• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৱনমিত আইন-শৃংখলা পৰিস্থিতি: মহানগৰীৰ নুনমাটিত পুনৰ অৰ্দ্ধগলিত মৃতদেহ উদ্ধাৰ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
November 1, 2021 4:44 pm
872
VIEWS
Share on FacebookShare on Twitter

কি হ’বলৈ ধৰিছে গুৱাহাটী মহানগৰীত ? প্ৰায় প্ৰতিদিনেই যেন সংঘটিত হৈছে একোটাকৈ হত্যাকাণ্ডৰ ঘটনা।

সৌ সিদিনা মহানগৰীৰ খানাপাৰাত জাৱৰ পেলোৱা ঠাইত উদ্ধাৰ হৈছিল মহিলাৰ দুখনকৈ কটা ভৰি।

বশিষ্ঠ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে শুংসূত্ৰ ওলোৱা নাই কোন সেই মহিলা গৰাকী? অথবা কোনে হত্যা কৰিছিল তেওঁক ?

তাৰ পাছতে বেলতলাৰ বৰুৱা দম্পতীৰ হত্যাকাণ্ড, অন্তিমা গুপ্তা আৰু ডিম্পল কুমাৱতৰ হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্যক।
প্ৰশ্ন হৈছে “আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে গিজ গিজাই থকা মহানগৰীত আচলতে হৈছে কি?

আজি পুনৰবাৰ মহানগৰীৰ নুনমাটি অঞ্চলত উদ্ধাৰ হৈছে এটা অচিনাক্ত অৰ্ধ গলিত মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো পুৰুষৰ বুলি জানিব পৰা গৈছে।

নুনমাটিৰ চূণচালিত ব্ৰহ্মপুত্ৰৰ পাৰৰ চৰৰ মাজত থকা ঘন জংঘলত উদ্ধাৰ হৈছে অৰ্দ্ধগলিত মৃতদেহটো।

জানিব পৰা মতে ব্ৰহ্মপুত্ৰৰ চৰত খেতি কৰা লোকে প্ৰথমে মৃতদেহটো প্ৰত্যক্ষ কৰি নুনমাটি আৰক্ষী আৰু নদী আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

উদ্ধাৰ হোৱা মৃতদেহটো অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি বহু দিনৰ পৰা মৃতদেহটো পৰি থকা বুলি সন্দেহ ব্যক্ত কৰা হৈছে।

প্ৰায় দৈনিক সংঘটিত এনেবোৰ ঘটনাৰ পৰা নিশ্চয়কৈ স্পষ্ট হৈছে যে হত্যা, হিংসা, অপৰাধ নগৰীলৈ ৰূপান্তৰিত হৈছে মহানগৰ গুৱাহাটী। এই ক্ষেত্ৰত আৰক্ষী-প্ৰশাসন হৈ ৰৈছে কেৱল নীৰৱ দৰ্শক।

Recent News

আৰ্থিক অনিয়মৰ অভিযোগ! সংবাদ প্ৰতিস্থান গুজৰাট সমাচাৰ গ্ৰুপত ইডিৰ অভিযান

আৰ্থিক অনিয়মৰ অভিযোগ! সংবাদ প্ৰতিস্থান গুজৰাট সমাচাৰ গ্ৰুপত ইডিৰ অভিযান

ছ’ফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰা বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

ছ’ফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰা বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

অসমত ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ১০খন নতুন সহ-জিলা!

অসমত ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ১০খন নতুন সহ-জিলা!

অধ্যাপক উদয়াদিত্য ভৰালীলৈ এইবৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা: ১৮ মে’ত প্ৰদান কৰা হ’ব এই সন্মান

অধ্যাপক উদয়াদিত্য ভৰালীলৈ এইবৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা: ১৮ মে’ত প্ৰদান কৰা হ’ব এই সন্মান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd