• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ধ্বংসৰ দিশে দীপৰ বিল

ভৱেশ মেধি by ভৱেশ মেধি
February 4, 2020 5:48 pm
Deepar-Beel

দীপৰ বিল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা কিছুদিন ধৰি  চৰকাৰৰ অৱহেলা আৰু গুৰুত্বহীনতাৰ বাবে দীপৰ বিলে ধবংসৰ দিশলৈ গতি কৰিছে।

স্থানীয় লোক সকলো বিলখন সংৰক্ষণৰ বাবে বিশেষ গুৰত্ব দিয়া পৰিলক্ষিত হোৱা নায়।

শেহতীয়াভাবে দীপৰ বিলৰ দাঁতিত ব্যাপকভাৱে বনভোজ আয়োজনক কেন্দ্ৰ কৰি বিলখনৰ পানী দূষিত হৈ পৰাৰ লগতে বিলত পৰিভ্ৰমী চৰাইৰ আগমনত বাধাৰ সৃষ্টি হৈছে।

বিলৰ পাৰত এনেধৰণে  বনভোজ খাবলৈ অহা দলে বিলৰ পানী প্ৰদূষিত কৰাৰ লগতে উচ্চ স্তৰত সংগীত বজাই শব্দ প্ৰদূষণৰ সৃষ্টি কৰিছে।

বনভোজৰ দলে বিলৰ পাৰত পেলাই যোৱা থাৰ্মোকল, প্লাষ্টিকৰ প্লেট, গ্লাছবোৰে বিলৰ পানী প্ৰদূষিত কৰাৰ লগতে দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছে।

ইপিনে, বিলত এইবাৰ মুকলিকৈ মানুহে নাও লৈ মাছ মাৰি থকাও দেখিবলৈ পোৱা গৈছে।

বিলখনত চলি থকা এই ধৰণৰ অবৈধ কাৰ্যকলাপে বিলৰ পানী মাজে মাজে ক’লা কৰি পেলোৱা পৰিলক্ষিত হৈছে।

বিলৰ ওচৰত বসবাস কৰা একাংশ জনজাতীয় লোকে এইবাৰ বিলত পৰিভ্ৰমী চৰাই কমকৈ দেখিছে বুলি জানিবলৈ দিছে।

স্থানীয় বাসিন্দা লক্ষণ টেৰণে জনায় যে ডিচেম্বৰৰ আৰম্ভণিৰপৰা বিলত পৰিভ্ৰমী চৰাইৰ সমাগম হয়। কিন্তু এইবাৰ বিলৰ পাৰত ব্যাপকভাৱে আৰম্ভ হোৱা বনভোজে পৰিভ্ৰমী চৰাইৰ আগমনত বাধাৰ সৃষ্টি কৰিছে। কিন্তু বনভোজস্থলীত এই নিৰ্দেশ ভংগ কৰা দেখা গৈছে যদিও এইক্ষেত্ৰত বন বিভাগ আৰু জিলা প্ৰশাসনে চকু মুদা কুলিৰ ভাও জুৰি থকাহে  দেখা যায়।

২০০২ চনতে ৰামছৰ স্থান হিচাপে স্বীকৃতি পোৱা দীপৰ বিললৈ শীতৰ সময়ত ৭০ বিধতকৈ অধিক প্ৰজাতিৰ পৰিভ্ৰমী চৰাই আহে। কিন্তু কিছু বছৰৰপৰা পৰিভ্ৰমী চৰাইৰ সংখ্যা কমি আহিছে।

অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ শেহতীয়া অধ্যয়ন মতে, বিলখনত ব্যাপকভাৱে বেদখল হোৱাৰ লগতে প্ৰদূষিত হৈ আহিছে।

তথ্য মতে, বিলখনৰ ১৪.১ শতাংশ ভূমি বেদখল হৈছে। শেহতীয়াভাৱে বিলখনৰ চৌপাশে চিমেণ্ট নিৰ্মাণ কৰা উদ্যোগ আৰু শিল ভঙা উদ্যোগ আদি বিভিন্ন প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ গঢ়ি উঠাৰ ফলত বিলখন ভয়ানকভাৱে প্ৰদূষণৰ গ্ৰাসত পৰিছে।

তদুপৰি, দীপৰ বিলৰ বৰাগাঁও দিশত থকা গুৱাহাটী পৌৰ নিগমৰ জাৱৰ পেলোৱা স্থানে বিলখন দীৰ্ঘদিনধৰি প্ৰদূষিত কৰি আহিছে।

সেউজ ন্যায়াধীশকৰণে পৌৰ নিগমৰ জাৱৰ পেলোৱা স্থানডোখৰ বিলখনৰ পৰা অন্য স্থানলৈ স্থানান্তৰিত কৰাৰ বাবে নিৰ্দেশ দিয়াৰ পিছতো ৰাজ্য চৰকাৰে গুৰুত্ব দিয়া নাই।

মন কৰিবলগীয়া যে বিলৰ বহু চৰকাৰী ভূমি একাংশ প্ৰভাৱশালী ৰাজনৈতিক নেতা আৰু উদ্যোগপতিয়ে ক্ষমতা আৰু ধনৰ বলত ম্যাদী কৰি আহিছে।

যাৰ বাবে ২০০৮ চনতে ভাৰত চৰকাৰৰ পৰিকল্পনা আয়োগৰ এটা অধ্যয়নকাৰী দলে বিলৰ ভূমি সংকুচিত হৈ পৰা বুলি প্ৰতিবেদন দিছিল। লগতে বিলখন সংৰক্ষণ আৰু বিলখনৰ জৈৱ বৈচিত্ৰ্য অক্ষুণ্ণ ৰখাৰ ব্যৱস্থা কৰাৰ লগতে বিলখনৰ সীমা নিৰ্দ্ধাৰণ কৰি বেৰ দিয়াৰ নিৰ্দেশ দিছিল। কিন্তু এই নিৰ্দেশ আজি ১০ বছৰে কাৰ্যকৰী নহ’ল।

অৱশ্যে আয়োগৰ নিৰ্দেশত ৪ বছৰ পিছত অৰ্থাৎ ২০১১-১২ চনত গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই দীপৰ বিল সংৰক্ষণ কৰাৰ বাবে কেইবা কোটি টকা নিৰ্দ্ধাৰণ কৰি বিস্তৃত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিছিল। কিন্তু প্ৰতিবেদন এতিয়াও ফাইলতে আছে।

ইপিনে, ২০১৭ চনতে ৰাজ্য চৰকাৰে গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত দীপৰ বিল সংৰক্ষণৰ বাবে ২৫০ কোটি টকা অনুমোদন দিছিল কিন্তু আজিলৈকে দীপৰ বিল সংৰক্ষণৰ কাম আৰম্ভ কৰা দূৰৈৰ কথা, বিস্তৃত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰা হোৱা নাই।

ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট চৰকাৰী বিভাগসমূহৰ চৰম দায়িত্বজ্ঞানহীনতা, দুৰ্নীতি আৰু অৱহেলাৰ বাবে গুৱাহাটীৰ দীপৰ বিল ধ্বংসৰ গৰাহলৈ গতি কৰিছে।

ভৱেশ মেধি

ভৱেশ মেধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd