• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দলিত যুৱকক প্ৰহাৰ, শৰীৰত প্ৰস্ৰাৱ আৰু যৌন নিৰ্যাতনৰ অভিযোগ : ভয়ংকৰ ঘটনা ৰাজস্থানত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 20, 2025 7:28 pm
189
VIEWS
Share on FacebookShare on Twitter

বিয়াৰ শোভাযাত্ৰা চাবলৈ ওলাই গৈছিল এজন ১৯ বছৰীয়া দলিত যুৱক। লগে লগে দুজন যুৱকে তেওঁক স্থানীয় বাছ ষ্টেণ্ডলৈ মাতি নিয়ে। প্ৰথমে কোনো কাৰণ নোহোৱাকৈ দলিত যুৱকজনক তীব্ৰ প্ৰহাৰ কৰে দুয়োজনে। তাৰ পিছত তেওঁৰ ওপৰত প্ৰস্ৰাৱ কৰাৰো অভিযোগ উঠিছে। ১৯ বছৰীয়া দলিত যুৱকজন যৌন নিৰ্যাতনো চলাইছিল বুলি অভিযোগ উত্থাপন হৈছে।

এই নৃশংস ঘটনা ৮ এপ্ৰিলত সংঘটিত হৈছিল ৰাজস্থানৰ ছিকাৰৰ ফতেহপুৰ অঞ্চলত।

এই ঘটনাত স্তম্ভিত হৈ পৰে দলিত যুৱকজন। ঘটনাৰ প্ৰায় এসপ্তাহৰ পিছত ১৬ এপ্ৰিলত ভুক্তভোগী পৰিয়ালে এফআইআৰ দাখিল কৰিছিল।

অভিযোগত উল্লেখ আছে যে দুয়োজন যুৱকে তেওঁক আক্ৰমণ কৰিছিল, কাপোৰ খুলিবলৈ বাধ্য কৰাইছিল আৰু তেওঁৰ ওপৰত অস্বাভাৱিক যৌন কাৰ্য্য সংঘটিত কৰিছিল।

অভিযুক্তই মদ্যপান কৰি থকা বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। অভিযোগ অনুসৰি ভুক্তভোগীক মদৰ বটলেৰে আঘাত কৰা হৈছিল। যুৱকজনৰ শৰীৰত প্ৰস্ৰাৱ কৰি বৰ্ণবাদী গালি-গালাজ কৰিছিল।

ভুক্তভোগীয়ে অভিযোগ কৰে যে অভিযুক্তই তেওঁলোকৰ এই কাৰ্যৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি কাৰোবাক এই বিষয়ে ক’লে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ ভাবুকি দিছিল।

আৰক্ষীয়ে জনোৱা মতে, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

ৰাজস্থানৰ বিৰোধী দলপতি তথা দলিত নেতা টিকা ৰাম জুলিয়ে কয় যে এই ঘটনাই ৰাজ্যখনৰ “প্ৰকৃত আইন-শৃংখলাৰ পৰিস্থিতি”ক স্পষ্ট কৰি তুলিছে। তেওঁ কয়, এয়া আজিৰ ৰাজস্থানৰ বাস্তৱ। এয়া লজ্জাজনক বাস্তৱ।”

প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটেও এই ঘটনাক গৰিহণা দিয়ে। তেওঁ কয় যে আঘাত ইমানেই ভয়াৱহ আছিল যে যুৱকজনে আঠ দিন ধৰি এজাহাৰ দাখিল কৰিবলৈ যাব পৰা নাছিল।

উপ-আৰক্ষী অধীক্ষক অৰবিন্দ কুমাৰে কয় যে, “এই ঘটনাত আমি এফআইআৰ পঞ্জীয়ন কৰিছো। ভুক্তভোগীৰ চিকিৎসা পৰীক্ষা সম্পন্ন কৰি তেওঁৰ বক্তব্য লিপিবদ্ধ কৰা হৈছে। বিষয়টোৰ তদন্ত চলি আছে।”

Recent News

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd