• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৯ বছৰীয়া ব্ৰাহ্মণ তৰুণীৰে দলিত বিধায়কৰ বিবাহ : আত্মহত্যাৰ ভাবুকি যুৱতীৰ পিতৃৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 8, 2020 10:19 am
index.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একবিংশ শতিকাৰ দ্বিতীয় দশকতো জাত-পাত, উচ্চ-নীচৰ ভেদাভেদত আচ্ছন্ন এই দেশ আৰু এই দেশৰ মানুহ। যেন নাই মানৱীয়তাৰ কোনো উষ্ণতা!

কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশৰ হাথৰাছত সংঘটিত গণধৰ্ষণৰ নিৰ্যাতিতা গৰাকী দলিত আৰু অভিযুক্তসকল উচ্চ বৰ্ণ হোৱাৰ কাৰেণই ধৰ্ষণকাৰীৰ সমৰ্থনতো উত্তৰ প্ৰদেশত সমদল বাহিৰ হৈছে।

সেই কাণ্ডৰ প্ৰতিমুখী আৰু বিপৰীতমুখী ক্ৰিয়া-প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই এইবাৰ তামিলনাডুৰ এক ঘটনাই দেশত জাত-পাত, উচ্চ-নীচৰ ভেদাভেদকলৈ তুমুল চৰ্চা চলিছে।

এই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে তামিলনাডুৰ এগৰাকী দলিত বিধায়ক আৰু উচ্চ বৰ্ণ তথা এটা মন্দিৰৰ স্বামীনাথন নামৰ পুৰোহিতজনৰ কন্যাৰ বিবাহ।

এই বিবাহক মানি ল’ব পৰা নাই উচ্চ বৰ্ণৰ যুৱতী গৰাকীৰ পিতৃয়ে। আনকি যুৱতীৰ পিতৃয়ে বিধায়ক গৰাকীয়ে তেওঁৰ কন্যাক অপহৰণ কৰি ফুচুলাই বিবাহপাশত আৱদ্ধ কৰোৱা বুলিও অভিযোগ উত্থাপন কৰিছে।

অসন্তুষ্ট উচ্চ বৰ্ণৰ পিতৃ গৰাকীয়ে আৰক্ষীক ইয়াৰ যথোচিত ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে অনথ্যা আত্মহত্যা কৰাৰ ভাবুকিও প্ৰদান কৰিছে।

ঘটনাৰ বিৱৰণীৰ মতে তামিলনাড়ুৰ কাল্লাকুৰিচিৰ AIADMKৰ দলিত সম্প্ৰদায়ৰ বিধায়ক ৩৬ বৰ্ষীয় এ প্রভুৱে ব্ৰাহ্মণ সম্প্ৰদায়ৰ এগৰাকী ১৯ বছৰীয়া তৰুণীৰে বিবাহপাশত আৱদ্ধ হয়।

দলিত বিধায়ক এ প্ৰভুৱে দাবী কৰিছে যে বিয়াৰ পূৰ্বে ১৯ বছৰীয়া যুৱতী গৰাকীৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল।

চলিত বৰ্ষৰ লকডাউনৰ সময়তে যুৱতী গৰাকীৰ সৈতে তেওঁৰ পৰিচয় ঘটিছিল আৰু সেই পৰিচয়ে পিছলৈ দুয়োৰে মাজত প্ৰমৰ সম্পৰ্কলৈ ৰূপান্তৰ হয়।

লগতে দলিত বিধায়ক প্ৰভুৱে দাবী কৰিছে যুৱতী গৰাকীৰ সন্মতিৰ সাপেক্ষেহে তেওঁলোক বিবাহপাশত আৱদ্ধ হৈছে।

অৱেশ্য তেওঁলোকৰ বিয়াত যুৱতী গৰাকীৰ পিতৃৰ সন্মতি নাছিল বুলিও তেওঁ জানিবলৈ দিয়ে।

ইফালে দলিত বিধায়ক প্ৰভু আৰু উচ্চ বৰ্ণ যুৱতী গৰাকীৰ বিবাহৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, যিটোত যুৱতী গৰাকীৰ মুখত সন্তুষ্টিৰ ৰেশ দেখা পোৱা গৈছে।

বিধায়ক প্ৰভুৰ মতে যুৱতী গৰাকীৰ পিতৃয়ে তেওঁ দলিত সম্প্ৰদায়ৰ হোৱাৰ বাবেই এই বিয়াত সন্মতি দিয়া নাই।

ইফালে যুৱতী গৰাকীৰ পিতৃৰ দাবী তেওঁৰ কন্যাই দলিত সম্প্ৰদায়ৰ যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ বাবে তেওঁ আপত্তি কৰা নাই। দৰা আৰু কইনাৰ মাজৰ বয়সৰ পাৰ্থক্যটোহে তেওঁৰ আপত্তি কাৰণ বুলি দাবী কৰিছে যুৱতী গৰাকীৰ পিতৃয়ে।

পিতৃ গৰাকীয়ে নিজ কন্যাক মাত্ৰ ১৯ বছৰ বয়সতে ফুচুলাই বিবাহপাশত আৱদ্ধ কৰোৱাৰ দোষত দলিত বিধায়ক গৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীৰ ওচৰত দাবী জনাইছে। অন্যথা তেওঁ আত্মহত্যা কৰাৰ ভাবুকি দিছে।

অৱশ্যে আৰক্ষীয়ে পুৰোহিত স্বামীনাথনৰ দাবী মানি লোৱা নাই। বৰং তেওঁৰ বিৰুদ্ধে আত্মহত্যাৰ চেষ্টা কৰাৰ অভিযোগত গোচৰহে ৰুজু কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd