• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাংলাদেশৰ ৰাজধানী ঢাকাত ভয়ংকৰ অগ্নিকাণ্ড : মৃতকৰ সংখ্যা ৬৯ জনলৈ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 21, 2019 1:16 pm
প্ৰতিনিধিত্বমূলক ফটো

প্ৰতিনিধিত্বমূলক ফটো

158
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশৰ ৰাজধানী ঢাকাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। এতিয়ালৈ লাভ কৰা খবৰ অনুসৰি অগ্নিকাণ্ডটোত ৬৯জন লোকৰ মৃত্যু হয়। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

পুৰণি ঢাকাৰ চ’ক বজাৰত অৱস্থিত এটা অট্টালিকাত সূত্ৰপাত ঘটা অগ্নিকাণ্ডই এতিয়া সমগ্ৰ অঞ্চলটো আবৰি লৈছে। বুধবাৰে নিশা প্ৰায় ১০ বজাত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনাটো। ঢাকা আৰক্ষী, সেনা আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

ঘটনাস্থলীৰ পৰা এতিয়ালৈ উদ্ধাৰ হোৱা শিশু, মহিলাকে ধৰি ব্যক্তিসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এতিয়াও বহু সংখ্যক লোক অট্টালিকাটো আৰু ইয়াৰ দাতি কাষৰীয়া অট্টালিকাত আবদ্ধ হৈ আছে।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ প্ৰকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও ৰাসায়নিক পদাৰ্থৰ বিস্ফোৰণৰ ফলতেই সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।

Recent News

আদানিৰ স্বাৰ্থত জলাঞ্জলি জনজাতিৰ ভূমি! ভূমিপুত্ৰৰ প্ৰতিবাদে চকু মেল খুৱাবনে ‘খিলঞ্জীয়া’ চৰকাৰৰ?

আদানিৰ স্বাৰ্থত জলাঞ্জলি জনজাতিৰ ভূমি! ভূমিপুত্ৰৰ প্ৰতিবাদে চকু মেল খুৱাবনে ‘খিলঞ্জীয়া’ চৰকাৰৰ?

ব্ৰহ্মপুত্ৰত আবদ্ধ ফকিৰগঞ্জ-ধুবুৰী যাত্ৰীবাহী নাও: ২০০ৰো অধিক লোকক উদ্ধাৰ

ব্ৰহ্মপুত্ৰত আবদ্ধ ফকিৰগঞ্জ-ধুবুৰী যাত্ৰীবাহী নাও: ২০০ৰো অধিক লোকক উদ্ধাৰ

ইৰাণ আৰু ইজৰাইলৰ পৰা নাগৰিকক ঘূৰাই অনাৰ উদ্যোগ ভাৰতৰ

ইৰাণ আৰু ইজৰাইলৰ পৰা নাগৰিকক ঘূৰাই অনাৰ উদ্যোগ ভাৰতৰ

কৰ্ণাটকত বন্ধ হ’ল অনলাইন বাইক টেক্সি, অসমতো হ’ব নেকি বন্ধ? কি নিৰ্দেশ দিলে উচ্চ ন্যায়ালয়ে?

কৰ্ণাটকত বন্ধ হ’ল অনলাইন বাইক টেক্সি, অসমতো হ’ব নেকি বন্ধ? কি নিৰ্দেশ দিলে উচ্চ ন্যায়ালয়ে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd