• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চি আৰ পি এফত ৭০০ৰো অধিক খালি পদৰ বাবে জাননী, চাওঁক সবিশেষ

by
July 18, 2020 2:37 pm
CRPF
715
VIEWS
Share on FacebookShare on Twitter

নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে সুখবৰ! কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীত খালী হৈছে ৭০০ৰো অধিক পদ।

অৰ্ধ সামৰিক বাহিনীয়ে খালি হোৱা ৭৮৯ টা পদৰ বাবে প্ৰকাশ কৰিছে জাননী।

খালি হোৱা পদ সমূহৰ ভিতৰত ইন্সপেক্টৰ, ছাব-ইন্সপেক্টৰ, এছিস্টেন্ট ছাব-ইন্সপেক্টৰ,হেড কনিষ্টবল,কনিষ্টবল আদি।

ছাব-ইন্সপেক্টৰ পদৰ বাবে শিক্ষাগত অৰ্হতা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ,পদ। ইন্সপেক্টৰ পদৰ বাবে শিক্ষাগত অৰ্হতা স্নাতক ডিগ্ৰী,এছিস্টেন্ট ছাব-ইন্সপেক্টৰ,হেড কনিষ্টবল পদৰ বাবে দ্বাদশ অথবা দশম শ্ৰেণী উত্তীৰ্ণ,কনিষ্টবল পদৰ বাবে দশম শ্ৰেণী উত্তীৰ্ণ হ’লেই হ’ব।

এই আটাইবোৰ পদ গ্ৰুপ বি আৰু চি গ্ৰুপৰ অন্তৰ্গত তথা নন-গেজেটেট পদ।

প্ৰাৰ্থী সকলে বয়সৰ সীমা আৰু অন্যান্য বিষয়ত জানিবলৈ মূল জাননী খন চালে উপকৃত হ’ব।

আবেদন জমা লোৱাৰ প্ৰক্ৰিয়া ২০ জুলাইত আৰম্ভ হ’ব।প্ৰথম পৰ্যায়ৰ নিৰ্বাচন প্ৰক্ৰিয়া হিচাবে লিখিত পৰীক্ষা ২০ ডিচেম্বৰত হ’ব।

অসম,মেঘালয়,অৰুণাচল প্ৰদেশ ,মিজোৰাম,নাগালেণ্ড,মণিপুৰ,ত্ৰিপুৰা,ছিকিম,আদি ৰাজ্যৰ প্ৰাৰ্থী সকলে ডাক যোগে বা হাতে হাতে আবেদন প্ৰেৰণ কৰিব পাৰিব।

আবেদন প্ৰেৰণৰ ঠিকনাৰ বাবে চি আৰ পি এফে প্ৰকাশ কৰা জাননী খন চাব ।

অসংৰক্ষিত, অ’বিচি আদি শ্ৰেণীৰ প্ৰাৰ্থীয়ে গ্ৰুপ বিৰ বাবে ২০০ টকা, গ্ৰুপ চিৰ বাবে১০০ টকাৰ আই পি অ’ অথবা বেংক ড্ৰাফট পঠিয়াব লাগিব।

অনুসূচিত জাতি ,জনজাতি আৰু মহিলা প্ৰাৰ্থীয়ে কোনো মাচুল দিব নালাগে।

আই পি অ’ অথবা বেংক ড্ৰাফট পঠিওৱাৰ ঠিকনা DIGP, Group Centre, CRPF, Bhopal payable at SBI-Bangrasia.

আবেদন গ্ৰহণ কৰাৰ শেষ তাৰিখ ৪ ছেপ্তেম্বৰ,২০২০।

Recent News

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

আই আই টি গুৱাহাটীৰ গৱেষকৰ আৱিষ্কাৰ! কণ্ঠবিহীন লোকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে এক বিশেষ চেন্সৰ

আই আই টি গুৱাহাটীৰ গৱেষকৰ আৱিষ্কাৰ! কণ্ঠবিহীন লোকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে এক বিশেষ চেন্সৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd