• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাৰাণসীৰ জ্ঞানবাপী মছজিদৰ বিতৰ্কিত অংশ খোলাৰ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 16, 2024 5:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে উচ্চতম ন্যায়ালয়ে কাশী বিশ্বনাথ মন্দিৰৰ কাষতে থকা জ্ঞানবাপী মছজিদৰ “অজুখানা” পৰিষ্কাৰ কৰাৰ অনুমতি দিয়ে, য’ত এটা আন্তঃগাঁথনি হিন্দু পক্ষই “শিৱলিংগ” আৰু মুছলমান পক্ষই “ফোৱাৰা” বুলি দাবী কৰে।

“অজুখানা” হৈছে ইছলামৰ অনুগামীসকলে নামাজৰ পূৰ্বে অজু কৰা জলাধাৰ। উল্লেখ্য যে ২০২২ চনত তাত ‘শিৱলিংগ’ আছে বুলি দাবী উত্থাপিত হোৱাৰ পিছত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ‘অজুখানা’ অঞ্চলটো ছীল কৰি দিয়া হৈছিল।

বাতৰি অনুসৰি, ২০২২ চনৰ মে’ মাহত আয়োগৰ সমীক্ষাৰ সময়ত শিৱলিংগ পোৱা বুলি দাবী কৰা বাৰাণসীৰ জ্ঞানবাপী মছজিদৰ অজুখানা (পানীৰ টেংকি) চাফা কৰাৰ বাবে মঙলবাৰে (১৬ জানুৱাৰী) উচ্চতম ন্যায়ালয়ে অনুমতি প্ৰদান কৰে।

Apply Now

লগতে পঢ়কঃ গুৰুদ্বাৰৰ ‘পৱিত্ৰতা’ নষ্ট কৰাৰ অভিযোগত পঞ্জাৱত হত্যা যুৱকক! অভিযুক্ত নিহাং শিখ

লাইভ ল’ৰ বাতৰি অনুসৰি, হিন্দুপক্ষই দাখিল কৰা আবেদনৰ পিছতে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰক লৈ গঠিত বিচাৰপীঠে এই অনুমতি প্ৰদান কৰে।

উক্ত পক্ষটোৱে মছজিদ চৌহদত দেৱতাৰ পূজাৰ অধিকাৰ বিচাৰে। কিন্তু মছজিদ পৰিচালনা সমিতিয়ে টেংক চাফা কৰাৰ আবেদনৰ বিৰোধিতা কৰা নাই।

হিন্দু পক্ষৰ আবেদনকাৰীয়ে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। সেই আবেদনখনত কোৱা হৈছে যে ২০২৩ চনৰ ১২ৰ পৰা ২৫ ডিচেম্বৰৰ ভিতৰত পানীৰ টেংকিত এটা মাছৰ মৃত্যু হৈছিল। সেয়ে, সেইটো চাফা কৰিব লাগে। অৱশ্যে মছজিদ কমিটীয়ে তাত বাধা দিয়া নাই।

লগতে পঢ়কঃ অষ্ট্ৰেলিয়ান অ’পেনত বিশ্বৰ ২৭ নম্বৰক পৰাস্ত কৰি ইতিহাস ৰচিলে ভাৰতৰ সুমিত নাগালে

ইপিনে, মছজিদ চৌহদত শিৱলিংগ আছে বুলি কৰা দাবী ধৰ্মীয় স্পৰ্শকাতৰ। ফলত অজুখানা পৰিস্কাৰৰ দাবী স্থগিত ৰখা হৈছিল।

জ্যেষ্ঠ অধিবক্তা মাধৱী দিভান বাদী পক্ষৰ হৈ আদালতত উপস্থিত আছিল। আনহাতে, মছজিদ সমিতিৰ হৈ উপস্থিত আছিল জ্যেষ্ঠ অধিবক্তা হুজেফা আহমদী।

২০২২ চনৰ মে’ মাহত উচ্চতম ন্যায়ালয়ে ‘অজুখানা’ত ‘শিৱলিংগ’ পোৱা বুলি দাবী কৰাৰ পিছত সেইটো ছীল কৰাৰ নিৰ্দেশ দিছিল। কিন্তু আদালতে স্পষ্ট কৰি দিয়ে যে এই নিৰ্দেশে মুছলমান ভক্তসকলৰ ধৰ্ম পালনৰ অধিকাৰত বাধাৰ সৃষ্টি নকৰে।

লগতে পঢ়কঃ WHOৰ মতে কৰোনাতকৈও অধিক ভয়ংকৰ! ২০ গুণ বেছি মানুহ মাৰিব X ভাইৰাছে

যোৱা বছৰ উচ্চতম ন্যায়ালয়ে মছজিদ চৌহদৰ ASI জৰীপৰ অনুমতি দিছিল, য’ত বাদীসকলে মছজিদটো পূৰ্বৰ মন্দিৰৰ ওপৰত নিৰ্মাণ কৰা হৈছে নেকি সেয়া নিশ্চিত কৰিব বিচাৰিছিল। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am
ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd