• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ম্যানমাৰৰ ইতিহাসৰ ক’লা দিন : শনিবাৰে জুণ্টা প্ৰশাসনে গুলীয়াই হত্যা কৰিলে ৫০ নিৰস্ত্ৰ প্ৰতিবাদকাৰীক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 27, 2021 3:11 pm
index

ম্যানমাৰৰ সেনা প্ৰধান তথা সামৰিক শাসক মিন আং হলাইং

343
VIEWS
Share on FacebookShare on Twitter

শনিবাৰৰ দিনটো যেন ম্যানমাৰৰ ইতিহাসৰ বাবে প্ৰকৃতাৰ্থতে এটা শনি লগা দিন।

ম্যানমাৰৰ ইতিহাসৰ এই ক’লা দিনটোতে দক্ষিণ পূৱ এছিয়াৰ পাহাৰীয়া দেশখনৰ সামৰিক প্ৰশাসনে গণতন্ত্ৰকামী প্ৰায় ৫০ গৰাকী নিৰস্ত্ৰ প্ৰতিবাদকাৰীক হত্যা কৰিছে।

জুণ্টাই দেশখনৰ জনতা আৰু গণতন্ত্ৰক সুৰক্ষা দিব বুলি ঘোষণা কৰাৰ পিছতেই ম্যানমাৰৰ সামৰিক শাসকৰ সেনাই দেশখনৰ বিভন্ন চহৰত এই হত্যা লীলা সংঘটিত কৰিছে।

উল্লেখ্য যে অলপতে ৩২০ গৰাকী নিৰপৰাধী প্ৰতিবাদকাৰীক হত্যা কৰাৰ পিছত দেশখনৰ সামৰিক জেনেৰেলসকলে সামৰিক দিৱস উদযাপন কৰিছিল আৰু ইয়াৰ পিছতেই ম্যানমাৰৰ বিভিন্ন চহৰ ৫০ জনকৈ প্ৰতিবাদকাৰীক হত্যা কৰা বুলি প্ৰকাশ পাইছে সংবাদ মাধ্যমত।

আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাসমূহৰ মতে য়াংগুণৰ দালা আৰক্ষী থানাৰ সন্মুখত নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত মুক্তভাৱে সেনাই গুলীচালনা কৰি অতি কমেও চাৰিজন প্ৰতিবাদকাৰীক হত্যা কৰিছে।

ইফালে সংবাদ সংস্থা ৰয়টাৰৰ মতে ইনছেইন জিলাৰ ২১ বছৰ অনুৰ্ধৰ ফুটবল দলৰ তিনিগৰাকী সদস্যক সেনাই গুলীয়াই হত্যা কৰিছে। ফুটবল দলটোৱে গণতন্ত্ৰকামী সমদলত অংশগ্ৰহণ কৰিছিল।

স্থানীয় সংবাদ পত্ৰ ম্যানমাৰ নাওৰ মতে মাণ্ডালয়ৰ বিভিন্ন প্ৰান্তত ম্যানমাৰ সেনাই অতি কমেও ১৩ গৰাকী প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰিছে।

ইফালে সামাজিক মাধ্যমত এক ভিডিঅ’ ভাইৰেল হৈছে য’ত চহৰৰ জনশূন্য পথেদি মটৰচাইকেলেৰে গৈ থকা দুগৰাকী পথাচাৰীক সেনাবাহিনীৰ এখন বাহনৰ পৰা সেনাই গুলীচালনা কৰিছে আৰু তৎক্ষণাতে গুলীবিদ্ধ দুয়োগৰাকী লোকক মাটিত ঢলি পৰিছে।

ম্যানমাৰ নাওৰ দাবী যে দেশখনৰ বিভিন্ন প্ৰান্তত শনিবাৰৰ দিনটোত সেনাই অতি কমেও ৫০ গৰাকী প্ৰতিবাদকাৰীক হত্যা কৰিছে।

ইফালে অন্য এক বিশেষ সূত্ৰ অনুসৰি পাহাৰীয়া দেশখনৰ দালাত ৮, লেছহিঅ’ত ৪, মাণ্ডালয়ত ৪, পথেইনত ৩, মেইখটিলাত ৩, ইনছেইনত ৪, ডিকেইঅ’ত ২, ক্যাউকপাডুঙত ৩ আৰু পেনৱেকন, হোপেন, ৱামটুইন, ক্যিকেপহটো, মন্যো, হপেড’, শ্বেব’, ছাগেইং, প্যিনোলুইনস পুইন’ফ্যিউ ন্যাউং আৰু জাৱেইত এগৰাকীকৈ নিৰস্ত্ৰ প্ৰতিবাদকাৰীক ম্যানমাৰ সেনাই গুলীয়াই হত্যা কৰিছে।

Recent News

অত্যন্ত গৰমত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ খাওক এইসমূহ খাদ্য, লাভ কৰিব যথেষ্ট সুফল…

অত্যন্ত গৰমত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ খাওক এইসমূহ খাদ্য, লাভ কৰিব যথেষ্ট সুফল…

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd