• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জিমলৈ নোযোৱাকৈ এই বয়সতো কেনেকৈ ফিট হৈ আছে মিলিন্দ সুমন? ‎

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 1, 2025 6:30 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিলিন্দ সুমনৰ বয়স প্ৰায় ষাঠি বছৰ। মুখত দাড়ি, পেশীবহুল শৰীৰ আৰু ছয় ফুট উচ্চতা। বয়সৰ লগে লগে যেন তেওঁ ‎সৰু হৈ আহিছে। আচৰিত কথাটো হ’ল এই অভিনেতাজনে কোনো ধৰণৰ হাৰ্ডকোৰ ৱৰ্কআউট নকৰে। তেওঁ ব্যায়ামৰ ‎বাবে জিমলৈয়ো নাযায়। তথাপিও বহু মহিলা আৰু পুৰুষ অনুৰাগী তেওঁৰ শাৰীৰিক আকৰ্ষণক লৈ উন্মাদ। ফিট আৰু সুন্দৰ ‎হৈ থাকিবলৈ কি কৰে মিলিন্দ সুমনে?‎

‎ (১) মিলিন্দে শুই শোৱাৰ বাবে এটা নিৰ্দিষ্ট সময় বাছি লৈছে। প্ৰতি নিশা নিৰ্দিষ্ট সময়ত শুই ৰাতিপুৱা ৮.৩০ বজাত শুই ‎উঠে। তেওঁ সদায় এই নিয়ম মানি চলি আহিছে। শুই উঠাৰ লগে লগে সি ব্যায়াম কৰিবলৈ আৰম্ভ কৰে।

Apply Now

‎(২) শৰীৰটো ফিট কৰি ৰাখিবলৈ তেওঁ প্ৰতিদিনে মুকলি পৰিবেশত কিছু সময় ব্যায়াম কৰে। কিন্তু কোনো গধুৰ ব্যায়াম ‎নহয়। তেওঁ হাৰ্ডকোৰ ৱৰ্কআউট এৰাই চলিছে। মিলিন্দে যোগাসন, প্লেংক আৰু লঘু ব্যায়াম কৰিবলৈ পছন্দ কৰে।

‎(৩) মিলিন্দে চাহ বা কফি একেবাৰেই ভাল নাপায়। শৰীৰটো ফিট কৰি ৰাখিবলৈ তেওঁ খাদ্যত ফলমূল, শাক-পাচলি, শস্য ‎আদি ৰাখে। ব্ৰেকফাষ্টত বাদাম খাই দিনটো আৰম্ভ কৰে। পানীৰ উপৰিও তেওঁ খাদ্যত তৰমুজ বা পেঁপাৰ দৰে ফলৰ ৰসও ‎ৰাখে।

‎(৪) তেওঁ সপ্তাহত ৬০-৭০ কিলোমিটাৰ দৌৰে। তেওঁ নিয়মিতভাৱে সাঁতোৰ আৰু চাইকেল চলোৱাৰ দৰে ব্যায়ামো কৰে। ‎ইয়াৰ ফলত কঁকালৰ তলৰ অংশ বিশেষকৈ ভৰিৰ পেশীবোৰ ভাল ব্যায়াম হয়। একে সময়তে হৃদযন্ত্ৰৰ স্বাস্থ্যও বৃদ্ধি পায়।

‎(৫) প্ৰতিদিনে দুপৰীয়াৰ আহাৰ খোৱাৰ আগতে ৫০টা পুছ আপ কৰে মিলিন্দে। দিনটোৰ কামৰ মাজত সময় পালে ‎এনেদৰে ব্যায়াম কৰে।

‎(৬) বহুতে ভাবে যে মিলিন্দে কঠোৰ খাদ্যাভ্যাস মানি চলে। কিন্তু আমোদজনক কথাটো হ’ল তেওঁৰ ঘৰতে ৰন্ধা খাদ্যৰ প্ৰতি ‎বেছি আগ্ৰহ। বাহিৰৰ খাদ্য তেওঁ পৰিহাৰ কৰে। বিশেষকৈ পেকেটত ভৰোৱা খাদ্য। বৰঞ্চ তেওঁ ঘৰতে ৰন্ধা খাদ্য, কম ‎তেল আৰু মছলা খাবলৈহে বেছি পছন্দ কৰে। ‎

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

August 18, 2026 5:36 pm
বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

August 18, 2026 4:40 pm
ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

August 18, 2026 3:58 pm
আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

August 18, 2026 3:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

August 18, 2026 5:36 pm
বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

August 18, 2026 4:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd