ৱাৰ্ণক?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 6, 2022 6:37 pm
কোনোৱাই হত্যা কৰিলে নেকি ক্ৰিকেট কিংম্বদন্তি শ্বেন ৱাৰ্ণক?
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰোবাৰ হত্যাৰ ষড়যন্ত্ৰৰ বলি হ’ল নেকি ক্ৰিকেট কিংম্বদন্তি শ্বেন ৱাৰ্ণ?

বিশ্বপ্ৰসিদ্ধ লেগ স্পীনাৰজনৰ অস্বাভাৱিক মৃত্যুক লৈ চাঞ্চল্য চলি থকাৰ মাজতে আহিছে আন এক নতুন চাঞ্চল্যজনক তথ্য। এই তথ্য আগবঢ়াইছে থাইলেণ্ডৰ আৰক্ষীয়ে। জানিব পৰা মতে, থাইলেণ্ডৰ আৰক্ষীয়ে ৱাৰ্ণৰ মৃতদেহৰ কাষত তেজৰ দাগ দেখা পাইছে। কেৱল সেয়াই নহয়, গা ধোৱা টাৱেলতো তেজৰ দাগ পোৱা গৈছে।

উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে থাইলেণ্ডৰ এটা বিলাসী আবাসগৃহত মৃত্যু হৈছিল ৫২ বৰ্ষীয় লেগ স্পীনাৰজনৰ।

প্ৰথম অৱস্থাত হৃদযন্ত্ৰ বিকল হোৱাৰ ফলতে তেওঁৰ এনেদৰে হঠাৎ মৃত্যু হোৱা বুলি কোৱা হৈছিল। কিন্তু তেজৰ দাগ পোৱাৰ পাছতে সমগ্ৰ ঘটনাৱলীয়ে অন্য এক মোৰ লাভ কৰিছে।

অৱশ্যে থাইলেণ্ডৰ আৰক্ষীয়ে জনোৱামতে, ৱাৰ্ণে মৃত্যুৰ সময়ত মুখেৰে তেজ নিৰ্গত কৰিছিল। ৱাৰ্ণক এনেদৰে অচেতন অৱস্থাত পাই তেওঁৰ বন্ধু বৰ্গই চিপিআৰ দিবলৈ চেষ্টা কৰে। তাৰফলতে ঘৰৰ মজিয়া আৰু টাৱেলত তেজৰ দাগ পোৱা গৈছে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

উল্লেখযোগ্য যে ক্ৰিকেটৰ ইতিহাসত শ্বেন ৱাৰ্ণক এজন কিংম্বদন্তি খেলুৱৈ হিচাপে আখ্যা দিয়া হয়। নিজৰ যাদুকৰী লেগ স্পিন বলিঙেৰে তেওঁ অজস্ৰ অনুৰাগীক মুহি ৰাখিছিল।

সেইবাবেই স্বাভাৱিকতে ৱাৰ্ণৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১ ছেপ্টেম্বৰৰ পৰা ৫১.৫০ টকা হ্ৰাস পাব বাণিজ্যিক চিলিণ্ডাৰ মূল্য; অপৰিৱৰ্তিত ঘৰুৱা চিলিণ্ডাৰৰ দাম

১ ছেপ্টেম্বৰৰ পৰা ৫১.৫০ টকা হ্ৰাস পাব বাণিজ্যিক চিলিণ্ডাৰ মূল্য; অপৰিৱৰ্তিত ঘৰুৱা চিলিণ্ডাৰৰ দাম

September 1, 2025 5:59 pm
৫০ শতাংশ ঘাঁহনি মাটি হ্ৰাস: ৰাষ্ট্ৰীয় উদ্যানত উদ্ভিদ–প্ৰাণীৰ সহঅবস্থানৰ ওপৰত ভাবুকি

৫০ শতাংশ ঘাঁহনি মাটি হ্ৰাস: ৰাষ্ট্ৰীয় উদ্যানত উদ্ভিদ–প্ৰাণীৰ সহঅবস্থানৰ ওপৰত ভাবুকি

September 1, 2025 5:56 pm
আয়োগ আৰু ৰাজনৈতিক দলৰ মাজত অনাস্থা দুৰ্ভাগ্যজনক: উচ্চতম ন্যায়ালয়

আয়োগ আৰু ৰাজনৈতিক দলৰ মাজত অনাস্থা দুৰ্ভাগ্যজনক: উচ্চতম ন্যায়ালয়

September 1, 2025 5:15 pm
তছলিমাৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নিবিচাৰে আয়োজকে! ইছলামিক মৌলবাদীৰ ভাবুকিৰ বাবে বাতিল জাভেদ আখতাৰৰ ‘মুছাইৰা’

তছলিমাৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নিবিচাৰে আয়োজকে! ইছলামিক মৌলবাদীৰ ভাবুকিৰ বাবে বাতিল জাভেদ আখতাৰৰ ‘মুছাইৰা’

September 1, 2025 4:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১ ছেপ্টেম্বৰৰ পৰা ৫১.৫০ টকা হ্ৰাস পাব বাণিজ্যিক চিলিণ্ডাৰ মূল্য; অপৰিৱৰ্তিত ঘৰুৱা চিলিণ্ডাৰৰ দাম

১ ছেপ্টেম্বৰৰ পৰা ৫১.৫০ টকা হ্ৰাস পাব বাণিজ্যিক চিলিণ্ডাৰ মূল্য; অপৰিৱৰ্তিত ঘৰুৱা চিলিণ্ডাৰৰ দাম

September 1, 2025 5:59 pm
৫০ শতাংশ ঘাঁহনি মাটি হ্ৰাস: ৰাষ্ট্ৰীয় উদ্যানত উদ্ভিদ–প্ৰাণীৰ সহঅবস্থানৰ ওপৰত ভাবুকি

৫০ শতাংশ ঘাঁহনি মাটি হ্ৰাস: ৰাষ্ট্ৰীয় উদ্যানত উদ্ভিদ–প্ৰাণীৰ সহঅবস্থানৰ ওপৰত ভাবুকি

September 1, 2025 5:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd