• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Nuclear Battery: এবাৰ চাৰ্জ দিলে ৫০ বছৰ চলিব! নতুন এই বেটাৰীয়ে স্তম্ভিত কৰি তুলিছে বিশ্বক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 17, 2024 7:39 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ বিটাভল্ট টেকন’লজি কোম্পানীয়ে এনে এটা বেটাৰী (Nuclear Battery) প্ৰস্তুত কৰিছে যিয়ে কোনো ধৰণৰ চাৰ্জিং বা মেইণ্টেনেন্সৰ প্ৰয়োজন নোহোৱাকৈ একেৰাহে ৫০ বছৰ ধৰি বিদ্যুৎ উৎপাদন কৰিব পাৰে।

ইণ্ডিপেণ্ডেণ্ট বিটাভল্টৰ অনুসৰি, এবাৰ মোবাইল ফোনত নিউক্লিয়াৰ বেটাৰীৰ জৰিয়তে চাৰ্জ কৰিলে ৫০ বছৰলৈকে ইয়াৰ চাৰ্জ শেষ নহ’ব। আচলতে ফোনটো আৰু কেতিয়াও চাৰ্জ কৰাৰ প্ৰয়োজন নাই। একেদৰে ইয়াৰ জৰিয়তে ড্ৰ’নো আজীৱন উৰাব পাৰিব।

এই নতুন প্ৰযুক্তিয়ে চাৰ্জাৰ বা পৰ্টেবল পাৱাৰ বেংকৰ প্ৰয়োজনীয়তা সম্পূৰ্ণৰূপে নাইকিয়া কৰি ইলেক্ট্ৰনিক প্ৰযুক্তি খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে। ইয়াৰ উপৰিও লিথিয়াম বেটাৰীৰ দৰে ইয়াৰ অৱক্ষয় নহয়।

Apply Now

লগতে পঢ়কঃ ক্ৰমে হেৰুৱাইছে স্থিতি! আৰাকান আৰ্মিৰ ওচৰত আত্মসমৰ্পণ কৰিলে শতাধিক জুন্টা সেনাই

আন এটা চাৰ্জাৰত ফোনটো চাৰ্জ কৰিলে ক্ষতি হয়। বিটাভল্টৰ দাবী যে তেওঁলোকৰ বেটাৰী হৈছে পাৰমাণৱিক শক্তিৰ সম্ভাৱনা মানুহৰ হাতলৈ অনাৰ প্ৰথম, কাৰ্য্যকৰী পদক্ষেপ। এই বেটাৰীৰ দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতা ক্ৰমে ১৫, ১৫ আৰু ৫ মিলিমিটাৰ। ই আকাৰত এটা মুদ্ৰাতকৈও সৰু।

আইছ’ট’প ক্ষয়প্ৰাপ্ত হৈ যি শক্তি  নিৰ্গত হয়, তাক বিদ্যুতলৈ ৰূপান্তৰিত কৰি বেটাৰীটোৱে কাম কৰে। অৱশ্যে যোৱা শতিকাৰ পৰাই পূৰ্বৰ ছোভিয়েট ইউনিয়ন আৰু আমেৰিকাৰ বিজ্ঞানীসকলে মহাকাশযান, পানীৰ তলৰ ব্যৱস্থা আৰু দূৰৱৰ্তী বৈজ্ঞানিক ষ্টেচনত ব্যৱহাৰৰ বাবে একেধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰি আহিছে। কিন্তু তেওঁলোকৰ থাৰ্মো নিউক্লিয়াৰ বেটাৰীয়ে বহুত তাপ উৎপন্ন কৰে। লগতে এইবোৰ অতি দামী আৰু গধুৰ।

বিটাভল্ট বেটাৰী তুলনামূলকভাৱে সস্তা আৰু আকাৰত সৰু। তেনেদৰে ই তেনে তাপ উৎপন্ন নকৰে। লগতে, বিটাভল্ট বেটাৰীৰ আকাৰ সৰু হোৱাৰ বাবে বহুতো বেটাৰী একেলগে ব্যৱহাৰ কৰিব পাৰি যিয়ে অধিক শক্তি উৎপাদনত সহায় কৰিব।

বিজ্ঞানীসকলে এই বেটাৰী তৈয়াৰ কৰিবলৈ শক্তিৰ উৎস হিচাপে নিকেল-৬৩ নামৰ তেজস্ক্রিয় পদাৰ্থ ব্যৱহাৰ কৰিছে। শক্তি ৰূপান্তৰৰ বাবে হীৰাৰ ছেমিকন্ডাক্টৰ ব্যৱহাৰ কৰা হৈছে। ছেমিকন্ডাক্টৰটো মাত্ৰ ১০ মাইক্ৰন ডাঠ আৰু নিকেল-৬৩ৰ শ্বীটটো মাত্ৰ ২ মাইক্ৰন ডাঠ। তেজস্ক্রিয় নিকেল-৬৩ ক্ষয় হোৱাৰ লগে লগে সেই শক্তি বৈদ্যুতিক প্রবাহলৈ ৰূপান্তৰিত হয়।

লগতে পঢ়কঃ এইটো দশম, কুনো অভয়াৰণ্যত আন এটি চিতা বাঘৰ মৃত্যু; স্পষ্ট হোৱা নাই ‘শৌৰ্য’ৰ মৃত্যুৰ কাৰণ

এই সৰু বেটাৰীৰ প্ৰথম সংস্কৰণটোৱে ১০০ মাইক্ৰৱাট শক্তি আৰু ৩ ভল্ট বিদ্যুৎ প্ৰদান কৰিবলৈ সক্ষম। অৱশ্যে ২০২৫ চনৰ ভিতৰত পৰৱৰ্তী সংস্কৰণ বজাৰত আহিব, যিয়ে ১ ৱাট পৰ্যন্ত শক্তি প্ৰদান কৰিব পাৰিব বুলি কোম্পানীটোৱে জনায়।

ইতিমধ্যে বিটাভল্টৰ বেটাৰীয়ে পৰীক্ষামূলক পৰ্যায়ত প্ৰৱেশ কৰিছে আৰু অতি সোনকালে ফোন আৰু ড্ৰ’নৰ দৰে বাণিজ্যিক প্ৰয়োগৰ বাবে গণ উৎপাদনত নামিব।

কোম্পানীটোৱে এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে, “বিটাভল্টৰ পাৰমাণৱিক শক্তি বেটাৰীয়ে মহাকাশ, এআই সঁজুলি, চিকিৎসা সঁজুলি, মাইক্ৰ’প্ৰচেছৰ, উন্নত চেন্সৰ, সৰু ড্ৰ’ন আৰু মাইক্ৰ’ ৰবটৰ দৰে একাধিক খণ্ডত বহনক্ষম শক্তি যোগানৰ উৎস হিচাপে চাহিদা পূৰণ কৰিব পাৰে।”

লগতে পঢ়কঃ ২০১৯ চনৰ গুৱাহাটী গ্ৰেনেড বিস্ফোৰণৰ অভিযুক্তক জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

২০২১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত দেশখনৰ অৰ্থনীতি শক্তিশালী কৰাৰ বাবে চীনৰ চতুৰ্দশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধীনত বাণিজ্যিক উৎপাদন, বিতৰণ আৰু বিপণনৰ বাবে পাৰমাণৱিক বেটাৰীৰ পৰিকল্পনা কৰা হৈছে। এই প্ৰকল্পৰ অধীনতে ইয়াক সম্প্ৰসাৰণ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd