• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০১৯ চনৰ গুৱাহাটী গ্ৰেনেড বিস্ফোৰণৰ অভিযুক্তক জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 16, 2024 5:54 pm
ফাইল ফটো।

ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৯ চনৰ গুৱাহাটী গ্ৰেনেড বিস্ফোৰণৰ গোচৰৰ অভিযুক্তৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছে।

অভিযুক্ত ইন্দ্ৰ মোহন বৰাক জামিন প্ৰদান কৰি ন্যায়াধীশ মাইকেল জোথানখুমা আৰু মালাষ্ট্ৰী নন্দীৰ বিচাৰপীঠে উল্লেখ কৰে যে তেওঁৰ বিৰুদ্ধে দাখিল কৰা প্ৰমাণৰ পৰা তেওঁ গুৱাহাটী গ্ৰেনেড বিস্ফোৰণৰ গোচৰত জড়িত থকাৰ ইংগিত নিদিয়ে।

অৱশ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে লগতে কয় যে অভিযুক্ত কোনো নিষিদ্ধ সংগঠনৰ সদস্য হ’ব পাৰে।

Apply Now

লগতে পঢ়কঃ বাৰাণসীৰ জ্ঞানবাপী মছজিদৰ বিতৰ্কিত অংশ খোলাৰ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে!

“বৰ্তমানৰ গোচৰত আপীলকাৰীজন সন্ত্ৰাসবাদী সংগঠনৰ সদস্য বুলি ধৰি ল’লে আপীলকাৰীক সন্ত্ৰাসবাদী সংগঠনৰ সদস্য বুলি দোষী সাব্যস্ত কৰিব পাৰি। কিন্তু এই গোচৰৰ তথ্যৰ প্ৰতি লক্ষ্য ৰাখি সঁহাৰিদাতাসকলৰ পৰৱৰ্তী দায়িত্ব হ’ব যে তেওঁ (এ-১) পাপ্পু কোচৰ সৈতে গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত আছিল বুলি দেখুৱাটো।’- অভিযুক্তক অপৰাধৰ সৈতে জড়িত কৰি সাক্ষীসকলে দিয়া ১৬১ নং ধাৰাত দিয়া বক্তব্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ অস্বীকাৰ কৰি উচ্চ ন্যায়ালয়খনে এইদৰে উল্লেখ কৰে।

উল্লেখ্য যে ২০১৯ চনৰ ১৫ মে’ত গুৱাহাটীৰ চেন্ট্ৰেল শ্বপিং মলৰ সমীপত গ্ৰেনেড বিস্ফোৰণত কমেও ১২ জন লোক আহত হৈছিল।

অভিযোগ উত্থাপন হৈছিল যে ইন্দ্ৰ মোহন বৰাই অসমৰ নিষিদ্ধ উগ্ৰপন্থী সংগঠন আলফা-স্বাধীনৰ সদস্য পাপ্পু কোচক লজিষ্টিক সহায় আগবঢ়াইছিল।

লগতে পঢ়কঃ অষ্ট্ৰেলিয়ান অ’পেনত বিশ্বৰ ২৭ নম্বৰক পৰাস্ত কৰি ইতিহাস ৰচিলে ভাৰতৰ সুমিত নাগালে

অভিযোগ উঠিছিল যে বিস্ফোৰণৰ পূৰ্বে বৰাই পাপ্পু কোচৰ সৈতে ৩৩ বাৰ মোবাইল ফোনত যোগাযোগ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদী-শ্বাহৰ নেতৃত্বত দুই ধৰণৰ ‘গুণ্ডা’ গোটৰ উত্থান! বিজেপিক তীব্ৰ আক্ৰমণ প্ৰশান্ত ভূষণৰ

মোদী-শ্বাহৰ নেতৃত্বত দুই ধৰণৰ ‘গুণ্ডা’ গোটৰ উত্থান! বিজেপিক তীব্ৰ আক্ৰমণ প্ৰশান্ত ভূষণৰ

August 8, 2026 12:23 pm
কেন্দ্ৰৰ ডিপ টেক পুঁজিতো কেলেংকাৰী! বাছনি সমিতিৰ সদস্যৰে হলিগলি ১,৩৭৭ কোটি টকা ঋণ লাভ কৰা ১৫টা কোম্পানীৰ

কেন্দ্ৰৰ ডিপ টেক পুঁজিতো কেলেংকাৰী! বাছনি সমিতিৰ সদস্যৰে হলিগলি ১,৩৭৭ কোটি টকা ঋণ লাভ কৰা ১৫টা কোম্পানীৰ

August 8, 2026 11:35 am
সাৱধান! দেশত ৩২খন ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা প্ৰকাশ কৰিলে কেন্দ্ৰই

সাৱধান! দেশত ৩২খন ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা প্ৰকাশ কৰিলে কেন্দ্ৰই

August 8, 2026 10:27 am
অৰুণাচল প্ৰদেশক লৈ ভাৰতৰ ডাঙৰ পদক্ষেপ! মানচিত্ৰত ২৭ টা স্থান চিহ্নিত, চীনলৈ ডাঙৰ বাৰ্তা

অৰুণাচল প্ৰদেশক লৈ ভাৰতৰ ডাঙৰ পদক্ষেপ! মানচিত্ৰত ২৭ টা স্থান চিহ্নিত, চীনলৈ ডাঙৰ বাৰ্তা

August 8, 2026 10:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদী-শ্বাহৰ নেতৃত্বত দুই ধৰণৰ ‘গুণ্ডা’ গোটৰ উত্থান! বিজেপিক তীব্ৰ আক্ৰমণ প্ৰশান্ত ভূষণৰ

মোদী-শ্বাহৰ নেতৃত্বত দুই ধৰণৰ ‘গুণ্ডা’ গোটৰ উত্থান! বিজেপিক তীব্ৰ আক্ৰমণ প্ৰশান্ত ভূষণৰ

August 8, 2026 12:23 pm
কেন্দ্ৰৰ ডিপ টেক পুঁজিতো কেলেংকাৰী! বাছনি সমিতিৰ সদস্যৰে হলিগলি ১,৩৭৭ কোটি টকা ঋণ লাভ কৰা ১৫টা কোম্পানীৰ

কেন্দ্ৰৰ ডিপ টেক পুঁজিতো কেলেংকাৰী! বাছনি সমিতিৰ সদস্যৰে হলিগলি ১,৩৭৭ কোটি টকা ঋণ লাভ কৰা ১৫টা কোম্পানীৰ

August 8, 2026 11:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd