• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধোনীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিলে প্ৰাক্তন ব্যৱসায়িক বন্ধুৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 17, 2024 11:26 am
মহেন্দ্ৰ সিং ধোনী আৰু মিহিৰ দিবাকৰ।

মহেন্দ্ৰ সিং ধোনী আৰু মিহিৰ দিবাকৰ।

9.5k
VIEWS
Share on FacebookShare on Twitter

পুনৰ বিতৰ্কত টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক `কেপ্টেইন কুল’ মহেন্দ্ৰ সিং ধোনী। মিহিৰ দিবাকৰ আৰু তেওঁৰ পত্নী সৌম্য দাসে ধোনীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে।

গোচৰটো দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে। ১৮ জানুৱাৰীত অধিবক্তা প্ৰতিভা এম সিঙৰ আদালতত শুনানি গ্ৰহণ কৰা হ’ব এই গোচৰৰ।

দহ দিন পূৰ্বে প্ৰাক্তন অধিনায়কগৰাকীয়ে শৈশৱৰ বন্ধু তথা ব্যৱসায়িক সহযোগী মিহিৰ দিৱাকৰৰ বিৰুদ্ধে ১৫ কোটি টকাৰ জালিয়াতিৰ গোচৰ ৰুজু কৰিছিল।

লগতে পঢ়কঃ পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি; ৰিখটাৰ স্কেলত ৩.৫ প্ৰাবল্য, গুৱাহাটীতো অনুভুত কম্পন

তেওঁলোকে ধোনীৰ নামেৰে এখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী নিৰ্মাণৰ প্ৰস্তাৱ দিছিল। ২০১৭ চনত সংশ্লিষ্ট কোম্পানীটোৱে তেওঁৰ সৈতে চুক্তিবদ্ধ হয়। কিন্তু মিহিৰ দিবাকৰে চুক্তিৰ চৰ্ত মানি চলিব নোৱাৰিলে।

চুক্তি অনুসৰি ধোনীক ফ্ৰেঞ্চাইজি মাচুল আৰু কোম্পানীটোৰ লাভৰ এটা অংশ দিয়াৰ কথা  আছিল। কিন্তু দিয়া নহ’ল। ৬ জানুৱাৰীত ধোনীৰ অধিবক্তা দয়ানন্দ শৰ্মাই সংবাদমেলযোগে এই অভিযোগ উত্থাপন কৰিছিল।

লগতে পঢ়কঃ Nuclear Battery: এবাৰ চাৰ্জ দিলে ৫০ বছৰ চলিব! নতুন এই বেটাৰীয়ে স্তম্ভিত কৰি তুলিছে বিশ্বক

এই খবৰটো সকলো ছ’চিয়েল মিডিয়াতে প্ৰকাশ পাইছিল। গোচৰটোত দিৱাকৰে নেট মাধ্যমৰ পৰা সেই সকলোবোৰ ডিলিট কৰিবলৈ আবেদন জনায়। 

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd