• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৰ্ণ ভিডিঅ’ নোচোৱাই হ’ল কাল ! কলিয়াবৰৰ বামুণীৰ মথৌখাটত লোমহৰ্ষক হত্যাকাণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 21, 2021 12:16 pm
2.3k
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰৰ বামুণীৰ মথৌখাটত সোমবাৰে সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ এক ভয়ানক তথ্য পোহৰলৈ আহিছে।

ৰূপালী ৰবিদাস নামৰ এগৰাকী ছয় বছৰীয়া কন্যা শিশুৰ মৃতদেহ সোমবাৰে বিয়লি ঘৰৰ সন্মুখত থকা বজৰং শিলৰ কোৱেৰীত উদ্ধাৰ হৈছিল। কোৱেৰীটোৰ শৌচালয়ত উদ্ধাৰ হৈছিল মৃতদেহটো। মৃতদেহৰ বিভিন্ন স্থানত চোকা অস্ত্ৰৰ আাঘাটৰ চিন স্পষ্ট হৈ আছিল।

হত্যাকাণ্ড সন্দৰ্ভত অভিযান চলাই হত্যাকাণ্ডত জড়িত দুজন ১১ বছৰীয়া আৰু এজন ৮ বছৰীয়া শিশুক বুধবাৰে আটক কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী।

আৰক্ষীৰ তদন্তত ফাদিল হয় হত্যাকাণ্ড সংঘটিত হোৱাৰ মূল কাৰণ। এই ভয়ানক হত্যাকাণ্ডৰ মূল কাৰণে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা অনুসৰি তিনি শিশুৰ সৈতে অশ্লীল ভিডিঅ ছবি চাবলৈ অমান্তি হোৱা ৰূপালী ৰবিদাস নামৰ ৬ বছৰীয়া কন্যা শিশু গৰাকীক তিনি শিশুৱে নিৰ্মম ভাবে প্ৰহাৰ কৰি হত‍্যা কৰি পেলাই থৈছিল শিলভঙা উদ্যোগটিৰ শৌচালয়ত।

হত্যাৰ বলি হোৱা কন্যা শিশুগৰাকীৰ ঘৰৰ ওচৰৰে তিনি শিশুৱে কন্যা শিশুগৰাকীক সোমবাৰে তেনে অশ্লীল ভিডিঅ চাবলৈ বাধ্য কৰাব বিচাৰে। কিন্তু কন্যা শিশু গৰাকীয়ে তেনে ভিডিঅ চাবলৈ আপত্তি কৰাৰ পৰিণতিত কন্যা শিশু গৰাকীক হত্যা কৰা বুলি পোহৰলৈ আহিছে আৰক্ষীৰ তদন্তত।

নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ তৎপৰতাতে কলিয়াবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰুৱাৰ নেতৃত্বত আৰক্ষীয়ে হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ অনাৰ লগতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে তিনি অভিযুক্ত শিশুক। সম্প্ৰতি তিনিও শিশুকে  ন্যায়ালয়ৰ নিৰ্দেশত বিশেষ তদাৰক কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে ৷

ঘটনা সন্দৰ্ভত এগৰাকী শিশুৰ পিতৃ-মাতৃও গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। হত্যাকাণ্ড সন্দৰ্ভত অৱগত হৈও আৰক্ষীক সহযোগ কৰা নাছিল তেওঁলোকে।

Recent News

মৰাণ আৰক্ষীৰ জালত আলফা(স্বাধীন)ৰ আণ্ডাৰগ্ৰাউণ্ড সদস্য ছফিউদ্দিন আহমেদ

মৰাণ আৰক্ষীৰ জালত আলফা(স্বাধীন)ৰ আণ্ডাৰগ্ৰাউণ্ড সদস্য ছফিউদ্দিন আহমেদ

দৰা হ’ব কোন! লাখ লাখ অনুৰাগীৰ হৃদয় ভাঙি বিয়াত বহিব ‘আইপিএলৰ ৰাণী’ কাব্য মৰাণ?

দৰা হ’ব কোন! লাখ লাখ অনুৰাগীৰ হৃদয় ভাঙি বিয়াত বহিব ‘আইপিএলৰ ৰাণী’ কাব্য মৰাণ?

জেৰুজালেম, টেল আভিভত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ! নিশা ইজৰাইলৰো প্ৰত্যাঘাত, ক্ৰমে তীব্ৰতৰ সংঘাত

জেৰুজালেম, টেল আভিভত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ! নিশা ইজৰাইলৰো প্ৰত্যাঘাত, ক্ৰমে তীব্ৰতৰ সংঘাত

কেদাৰনাথ যাত্ৰাৰ পথত হেলিকপ্টাৰ ভাঙি পৰি দুৰ্ঘটনাগ্ৰস্ত; ৭ জনৰ মৃত্যুৰ আশংকা

কেদাৰনাথ যাত্ৰাৰ পথত হেলিকপ্টাৰ ভাঙি পৰি দুৰ্ঘটনাগ্ৰস্ত; ৭ জনৰ মৃত্যুৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd